Axom Sangbad

Axom Sangbad We stand by the side of the people of Assam. Join us while we try to give our best in informing you

27/08/2026

Breaking news

মহাপ্ৰলয় সৃষ্টি হোৱা নেপালত ভূমিকম্প।
৩.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপালে নেপাল

📌মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ ঘটনা । 📌নিজ চাৰ্ভিচ পিষ্টলেৰে মূ*ৰত গু*লী*য়াই নিজকে নিঃশেষ আৰক্ষীৰ।📌আৰক্ষী গৰাকীৰ নাম পৰীক্ষিত...
27/08/2026

📌মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ ঘটনা ।
📌নিজ চাৰ্ভিচ পিষ্টলেৰে মূ*ৰত গু*লী*য়াই নিজকে নিঃশেষ আৰক্ষীৰ।
📌আৰক্ষী গৰাকীৰ নাম পৰীক্ষিত বৈশ্য ।
📌বশিষ্ঠৰ CID আৱাসিক এলেকাত বসবাস কৰিছিল আৰক্ষী জনে।
📌IAS বিষয়া তথা অতিৰিক্ত মুখ্য সচিব মুকেশ শ্বাহাৰ PSO আছিল লোক জন ।

📌নেপালৰ পৰিস্থিতিকলৈ অসম চৰকাৰৰ বিশেষ জাননী 📌অসমৰ আৱদ্ধলোক সকলক সহায়ৰ বাবে যোগাযোগ নম্বৰ মুকলি📌২৪ ঘণ্টাই যোগাযোগ কৰিব পা...
27/08/2026

📌নেপালৰ পৰিস্থিতিকলৈ অসম চৰকাৰৰ বিশেষ জাননী
📌অসমৰ আৱদ্ধলোক সকলক সহায়ৰ বাবে যোগাযোগ নম্বৰ মুকলি
📌২৪ ঘণ্টাই যোগাযোগ কৰিব পাৰিব
📌অসম ভৱন, নতুন দিল্লীৰ ACS অনুৰণ মেধিৰ সৈতে যোগাযোগ +91-9101089151
📌অসম ভৱনৰ House Manager বিনোদ কলিতাৰ সৈতে +91-9861705007
📌জৰুৰীকালীন সহায়ৰ বাবে আন নম্বৰসমূহ — 011-23010299/98, 26877111

27/08/2026

📌কামৰ নাই কোনো সৰু-বৰ
📌তাৰেই এক উদাহৰণ ইন্দ্ৰাণী মণ্ডল
📌গুৱাহাটীৰ ৰাজপথত নিশা স্কুটিলৈ ফুড ডেলিভাৰী কৰে ইন্দ্ৰানীয়ে

📌যোৰাবাট ফালে যাত্ৰা কৰোঁতে সাৱধান।📌9 মাইল 10 মাইল যোৰাবাটত ভয়াবহ কৃত্ৰিম বানপানী।📌কৃত্ৰিম বানপানীত সাগৰ সদৃশ পৰিবেশ 6 ...
27/08/2026

📌যোৰাবাট ফালে যাত্ৰা কৰোঁতে সাৱধান।
📌9 মাইল 10 মাইল যোৰাবাটত ভয়াবহ কৃত্ৰিম বানপানী।
📌কৃত্ৰিম বানপানীত সাগৰ সদৃশ পৰিবেশ 6 নং তথা 27 নং ৰাষ্ট্ৰীয় ঘাইপথত।

27/08/2026

📌 'GEN-Z, GEN-ALPHA আদি ধাৰণাত আমি বিশ্বাস নকৰো'
📌 'এইবোৰ ইউৰোপীয়ান ধাৰণাহে'
📌 'আমি ল'ৰা-ছোৱালী আৰু ককা-আইতাকৰ সম্পৰ্ককহে গুৰুত্ব দিও'
📌 'GEN-Z, GEN-ALPHA এই সংস্কৃতিৰ লগত আমাৰ কোনো সম্বন্ধ নাই'
📌 GEN-Z, GEN-ALPHA প্ৰসংগত এই মন্তব্য মুখ্যমন্ত্ৰীৰ

📌বজাৰত জুই, চৰকাৰ আছে শুই 📌মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰ
27/08/2026

📌বজাৰত জুই, চৰকাৰ আছে শুই
📌মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰ

📌জলপ্ৰলয়ত সন্ধানহীন ৮০০ ৰো অধিক লোক...
27/08/2026

📌জলপ্ৰলয়ত সন্ধানহীন ৮০০ ৰো অধিক লোক...

📌নেপালৰ মহাপ্ৰলয়!📌৩০০ তকৈ অধিক ভাৰতীয় লোক সন্ধানহীন📌ইয়াৰে ১৩৩ গৰাকী কৈলাশ মানস সৰোবৰ যাত্ৰাৰ তীৰ্থযাত্ৰী📌৭৭ গৰাকী আছি...
27/08/2026

📌নেপালৰ মহাপ্ৰলয়!
📌৩০০ তকৈ অধিক ভাৰতীয় লোক সন্ধানহীন
📌ইয়াৰে ১৩৩ গৰাকী কৈলাশ মানস সৰোবৰ যাত্ৰাৰ তীৰ্থযাত্ৰী
📌৭৭ গৰাকী আছিল ঈশা ফাউণ্ডেশ্যনৰ যাত্ৰী

27/08/2026

📌চিধাচিধি কথা 'ধাঁই ধাঁই ধাঁই': আকাশ শইকীয়া
📌'মানসজ্যোতি চেতিয়াৰ ঘটনাৰে জড়িত প্ৰতিটো অভিযুক্তক 'ধাঁই ধাঁই ধাঁই' কৰক'
📌'বিহুবৰ, চন্তকত থকা অবৈধ বাংলাদেশীক দিখৌ নৈত উ*টু*ৱাই দিয়ক'
📌'নহ'লে অবৈধ বাংলাদেশীয়ে আমাক খুলি খুলি গিলি খাব'
📌মানসজ্যোতি চেতিয়াৰ ঘটনাৰ উচিত তদন্ত বিচাৰি অসমীয়া যুৱ মঞ্চৰ হুংকাৰ

Address

Bhetapara
Gauhati
781028

Alerts

Be the first to know and let us send you an email when Axom Sangbad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom Sangbad:

Shortcuts

Share