News13 Assam Live

News13 Assam Live This is a News Portal from Assam, North-East India. We provide all kind of News to our viewers.
(1)

Press Release/Important Announcements News13 Assam Live চেনেলৰ Founder, CEO তথা CMD মনিৰুল ইছলাম দেৱে অসম চৰকাৰৰ অধীনত G...
29/08/2026

Press Release/Important Announcements
News13 Assam Live চেনেলৰ Founder, CEO তথা CMD মনিৰুল ইছলাম দেৱে অসম চৰকাৰৰ অধীনত Graduate Teacher হিচাপে নিযুক্তি লাভ কৰাৰ বাবে, তেখেতে এই চেনেলৰ সকলো দায়িত্বৰ পৰা ইতিমধ্যেই সম্পূৰ্ণৰূপে অব্যাহতি লয় । সেয়ে আমাৰ চেনেলটো বহু দিনৰ পৰা বাতৰি পৰিবেশন কৰিব পৰা নাই ।
তেখেতৰ Resignation আমি সন্মান সহকাৰে গ্ৰহণ কৰি, তেখেতৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছোঁ ।
এতিয়াৰে পৰা এই চেনেলটো নতুন CMD-ৰ জৰিয়তে আগৰ দৰেই নিয়মীয়া বাতৰি সম্প্ৰচাৰ কৰি যাব ।

অতি সোণকালেই চাপৰত বিশিষ্ট আৰু অভিজ্ঞ সাংবাদিকৰ দ্বাৰা News13 Assam Live-ৰ এক উন্নতমানৰ Studio স্থাপন কৰি পোনপটীয়া বাতৰি...
24/08/2026

অতি সোণকালেই চাপৰত বিশিষ্ট আৰু অভিজ্ঞ সাংবাদিকৰ দ্বাৰা News13 Assam Live-ৰ এক উন্নতমানৰ Studio স্থাপন কৰি পোনপটীয়া বাতৰি সম্প্ৰচাৰ কৰা হ'ব ।

Address

GS Road
Gauhati

Telephone

+919706658890

Website

Alerts

Be the first to know and let us send you an email when News13 Assam Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News13 Assam Live:

Shortcuts

Share