19/05/2026
অসমৰ হৃদয়ৰ মাত, আমাৰ জুবিন দা-লৈ এই সৰু প্ৰয়াস ❤️
"অসমৰ ৰজা" - এটা শ্ৰদ্ধাঞ্জলি গীত
জুবিন দাৰ গান, তেওঁৰ সংগ্ৰাম আৰু অসমৰ প্ৰতি থকা অগাধ প্ৰেমে মোক সদায় অনুপ্ৰাণিত কৰে।
এই গীতটো তেওঁলৈ মোৰ তৰফৰ পৰা এটা সৰু উপহাৰ।
যদি গানটো ভাল লাগে তেন্তে Like, Share follow কৰিবা আৰু Commentত "জয় জুবিন দা" লিখি দিবা 🙏
#জুবিনগাৰ্গ #জুবিনদা #অসমৰজা #জয়আইঅসম #অসমীয়াগীত #অসম
গীতৰ কথা বিচাৰিলে Comment কৰিবা 👇