Eye Newz

Eye Newz Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Eye Newz, Media/News Company, Gauhati.

19/11/2025

নিজ সমষ্টিতে বিধায়ক ৰেকিবুদ্দিনক পহু খেদা দিলে ৰাইজে। ছয়গাৱঁত উত্তপ্ত পৰিস্থিতি। ৰেকিবুদ্দিন গ'বেক ধ্বনিত উত্তাল হ'ল পৰিৱেশ

09/11/2025

ABVP ৰ সদস্যই ফালিলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি লগোৱা পোষ্টাৰ। ৰঙিয়া মহাবিদ্যালয়ত নিৰ্বাচনী হিংসাৰ চৰম পৰ্যায়। ৰাজ্যবাসীৰ প্ৰাণৰ শিল্পীক চৰম অপমান ABVPৰ

08/11/2025

ক্ৰিকেটেৰে বিশ্ব জয় কৰা উমা চেত্ৰীক বোকাখাটত উষ্ম আদৰণি। মন্ত্ৰী অতুল বৰাৰ লগতে মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত উমাক জনোৱা হ'ল সম্বৰ্ধনা

18/10/2025

যোৰহাট বিজেপিত বিসম্বাদৰ উকমুকনি! বহিস্কৃত পালিনেতাক জিলা বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়াৰ জো যা। লবিকেন্দ্ৰীক ৰাজনীতিৰে দক্ষ, আদৰ্শবান কৰ্মীক আঁতৰাই ৰখাৰ চেষ্টা !

📌গৌৰীপুৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা। 📌৬০ বছৰীয়া বৃদ্ধাৰ কামনাৰ বলি এগৰাকী নাবালিকা ছোৱালী। 📌টকাৰ লালচ দেখ...
10/10/2025

📌গৌৰীপুৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা।
📌৬০ বছৰীয়া বৃদ্ধাৰ কামনাৰ বলি এগৰাকী নাবালিকা ছোৱালী।
📌টকাৰ লালচ দেখুৱাই ঘৰত প্ৰবেশ কৰি এগৰাকী মানসিক বিকাৰ গ্রস্থ নাবালিকা ছোৱালীক বল পূৰ্বক ভাৱে ধৰ্ষণৰ চেষ্টা।
📌স্থানীয় ৰাইজে লম্পট বৃদ্ধা গৰাকীক ধৰি বিদ্যুৎৰ খুটাত বান্ধি ৰাখি আৰক্ষীক খবৰ দিয়ে।

📌লম্পট গৰাকীৰ নাম সুকুমাৰ সাহা ঘৰ গৌৰীপুৰ সুভাষপল্লিত ।
📌গৌৰীপুৰ আৰক্ষীয়ে লম্পট গৰাকীক থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

09/10/2025

অন্ত পৰিল গাজা যুদ্ধৰ। অৱশেষত যুদ্ধ বিধ্বস্ত, ৰক্তৰ বন্যা বোৱা গাজাবাসীৰ মুখত ফুটিল আনন্দৰ বন্যা।

09/10/2025

কংগ্ৰেছ চৰকাৰ থাকিলে জুবিন গাৰ্গে ১০ শতাংশ‌ও ন্যায় নাপালে হেঁতেন। সুধা কণ্ঠ ভূপেন হাজৰিকাৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে কি কৰিছিল সেই বিষয়েও মন্তব্য প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

09/10/2025

"শ্যামকানু মহন্ত এজন গে। শ্যামকানু মহন্তই কোনো মহিলাৰ প্ৰতি আকৰ্ষিত নহয়। পুৰুষৰ প্ৰতিহে আকৰ্ষিত শ্যামকানু মহন্ত"- APW ৰ সভাপতি অভিজিৎ শৰ্মাৰ বিস্ফোৰণ

"নতুন আশা" তথ্যচিত্ৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা নাট্যকাৰ তথা পৰিচালক অৰূপ বৰঠাকুৰৰ দেহাৱসান।
07/10/2025

"নতুন আশা" তথ্যচিত্ৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা নাট্যকাৰ তথা পৰিচালক অৰূপ বৰঠাকুৰৰ দেহাৱসান।

05/10/2025

জুবিন গাৰ্গৰ মৃত্যুৰ লগত নাম সাঙুৰ খোৱা ছিংগাপুৰত বসবাস কৰা প্ৰবাসী অসমীয়া কেইজনে ৬ তাৰিখৰ ভিতৰত অসম চৰকাৰৰ লগত সহযোগিতা নকৰিলে কঠোৰ হ'ব মুখ্যমন্ত্ৰী।

05/10/2025

ভয়াৱহ পৰিস্থিতি ভাৰতৰ অন্যতম পৰ্যটন স্থলী দাৰ্জিলিংত। এতিয়ালৈকে মৃত্যুৰ সংখ্যা ২০ জন তকৈও অধিক আহতৰ সংখ্যাও বহুত। বাট পথ দলং সকলো বিধ্বস্ত অতিৰিক্ত বৰষুণত। দাৰ্জিলিঙৰ আৰক্ষী অধীক্ষকৰ মন্তব্য পৰিস্থিতি সন্দৰ্ভত।

05/10/2025

এৰাতিৰ বৰষুণত বিধ্বস্ত উত্তৰবঙ্গৰ জনজীৱন। ৰেকৰ্ড সংখ্যক বৰষুণত বৃদ্ধি বিভিন্ন নদ নদীৰ জলস্তৰ।

Address

Gauhati

Telephone

+919395690002

Website

Alerts

Be the first to know and let us send you an email when Eye Newz posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Eye Newz:

Share