NE VIEW

"সত্যৰ পক্ষত নিৰ্ভীক যাত্ৰা"
অসমৰ বিভিন্ন প্ৰান্তৰ দৈনিক বাতৰিৰ বাবে যোগাযোগ কৰক@6002437735 আৰু সত্য বা-বাতৰি চাবৰ বাবে, আজিয়েই Subscribe কৰক " এন ই ভিও" - NE VIEW.

29/05/2026

নাজিৰাৰ গেলেকী নআলিত পথ দূ*ৰ্ঘ*ট*না

চাহ শ্ৰমিক কঢ়িয়াই অনা এখন বাহন দূ*ৰ্ঘ*ট*না

হাতীপটিৰ পৰা আঠখেল অভিমুখে শ্ৰমিক কঢ়িয়াই লৈ যাওতে হয় এই পথ দু*ৰ্ঘ*ট*নাটো

তীব্ৰ গতিত নিয়ন্ত্ৰণ হেৰুৱাই দূ*ৰ্ঘ*ট*নাগ্ৰস্ত বাহনখনৰ পৰা স্থানীয় লোকে উদ্ধাৰ কৰে চাহ শ্ৰমিক সকলক

"
"
"

29/05/2026

🟥এগৰাকী গৃহস্থৰ ঘৰত সোমাই বান্দৰে লণ্ড ভণ্ড কৰে পাকঘৰৰ বস্ত
"
"

29/05/2026

🟥কলিয়াবৰত বিশিষ্ট কবি প্ৰনৱ কুমাৰ বৰ্মনৰ ৪৭ সংখ্যক জন্ম দিন উদযাপন
🟥অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দুই শতাধিক সাহিত্যনুৰাগীৰ উপস্থিতিত কবিগৰাকীৰ জন্মদিন উদযাপন কৰা হয়
"
"

29/05/2026

🟥পেট্ৰ'ল ডিপোত ভিক্টৰ দাস আৰু এগৰাকী ব্যক্তিৰ মাজত প্ৰচণ্ড তৰ্কা তৰ্কি
🟥গু*লী*য়াই দিয়াৰ ভাবুকি ব্যক্তি গৰাকীক
"
"
#

29/05/2026

📌ডিব্ৰুগড়লৈ আহি আছে YASHODA HOSPITALৰ স্নায়ু বিশেষজ্ঞ ডাঃ মনোজ চন্দ্ৰ
📌অহা ৩১ মে আৰু ২ জুনত ডিব্ৰুগড় মৃত্যুঞ্জয় হেলথ কেয়াৰ, স্বৰ্ণলতা কমপ্লেক্সত উপস্থিত থাকিব ডাঃ মনোজ চন্দ্ৰ
📌যোগাযোগ নম্বৰ 9247550269 আৰু 7635824853

29/05/2026

29/05/2026

🟥YASHODA HOSPITALৰ স্নায়ু বিশেষজ্ঞ ডাঃ মনোজ চন্দ্ৰ আহি আছে যোৰহাটলৈ
🟥অহা ০১ জুন ত Cyrstal Diagnostic Center LLP,RB Road Tarajan , Bhatemora Gaonত উপস্থিত থাকিব ডাঃ মনোজ চন্দ্ৰ
🟥যোগাযোগ নম্বৰ 8065906140
"
"

29/05/2026

পকেটত মাদক দ্ৰব্য লৈ প্ৰৱেশ কৰি মহাপুৰুষজনাৰ অপূৰ্ব সৃষ্টিক অপমান এজন যুৱকৰ

"
"
"

28/05/2026

📌What are the earliest warning signs of Parkinson’s disease that people often ignore?
পাৰ্কিনছন ৰোগৰ আটাইতকৈ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি ?
📌Why is early diagnosis so important in movement disorders?
মুভমেণ্ট ডিছঅৰ্ডাৰ বা চলাচলৰ সমস্যাজনিত ৰোগত সোনকালে ৰোগ নিৰ্ণয় কৰাটো কিয় ইমান জৰুৰী
📌How important is rehabilitation, physiotherapy, and lifestyle management in treatment outcomes?
চিকিৎসাৰ ফলাফল উন্নত কৰাত পুনৰ্সংস্থাপন , ফিজিঅ’থেৰাপী আৰু জীৱনশৈলী ব্যৱস্থাপনাৰ ভূমিকা কিমান?
Today, our special guest for the program “PRATIKAR” is Dr. Rupam Borgohain, Clinical Director, Department of Neurology, at Yashoda Hospitals.
​ ​ ​ ​

28/05/2026

🟥"ঐ মিঞাৰ দালাল"
🟥"ঐ চুমা বাবা"
🟥"সদনৰ মজিয়াত অদ্ভুত আচৰণ বিজেপিৰ বিধায়কৰ"
🟥"সদনৰ অধক্ষ্যৰ সন্মুখতেই বিজেপিৰ বিধায়কৰ অশালীন ব্যৱহাৰ"
🟥"ঐ ঐ বুলি বিৰোধীৰ বিধায়কক সম্বোধন বিজেপিৰ বিধায়কৰ"
"
"

28/05/2026

Address

3rd Floor, Kabita Mansion. Rajgarh Link Road
Gauhati
781003

Alerts

Be the first to know and let us send you an email when NE VIEW posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE VIEW:

Share