PEE News Assam

PEE News Assam P*E News অসম 24×7,
এতিয়া আপুনি ক'ব ,আমি শুনিম

29/08/2026

এইখন ঘৰ বনুৱা নেপালৰ ইঞ্জিনীয়াৰ জনক ৰাইজে বিচাৰি আছে । ধন্যবাদ দিবলৈ

29/08/2026

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ মাকিৰীবুৰিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷

27/08/2026

👉 গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ উচ্ছেদিত পাইকান সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰে গোৱালপাৰা জিলা আয়ুক্ত আৰু ডিএফ অ' ৷

26/08/2026

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ আৰ্থিক সাহাৰ্য্যৰে আজি ডিৰ্মা জাখিলী পৰিষদীয় সমষ্টিত তিনিটা আচঁনিৰ কামৰ শুভাৰম্ভ কৰা হয় ৷ ৰাভা হাছং পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ আৱন্টিত পুঁজিৰে ছোটমাটিয়াত স্পোৰ্ট অফিচ বিল্ডিং, নাকাটিপাৰাত সাংস্কৃতিক মঞ্চ আৰু হাতীমুৰাত উপ-স্বাস্থ্য কেন্দ্ৰৰ পকীবেৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে ৰাভা হাছং পৰিষদৰ কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ ৰাভা ৷ আচঁনিৰ শুভাৰম্ভ অনুষ্ঠানত কেইবা গৰাকী বিশিষ্ট লোক উপস্থিত থাকে ৷

কৃষ্ণাইৰ পৰা ফজৰ আলীৰ ৰিপোৰ্ট, পী নিউজ ৷

25/08/2026

প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত

প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত। কংগ্ৰেছ ত্যাগ যুৱ কংগ্ৰেছৰ উপ-সভাপতি তথা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰাকেশ চক্ৰৱৰ্তীৰ। লবীকেন্দ্ৰিক ৰাজনীতি আৰু ৰাজতন্ত্ৰৰ দৰে দল পৰিচালনাৰ অভিযোগ তুলি দলত্যাগ কৰে চক্ৰৱৰ্তীয়ে। ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, প্ৰদেশ সভাপতি গৌৰৱ গগৈসহ দলীয় নেতৃত্বলৈ প্ৰেৰণ কৰে দলত্যাগ পত্ৰ। কৃষ্ণাইৰ পৰা ফজৰ আলীৰ ৰিপোৰ্ট P*e News

22/08/2026

কৃষ্ণাইত হাতীৰ আ**ক্ৰমণত নিহ**ত এজন

22/08/2026

যোগীঘোপাত নিশা দুধৰ্ষ ডকাইতক এনকাউণ্টাৰ ।

16/08/2026

স্বাধীনতা দিৱস উপলক্ষে কৃষ্ণাইত পদ যাত্ৰা ABVP ৰ

Happy Independent Day 2026
15/08/2026

Happy Independent Day 2026

14/08/2026

👉 দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে গোৱালপাৰা জিলাৰ কৃষ্ণাইত ত্ৰিৰংগা যাত্ৰা উলিওৱা হয় ৷ পশ্চিম গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ টুক্ৰেশ্বৰী মণ্ডলৰ উদ্যোগত কৃষ্ণাই বজাৰত ত্ৰিৰংগা যাত্ৰা উলিওৱা হয় ৷ ত্ৰিৰংগা যাত্ৰাত পশ্চিম সমষ্টিৰ বিধায়ক পৱিত্ৰ ৰাভা আৰু জিলা বিজেপিৰ সভাপতি দিপাংক নাথৰ লগতে শতাধিক লোকে অংশগ্ৰহণ কৰে ৷
👉 আনহাতে জিলাখনৰ পূৱ বিধানসভাৰ অন্তৰ্গত বিজেপিৰ হাব্ৰাঘাট মণ্ডলৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা উলিওৱা হয় ৷ বিজেপিৰ কৰ্মকৰ্তা সকলে হাতে হাতে পতাকা, বেনাৰ লৈ কৃষ্ণাই বজাত সমদল কৰি ত্ৰিৰংগা যাত্ৰা কৰে ৷

Byte....MLA & BJP Leader

Address

MN Path
Gauhati
781038

Telephone

+918638611836

Alerts

Be the first to know and let us send you an email when PEE News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to PEE News Assam:

Shortcuts

Share