NB News

NB News From breaking news to in-depth stories, we have got you covered! Follow us and never miss a beat.

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক ভাবুকি দি গ্ৰেপ্তাৰ আব্দুল মোতালেব।
15/08/2026

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক ভাবুকি দি গ্ৰেপ্তাৰ আব্দুল মোতালেব।

15/08/2026

আব্দুল মোতালেবে সামাজিক মাধ্যমত দিয়া ভয়ংকৰ ভাবুকিৰ পাছতে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

15/08/2026

📌নগাঁৱত পতাকা উত্তোলন মন্ত্ৰী পিযুষ হাজৰীকাৰ
📌নুৰুল আমিন খেল পথাৰত স্বাধীনতা দিৱস উদযাপন
📌জিলা প্ৰশাসনৰ উদ্যোগত ৮০ সংখ্যক স্বাধীনতা দিৱস

15/08/2026

📌আজি দেশে উদযাপন কৰিছে ৮০ সংখ্যক স্বাধীনতা দিৱস
📌RSSৰ মুখ্য কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপন
📌RSS প্ৰমুখ মোহন ভাগৱতে উত্তোলন কৰে ত্ৰিৰংগা

15/08/2026

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত অঘটন। পলাশবাৰী সমজিলা আয়ুক্ত ভাস্কৰজ্যোতি কলিতাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ লওঁতেই খহি পৰিল পতাকা।

📌Gen-Z আৰু Gen-Alpha ধাৰণাক মই বিশ্বাস নকৰো, এয়া ইউৰোপিয়ান সংস্কৃতি📌মই ৰাজ্যৰ যুৱ প্ৰজন্মক নিজৰ পুত্ৰ-ভাতৃ বুলি ভাবো📌মুখ...
15/08/2026

📌Gen-Z আৰু Gen-Alpha ধাৰণাক মই বিশ্বাস নকৰো, এয়া ইউৰোপিয়ান সংস্কৃতি
📌মই ৰাজ্যৰ যুৱ প্ৰজন্মক নিজৰ পুত্ৰ-ভাতৃ বুলি ভাবো
📌মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য

15/08/2026

📌আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস
📌মহানগৰীৰ জু-ৰোডত ত্ৰিৰংগা ৰেলী
📌ৰেলীত অংশগ্ৰহণ বিদ্যাভাৰতীৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ

15/08/2026

📌কোকৰাঝাৰত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
📌BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উত্তোলন কৰে পতাকা
📌চৰকাৰী বহুমুখী খেলপথাৰত স্বাধীনতা দিৱসৰ আয়োজন

15/08/2026

📌আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস
📌গোলাঘাটৰ সমন্বয় ক্ষেত্ৰ খেলপথাৰত স্বাধীনতা দিৱস উদযাপন
📌পতাকা উত্তোলন কৰিলে মন্ত্ৰী অজন্তা নেওগে

Address

Gauhati
781006

Alerts

Be the first to know and let us send you an email when NB News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NB News:

Shortcuts

Share