LIVE TIME

LIVE TIME LIVE TIME - Always One Step Ahead of Time............... Live time is a news media
(3)

20/02/2026

৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত যুৱতীৰ নৃত্য

20/02/2026

কোনে কাঢ়ি নিলে জুবিন গাৰ্গৰ প্ৰাণ ? অসমে আৰু দ্বিতীয়জন জুবিন গাৰ্গক কেতিয়াও নাপায়। জুবিন গাৰ্গে কিয় ভাল পাইছিল প্ৰিয়ংকা গান্ধীয়ে ? অসমত উপস্থিত হৈ জুবিন গাৰ্গৰ সন্দৰ্ভত আৱেগিক ভাষণ প্ৰিয়ংকা গান্ধীৰ।

20/02/2026

বৰপেটা ৰোডত চাঞ্চল্যৰ ডকাইতি।৫ জনীয়া বন্দুকধাৰী ডকাইতৰ দলে জুৱেলাৰী দোকানৰ পৰা লুটি নিলে ১২কৌটি টকাৰ অলংকাৰ।

ট্রাম্প ইরানকে ১০ দিনের আল্টিমেটাম দিয়েছেন। এর পরপরই, সমগ্র ইরান জুড়ে একটি নোটাম জারি করা হয়েছে। ১০ দিনের মধ্যে পারমা...
20/02/2026

ট্রাম্প ইরানকে ১০ দিনের আল্টিমেটাম দিয়েছেন। এর পরপরই, সমগ্র ইরান জুড়ে একটি নোটাম জারি করা হয়েছে। ১০ দিনের মধ্যে পারমাণবিক চুক্তিতে পৌঁছানো না হলে ইরানকে হুমকি দিয়েছে আমেরিকা। মিডিয়া রিপোর্ট অনুসারে, আমেরিকা ইরানের উপর সামরিক আক্রমণের জন্যও প্রস্তুতি নিচ্ছে।

20/02/2026

‘জুবিন গাৰ্গক লৈ ৰাজনীতি হ’ব নালাগে’। জুবিন গাৰ্গৰ বিষয়ে পূৰ্বে মই ভালদৰে জনা নাছিলো’। জুবিন গাৰ্গ সন্দৰ্ভত প্রিয়ংকা গান্ধীৰ মন্তব্য।

18/02/2026

একমাত্ৰ ৩,০০০ হাজাৰ টকাৰ বাবেই গোলাঘাটত প্ৰাণ গ'ল এজন ছাত্ৰৰ। দুই নাবালক সহ এজন যুৱকে পৰিকল্পিত ভাবে ছাত্ৰজনক হত্যা কৰা অভিযোগ উত্থাপন হৈছে এতিয়া।ক্ষোভিত পৰিয়ালৰ লোকে থানাৰ চৌহদতে অভিযুক্তক উত্তম মধ্যম সোধাই। ছাত্ৰ সমাজৰ এই অধঃপতনই জোকাৰিছে এতিয়া গোলাঘাট।

18/02/2026

মহম্মদ ইউনুছৰ বিদায়ী ভাষণত বিতৰ্কিত মন্তব্য। ভাৰতৰ উত্তৰ-পূব সন্দৰ্ভত বিতৰ্কিত মন্তব্য। পুনৰ সাতভনীৰ ওপৰত প্ৰভাৱ বিস্তাৰৰ অভিসন্ধি।

18/02/2026

বিজেপিত যোগদানৰ পূৰ্বে ডাঙৰ বিস্ফোৰণ ঘটালে ভূপেন বৰাই। গৌৰৱ গগৈৰ সন্দৰ্ভত কি ক'লে ভূপেন বৰাই ?

18/02/2026

ভূপেন বৰা আৰু হিমন্ত বিশ্ব শৰ্মাৰ অভিনয় ৰাজহুৱা হ'ল। এতিয়াৰে পৰা একেখন মঞ্চতে থাকিব দুয়োজন ককাই-ভাই - গৌৰৱ গগৈ

Address

Gauhati

Alerts

Be the first to know and let us send you an email when LIVE TIME posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share