NKTV Plus

NKTV Plus NKTV Plus is a page for the evolved and informed news consumer seeking information and news of Assam in particular and the northeast of India in general.
(6)

Welcome to NKTV Plus – the digital Assamese page of Assamese Satellite News Channel, NKTV Plus.

It is local in essence and seeks to reach a global audience with news, views and opinions on a variety of topics related to Assam; it creates content for the consumption of the citizens of the world who are interested in keeping the

mselves abreast of Assam and northeast India. The page delivers news and information through the whole gamut of delivery vehicles that it sources from its parent Assamese satellite TV channel, NKTV Plus. The page contains videos and web links for dissemination of the news that matter, creating palatable content for the global news consumer. NKTV Plus and its subsidiary digital media, are promoted by successful Assamese entrepreneur Nipon Kumar Talukdar and its young, dynamic group of journalists are steered by the able leadership of veteran and renowned journalist Manoj Kr Goswami.

01/12/2025

▶️ ডিজিটেল এৰেষ্টৰ নামত ছাইবাৰ প্ৰতাৰণাক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
▶️ এই ছাইবাৰ অপৰাধ গোচৰৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণ ন্যায়ালয়ৰ
▶️ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত নেতৃত্বাধীন খণ্ডবিচাৰপীঠে সোমবাৰে দিয়ে এই নিৰ্দেশ
▶️ ডিজিটেল এৰেষ্ট সম্পৰ্কীয় সকলো গোচৰৰ তদন্ত চলাব CBI-য়ে

01/12/2025

▶️ জনজাতিকৰণ সন্দৰ্ভত বিৰোধীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ
▶️ মন্ত্ৰীগোটৰ প্ৰতিবেদনক ললিপপ আখ্যা দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া
▶️ ‘বিৰোধীয়ে সকলো আঁচনিকে ললিপপ আখ্যা দিয়ে’

01/12/2025

01/12/2025

▶️ অহা ৪-৫ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন
▶️ ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পাছত এয়া হ’ব পুটিনৰ প্ৰথম ভাৰত ভ্ৰমণ
▶️ ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত উপস্থিত থাকিব পুটিন
▶️ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ’ব ৰাষ্ট্ৰপতি পুটিন

01/12/2025

▶️ ঈশ্বৰ পুত্ৰৰ নাম মচি দিয়াটো ইমান জানোঁ সহজ...
▶️ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নহ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ

01/12/2025

‘কণ্ঠশিল্পী অসম’ৰ বিশেষ অনুষ্ঠান
চানমাৰি AEI খেলপথাৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
মায়াময় সন্ধিয়া আৰু জুবিনৰ গানৰ আমেজ
জুবিনৰ চিৰসেউজ গীতেৰে জীপাল অনুষ্ঠান
বুকুৱে বুকুৱে বাজি থকা সুৰ
শিপাই শিপাই প্ৰৱাহিত গান
হাজাৰ হাজাৰ লোকে স্মৰণ কৰিছে জুবিন গাৰ্গক
‘জুবিন শ্ৰদ্ধাৰ্ঘ্য’

01/12/2025

▶️ মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ পাছত জনজাতিকৰণৰ জুইকুৰা নিৰ্বাপিত নহ'ল
▶️ জনজাতি সমাজে এই প্ৰতিবেদন তথা ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা কৰাৰ সমান্তৰালকৈ ৰাজনৈতিক স্তৰতো জোকাৰণিৰ সৃষ্টি কৰিছে
▶️ এয়া চৰকাৰৰ নিৰ্বাচনী টোপ বুলি সমালোচনা কৰিছে বিৰোধী ৰাজনৈতিক দলে

01/12/2025

▶️ গুৱাহাটীত আৰম্ভ মূকাভিনয় সপ্তাহ। ‘নিৰ্বাক’ৰ উদ্যোগত ১ৰ পৰা ৭ ডিচেম্বৰলৈ মূকাভিনয় সপ্তাহ। যুৱ-প্ৰজন্মৰ বাবে পথ সুৰক্ষাৰ বাৰ্তালৈ নিৰ্বাকৰ এই আয়োজন। লখৰাস্থিত চাই বিকাশ চৌহদত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ। অনুষ্ঠানত উপস্থিত থাকে চাই বিকাশৰ পৰিচালন সঞ্চালক ড° শ্রীনিবাস ৰেড্ডী, অধ্যক্ষ ড° মনোজ কুমাৰ চৌধুৰী, সাংবাদিক প্রীতি প্ৰিয়দৰ্শিনী, পথিকৰ প্ৰতিষ্ঠাতা ভিক্টৰ ৰাজকুমাৰ, বাইচকেল মেয়ৰ অফ গুৱাহাটী আৰ্শেল আখতাৰ, দিব্যাংগ নাট্য বিদ্যালয়ৰ ৰাজীৱ কুমাৰ সাউদ। নিৰ্বাকৰ প্ৰতিষ্ঠাপক তথা যুৱ মুকাভিনেতা মিনাংক ডেকাৰ উদ্যোগত আৰু নিৰ্দেশনাত পথ সুৰক্ষা সম্বন্ধীয় এটা মাইম ভিডিঅ’ উন্মোচন কৰা হয়।

01/12/2025

▶️ শৰতৰ শেষতো সংস্কৃতিয়ে সিঁচিছে সুবাস
▶️ ডিমৌত চলিছে মহা আয়োজন...
▶️ গানে কথাই নহয়, সঁচাকৈয়ে নাচিব ষোল্লশ গোপীয়ে
▶️ শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত সংসাৰৰ মায়া এৰি দিব গোপীগণে

01/12/2025

▶️ ১৯৫৫ চনত স্থাপন হৈছিল বজালী মহাবিদ্যালয়
▶️ মহাবিদ্যালয়খনৰ সৈতে আৱেগ জড়িত হৈ আছে পাঠশালাবাসীৰ
▶️ বিশ্ববিদ্যালয়লৈ উন্নীত ভট্টদেৱ বিশ্ববিদ্যালয় স্থানান্তৰ হ’ব আন সমষ্টিলৈ
▶️ মেধিকুছিত নিৰ্মাণ সম্পূৰ্ণ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ

01/12/2025

▶️ জ্বলি আছে জনজাতিকৰণৰ জুই
▶️ জনজাতিকৰণৰ লাভালাভ কি?
▶️ ৰাজ্যৰ এটা সমষ্টিত হাই প্ৰফাইল যুঁজৰ প্ৰস্তুতি
▶️ একেটা সমষ্টিত ৩ সংখ্যালঘু নেতাৰ প্ৰতিদ্বন্দ্বিতা
▶️ অপৰাধীৰ ঘাটি হৈ উঠিছে গুৱাহাটী
▶️ কিমান দুৰ্নীতিগ্ৰস্ত পৰিল ফান্দত?
▶️ CMৰ কঠোৰ স্থিতিটো স্তিমিত হোৱা নাই আন্দোলন
▶️ প্ৰতিবাদত অচল ১০৮ সেৱা
▶️ প্ৰতিবাদৰ পূৰ্বেই স্থিতি স্পষ্ট মুখ্যমন্ত্ৰীৰ
▶️ ভয়ানক ৰূপত বাঢ়িছে HIV আক্ৰান্ত
▶️ মেঘালয় ভ্ৰমণ কিমান সুৰক্ষিত?

Address

GS Road
Gauhati
781005

Alerts

Be the first to know and let us send you an email when NKTV Plus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NKTV Plus:

Share