Assam Talks Digital

Assam Talks Digital Official page of ASSAM TALKS, 24x7 Assamese Satellite News Channel. Please follow our page to watch live and breaking news.

15/08/2026

বশিষ্ঠৰ কালী মন্দিৰৰ লুটপাতত জড়িত দুৰ্বৃত্ত আৰক্ষীৰ জালত।

15/08/2026

আছাম টকছৰ নলবাৰীৰ সাংবাদিক ৰবেন পাটোৱাৰীক বিশেষ বঁটা।

15/08/2026

বঙালমৰাত আৰক্ষীৰ জালত ৫টা জুৱাৰী।

15/08/2026

নলবাৰীত ইনভা বাহনে মহটিয়াই নিলে দুগৰাকীকৈ মহিলাক। থিতাতে নিহত এগৰাকী মহিলা।

15/08/2026

ইণ্ডোনেছিয়াত পুনৰ ভূমিকম্পৰ প্ৰবল জোকাৰণি।

15/08/2026

কৰ্তব্যৰত আৰক্ষীৰ বিষয়া নৱজিত দাসৰ মৃতদেহ আহি পালে ওদালগুৰিৰ স্ব-গৃহলৈ। ওদালগুৰিত শোকাকুল পৰিৱেশ

15/08/2026

স্বাধীনতা দিৱসৰ দিনাই বিভিন্ন প্রান্তত ভিন্ন অঘটন। ক’ৰবাত যদি ওলোটাকৈ উৰিল পতাকা আন ক’ৰবাত আকৌ উত্তোলন কৰোতেই ছিঙি পৰিল পতাকা

15/08/2026

ইৰানৰ সৈতে সংঘাত পুনৰ জটিল কৰাৰ স্পষ্ট ইংগিত দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এইবাৰ হৰমুজ প্ৰণালী আমেৰিকাৰ অংগ কৰাৰে ঘোষণা কৰিলে ট্ৰাম্পে। নিউয়ৰ্কৰ এক ৰেলীত অংশ লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ক’লে- ইৰানক যুদ্ধত সম্পূৰ্ণৰূপে হৰুৱাই, ইতিমধ্যেই ইৰান বেয়াকৈ যুদ্ধত হাৰিছেই, আমি হৰমুজ প্ৰণালী আমেৰিকাৰ অংগ কৰিয়েই পেলাম।

15/08/2026

সমগ্ৰ দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে অসমতো প্ৰান্তে প্ৰান্তে উদযাপন দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱস।

15/08/2026

বিধানসভা নিৰ্বাচনত বিপুল জনাদেশৰ বাবে খানাপাৰৰ স্বাধীনতা দিৱসত ভাগ লৈ মূৰ দোৱাই ৰাইজক সেৱা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাইজৰ বিশ্বাস-আশ্বাসৰ বাবে দ্বিতীয়বাৰলৈ চৰকাৰ গঠনৰ বাবে সক্ষম হোৱা বুলি উল্লেখ কৰি আগন্তক সময়ত কি কি কৰিবলগীয়া আছে আৰু কেনেদৰে ৰাজ্যখনক শক্তিশালী কৰিব সেইকথা স্মাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ লৈ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

Address

26/27, INDUSTRIAL Estate, 3rd Bylane Bamunimaidam
Gauhati
781021

Alerts

Be the first to know and let us send you an email when Assam Talks Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share