NE 24 Axom

NE 24 Axom সত্যৰ পথত, মানুহৰ কাষত ।
অসম, দেশ-বিদেশৰ তাজা খবৰ সৰ্বপ্ৰথম ।আপোনালোকৰ ওচৰলৈ আনিবলৈ সদায় প্ৰস্তুত।
সত্য, নিৰ্ভীক আৰু জনতাৰ কণ্ঠস্বৰ ।

আপোনাৰ ব্যৱসায়ক দিয়ক এক নতুন পৰিচয়! NE 24 Axom-ৰ জৰিয়তে আপোনাৰ ব্যৱসায়, অনুষ্ঠান বা বিশেষ বাৰ্তা লাখ লাখ মানুহৰ মাজলৈ লৈ...
09/07/2026

আপোনাৰ ব্যৱসায়ক দিয়ক এক নতুন পৰিচয়! NE 24 Axom-ৰ জৰিয়তে আপোনাৰ ব্যৱসায়, অনুষ্ঠান বা বিশেষ বাৰ্তা লাখ লাখ মানুহৰ মাজলৈ লৈ যাওক। সঠিক, নিৰ্ভৰযোগ্য আৰু দ্ৰুত প্ৰচাৰৰ বাবে আজিই আমাৰ সৈতে যোগাযোগ কৰক।

📞 যোগাযোগ কৰক: +91 60011 04921

সদনত উত্থাপন হ'ল দুখনকৈ নতুন বিধেয়ক
09/07/2026

সদনত উত্থাপন হ'ল দুখনকৈ নতুন বিধেয়ক

নগাঁৱৰ ধিঙত নগাঁও আৰক্ষীৰ অভিযানধিঙৰ লাঙীয়া ডুমডুমীয়াত পিষ্টলসহ আটক ডকাইতধৃত ডকাইতটো ডুমডুমীয়াৰ ছাহজামাল আলীনগাঁও আৰক্ষী...
09/07/2026

নগাঁৱৰ ধিঙত নগাঁও আৰক্ষীৰ অভিযান
ধিঙৰ লাঙীয়া ডুমডুমীয়াত পিষ্টলসহ আটক ডকাইত
ধৃত ডকাইতটো ডুমডুমীয়াৰ ছাহজামাল আলী
নগাঁও আৰক্ষীৰ নেতৃত্বত চলিছিল অভিযান

▶️ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১লাখ টকাৰ বৰঙণি ▶️সামাজিক মাধ্যমত এই মহৎ পদক্ষেপৰ বাবে আন্তৰ...
08/07/2026

▶️ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১লাখ টকাৰ বৰঙণি

▶️সামাজিক মাধ্যমত এই মহৎ পদক্ষেপৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

08/07/2026

নগাঁৱৰ জুৰীয়াত ৪ কণ্যা সন্তানসহ এগৰাকী মাতৃ নিৰুদ্দেশ। এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। পত্নী আৰু সন্তানক বিচাৰি কাতৰ অনুৰোধ স্বামীৰ। কোনোবাই তথ্য পালে সহায় কৰক।
📞 যোগাযোগ: ৭৪৮৭৯৮৯৫০৪

03/07/2026

🔴লাওঁখোৱাত বন বিভাগৰ বৃহৎ উচ্ছেদ।
🔴শ শ বিঘা মৰাপাটৰ খেতি ধ্বংস।
🔴বন বিভাগৰ বিৰুদ্ধে প্ৰহাৰৰ অভিযোগ।

30/06/2026

জুৰীয়াত প্ৰেমিকৰ ভয়ংকৰ পদক্ষেপ

29/06/2026

🔴 কৃষকৰ পৰিশ্ৰমৰ মূল্য কি নাই?
🔴এই দুৰৱস্থাৰ বাবে দায়ী কোন?
🔴আপোনাৰ অঞ্চলত শাক-পাচলিৰ দাম কিমান?

🔴 ঘৰ ভাঙি যোৱা পৰিয়াললৈ চৰকাৰী সাহাৰ্য
29/06/2026

🔴 ঘৰ ভাঙি যোৱা পৰিয়াললৈ চৰকাৰী সাহাৰ্য

মহাৰাষ্ট্ৰত টেটৰ প্ৰশ্নকাকত ফাদিল!
27/06/2026

মহাৰাষ্ট্ৰত টেটৰ প্ৰশ্নকাকত ফাদিল!

Address

Guwahati
Nagaon
781001

Telephone

+916900157800

Website

Alerts

Be the first to know and let us send you an email when NE 24 Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE 24 Axom:

Shortcuts

Share