News24h

News24h The stories explained & news you'll want to share.

05/09/2026

শিক্ষক দিৱসৰ বিশেষ গীত “Teachers Day ত মনত পেলোৱা গান” — শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰতি সন্মান, কৃতজ্ঞতা আৰু শ্ৰদ্ধা নিবেদনেৰে এটি হৃদয়স্পৰ্শী গীত।

#শিক্ষকদিৱস #গুৰু #শ্ৰদ্ধা #শুভেচ্ছা

News 24H ৰ ফালৰ পৰা সমাজৰ প্ৰতিগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুলৈ পৱিত্ৰ শিক্ষক দিৱসৰ হিয়াভৰা শুভেচ্ছা! 📚✨
05/09/2026

News 24H ৰ ফালৰ পৰা সমাজৰ প্ৰতিগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুলৈ পৱিত্ৰ শিক্ষক দিৱসৰ হিয়াভৰা শুভেচ্ছা! 📚✨

04/09/2026

শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে নলবাৰী জিলাৰ বৰভাগৰ উলাবৰীত অনুষ্ঠিত হ’ল আকৰ্ষণীয় নাও খেল প্ৰতিযোগিতা। পৰম্পৰা আৰু উৎসৱৰ উলাহেৰে মুখৰিত হৈ পৰিল সমগ্ৰ অঞ্চল। নাও খেল প্ৰতিযোগিতা উপভোগ কৰিবলৈ বৃহৎ সংখ্যক ৰাইজৰ সমাগম ঘটে।
#শ্ৰীকৃষ্ণজন্মাষ্টমী #নলবাৰী #বৰভাগ #উলাবৰী #নাওপ্ৰতিযোগিতা #অসমৰপৰম্পৰা #অসমীয়া_সংস্কৃতি

04/09/2026

বৰপেটাৰোডত চৰকাৰী হাস্পতালৰ জৰুৰী চিকিৎসা সেৱা আৰু ড° মুকুট চন্দ্ৰ দাসৰ নেতৃত্বত সফল চিকিৎসা বিষাক্ত সাপে কামোৰা ব্যক্তিৰ প্ৰাণৰক্ষা

নিউজ ডেস্ক ৰিপৰ্ট NEWS24H

03/09/2026

বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত মেদা গাঁৱৰ বকোৰ গামেৰিমুৰাত আৰক্ষীৰ গুলীত নিহত আৰক্ষী জোৱান ফজৰুল আলীৰ মৃত্যুৰ খবৰে শোকস্তব্ধ সমগ্ৰ গাঁও

বৰপেটাৰ পৰা NEWS24H ৰিপৰ্ট

01/09/2026

ভূটানৰ এৰিলে পানী, ভয়াৱহৰূপত বৃদ্ধি পাইছে বেকী নদীৰ জলপৃষ্ঠ নৈপৰীয়া ৰাইজক সতৰ্কীকৰণ বৰপেটা জিলা আয়ুক্তৰ

বাক্সাৰ পৰা পুৰন দেউৰীৰ ৰিপোৰ্ট NEWS24H

31/08/2026

পুনৰ ধাৰাসাৰ বৰষুণৰ কবলত গুৱাহাটী মহানগৰী। গড়চুক ৰ পৰা লাইভ।

29/08/2026

শিমলাগুৰী আৰক্ষী পহৰাচকীত কৰ্তব্যৰত অৱস্থাত শৈলেন বড়ো নামৰ অসম আৰক্ষীৰ কনিষ্টবলৰ আকস্মিক মৃত্যু

বাক্সাৰ পৰা পুৰন দেউৰীৰ ৰিপোৰ্টNEWS24H

28/08/2026

বৰপেটাৰোডত উমাৱতী আশ্ৰম আনন্দ মাৰ্গ প্ৰচাৰক সংঘৰ শ্ৰাৱণী পূৰ্ণিমা উৎসৱ উদযাপন

বৰপেটা ৰোডৰ পৰা সমৰ আলীৰ ৰিপোৰ্ট NEWS24H

27/08/2026

বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ আকস্মিক বিয়োগ মথনগুৰিত বিপিএফৰ শ্ৰদ্ধাঞ্জলি

বাক্সাৰ পৰা পুৰন দেউৰীৰ ৰিপোৰ্ট NEWS24H

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when News24h posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share