Barta Live Axom

Barta Live Axom সত্য,নিৰ্ভীক আৰু নিৰপেক্ষ বাতৰিৰ বাব? news Website, news portal

21/10/2023

ধমধমা আঞ্চলিক দুৰ্গা পূজাৰ শতবাৰ্ষিকী মহোৎসৱ আৰম্ভ

সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাই

বৰমা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক , লেখক , বিশিষ্ট সমাজকৰ্মী চিত্ৰমল্ল চৌধুৰীৰ বুধবাৰে সন্ধি...
12/08/2023

বৰমা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক , লেখক , বিশিষ্ট সমাজকৰ্মী চিত্ৰমল্ল চৌধুৰীৰ বুধবাৰে সন্ধিয়া পৰলোকপ্ৰাপ্তি ঘটে

06/07/2023

বিমান ৰয়ক গ্ৰেপ্তাৰ আৰক্ষীৰ

পুনৰ খাকী পোচাকত কলা দাগ। ২০০০ টকা ঘোচ লৈ হাত দাঙিলে SI জয়নাল আলীয়ে ৷ জামিন মঞ্জুৰ কৰাৰ নামত ২০০০ টকা নিদিলে ভুৱা গোচৰ দ...
02/07/2023

পুনৰ খাকী পোচাকত কলা দাগ। ২০০০ টকা ঘোচ লৈ হাত দাঙিলে SI জয়নাল আলীয়ে ৷ জামিন মঞ্জুৰ কৰাৰ নামত ২০০০ টকা নিদিলে ভুৱা গোচৰ দিয়াৰ ভাবুকি প্ৰদান কৰিছিল আৰক্ষী বিষয়া গৰাকীয়ে ।

02/07/2023

মৰিগাঁওৰ মনিপুৰ গাওঁত এক দুখ লগা ছবি

▶  আজি বিশ্ব ছ’চিয়েল মিডিয়া দিৱস▶  আপুনি ছ’চিয়েল মিডিয়াৰ সৈতে প্ৰথম কেতিয়া জড়িত হৈছিল? মনত আছেনে?    # # #
30/06/2023

▶ আজি বিশ্ব ছ’চিয়েল মিডিয়া দিৱস
▶ আপুনি ছ’চিয়েল মিডিয়াৰ সৈতে প্ৰথম কেতিয়া জড়িত হৈছিল? মনত আছেনে?
# # #

বৰমাৰ কালজাৰ গাঁও নিবাসী, মুছলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি, বি টি ডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ স...
30/06/2023

বৰমাৰ কালজাৰ গাঁও নিবাসী, মুছলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি, বি টি ডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহকাৰী শিক্ষক,বৰমা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক,পলাশী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত জড়িত বিশিষ্ট সমাজকৰ্মী শুক্ৰেশ্বৰ মেধিৰ কালি নিশা নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুবৰণ কৰে। শিক্ষক জনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে গুণমুগ্ধ আৰু শুভাকাংক্ষী সকল নিজ গৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।পলাশী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতি, গুণমুগ্ধ আৰু শুভাকাংক্ষী সকল,বৰমা সাহিত্য সভা, মুছলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপৰিও স্হানীয় লোক তথা শুভাকাংশী সকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁৰ ৬০‌ বছৰ হৈছিল। তেওঁ পত্নী, পুত্ৰ,জী-জোৱাই, আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়।

আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰঈদ-উল-আজহাৰ
29/06/2023

আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ
ঈদ-উল-আজহাৰ

24/06/2023
সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল বাক্সাৰ শিকাইছিল তেজ প্ৰসাদ ভট্টৰাইৰ সুযোগ্য পুত্ৰ বিবেক ভট্টৰাইয়ে। এওঁ ৫৬৫ নম্বৰ পাবলৈ...
14/06/2023

সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল বাক্সাৰ শিকাইছিল তেজ প্ৰসাদ ভট্টৰাইৰ সুযোগ্য পুত্ৰ বিবেক ভট্টৰাইয়ে। এওঁ ৫৬৫ নম্বৰ পাবলৈ সক্ষম হয়।

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা, লোকসভাৰ সাংসদ দিলীপ শইকীয়া আৰু জয়ন্ত মল্ল বৰুৱা আজি সন্ধিয়া বঙাইগাঁওলৈ যোৱাৰ পথত ...
18/04/2023

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা, লোকসভাৰ সাংসদ দিলীপ শইকীয়া আৰু জয়ন্ত মল্ল বৰুৱা আজি সন্ধিয়া বঙাইগাঁওলৈ যোৱাৰ পথত নলবাৰীৰ প্ৰনিতা ৰেষ্টুৰেণ্টত ।

Address

Nalbari Assam Via Guwahati
Gauhati
781022

Alerts

Be the first to know and let us send you an email when Barta Live Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Barta Live Axom:

Share