NORTH EAST VIEW

"সত্যৰ পক্ষত নিৰ্ভীক যাত্ৰা"
অসমৰ বিভিন্ন প্ৰান্তৰ দৈনিক বাতৰিৰ বাবে যোগাযোগ কৰক@6002437735 আৰু সত্য বা-বাতৰি চাবৰ বাবে, আজিয়েই Subscribe কৰক " এন ই ভিও" - NE VIEW.

29/08/2026

📌শোণিতপুৰৰ বালিপৰাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা
📌গুৰুতৰ ভাবে আহত হৈছে এজন বাইক আৰোহী
📌আহত যুৱকজনক বালিপৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে
"
"
#

29/08/2026

📌জখলাবন্ধাৰ মাজমজিয়াত লেলিহান জুই! অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়িক প্ৰতিষ্ঠান
📌অগ্নিকাণ্ডৰ পিছত জখলাবন্ধাত উত্তপ্ত পৰিস্থিতি! অগ্নি নিৰ্বাপক বাহিনী পলমকৈ অহাৰ অভিযোগ ৰাইজৰ
"
"

28/08/2026

📌নিশা মুৰ্গীৰ গৰালত আতংক—সৰ্পবন্ধুৰ তৎপৰতাত উদ্ধাৰ বিষাক্ত কলী ফেঁটী
📌কণীৰ লোভত মুৰ্গীৰ গৰালত প্ৰকাণ্ড কলী ফেঁটী—কৌশলেৰে উদ্ধাৰ সৰ্পবন্ধুৰ
"
"

28/08/2026

🟥মানৱতাৰ নিদৰ্শন—চাৰিদুৱাৰত ভাৰতীয় সেনাৰ উদ্যোগত ৰক্তদান শিবিৰ
🟥দেশৰ সুৰক্ষাৰ লগতে মানৱ সেৱাতো সেনা—শতাধিক জোৱানৰ ৰক্তদান
🟥এটোপাল ৰক্তই বচাব পাৰে এটা জীৱন
🟥চাৰিদুৱাৰত ভাৰতীয় সেনাৰ মহৎ পদক্ষেপ—ৰক্তদান কৰি মানৱ সেৱাৰ বাৰ্তা শতাধিক জোৱানৰ
"
"
#

28/08/2026

📌মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত আছুৰ বিক্ষোভ সমদল
📌অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজপথত আছু
📌মূল্যবৃদ্ধিৰ জুইত জনতা, প্ৰতিবাদত লখিমপুৰ জিলা আছু
"
"

28/08/2026

🟥মুহূৰ্তৰ ভিতৰতে প্ৰকৃতিৰ সংহাৰী ৰূপ… বানৰ তাণ্ডৱত তচনচ নেপাল
🟥হিমালয়ৰ বুকুত হঠাৎ নামিল প্ৰলয়… বান আৰু ভূমিস্খলনে কঁপালে নেপাল
🟥চকুৰ পচাৰতে উটি গ’ল ঘৰ-দুৱাৰ, পথ-দলং… নেপালত ভয়ংকৰ বানৰ তাণ্ডৱ
🟥মৃত্যুৰ কিৰিলি, নিখোজ শ শ লোক… প্ৰলয়ংকাৰী বানত বিপৰ্যস্ত নেপাল
"
"

27/08/2026

🟥 নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ৩ ছেপ্টেম্বৰৰ পৰা বৰ্ষ যোৰা কাৰ্যসূচীৰে মহাৰজত জয়ন্তী উদযাপন
"
"

26/08/2026

📌শোণিতপুৰৰ ৰঙাপৰাৰ ২ নং নাহৰণিগ্ৰান্তত বন্যহস্তীয়ে ভাঙিলে বাসগৃহ
📌কোনোমতে পলায় প্ৰাণ ৰক্ষা কৰে ৰূপক মাহাতোৰ পৰিয়াল বৰ্গই
📌পিছত আমাৰীবাৰী বনবিভাগক খবৰ দিয়াত বনবিভাগৰ লোক আহি হাতীকেইটা খেদি পথিয়াবলৈ সক্ষম হয়
"
"

26/08/2026

📌অবৈধভাৱে গৰু সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ হৈছে জখলাবন্ধা আৰক্ষী
📌গোপন খবৰৰ ভিত্তিত জখলাবন্ধা আৰু বাগৰি আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত চলালে অভিযান
📌অভিযানত শিৱসাগৰৰ পৰা মেঘালয় অভিমুখী As 01 FC 7761 নম্বৰৰ এখন গৰু ভৰ্তি বাহন জব্দ কৰে জখলাবন্ধা আৰক্ষীয়ে
📌জব্দকৃত ট্ৰাক খনৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা ৩০ টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে
'
'

26/08/2026

📌শোণিতপুৰ বালিপৰাত চুৰিকাণ্ড,এজনক আটক
📌প্ৰাণজিৎ সৰকাৰ নামৰ ব্যক্তিজনৰ বাসগৃহত কোনো নথকাৰ সুযোগ লৈ চুৰে পানীৰ মটৰ,কাৰেন্টৰ তাৰ,বাথৰুমৰ কাৰনে অনা বিভিন্ন সামগ্ৰী চুৰে চুৰ কৰি লৈ যায়
📌ঘটনা সন্দৰ্ভত প্ৰাণজিৎ সৰকাৰে চাৰিদুৱাৰ আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীয়ে অভিযান চলায়
"
"

Address

3rd Floor, Kabita Mansion. Rajgarh Link Road.
Gauhati
781003

Alerts

Be the first to know and let us send you an email when NORTH EAST VIEW posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NORTH EAST VIEW:

Shortcuts

Share