Axom Prime

Axom Prime we arise form the land of sunrise

13/09/2022

সাপৰ খেলা দেখুৱাই ফুৰা অঘৰী লোকক উচ্ছেদ কামপুৰ আঞ্চলিক বন বিভাগ আৰু কচুৱা আৰক্ষীৰ

13/09/2022

#চাওক খং উঠিল অৰবিন্দ কেজৰিৱালৰ ৷
গুজৰাটৰ ৰাজপথত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কিয় উঠিল খং?

13/09/2022

#কামপুৰত কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাৰ সংবাদ মেল ।

সংবাদ মেলযোগে ক্ষুৰধাৰ সমালোচনা নগাঁও জিলা সংখ্যালঘু ছাত্ৰ সন্থাৰ (AAMSU) সভাপতিক ।

আমছুৰ সভাপতি জনে এজন চালকক প্ৰহাৰ কৰাৰ অভিযোগ ।

নিশা গাড়ীৰ পৰা অবৈধভাৱে ধন সংগ্ৰহৰো অভিযোগ আমছুৰ নগাঁও জিলা সভাপতিৰ বিৰুদ্ধে ।

কেন্দ্ৰীয় সমিতিয়ে ব্যৱস্থা লোৱাৰ আহ্বান নগাঁও জিলাৰ আমছুৰ সভাপতিৰ বিৰুদ্ধে।

13/09/2022

কে.কেৰ বাহিৰে কোনো কণ্ঠশিল্পীকে ছেল্যুট নিদিয়ে জুবিন গাৰ্গে ।

ষ্টেজৰ পৰাই দৰ্শকক উদ্দেশ্যি জুবিন গাৰ্গৰ প্ৰশ্ন- "কে কেৰ মৃত্যু হ'ল কাৰণে পাহৰি গ'ল নেকি?

মই মৰিলেও পাহৰি যাব নেকি? "

12/09/2022

জীৱন সংগ্ৰাম! শাৰীৰিক প্ৰত্যাহ্বানক নেওচি হুইলচেয়াৰত বহি ছুইগী ডেলিভেৰী এগৰাকী যুৱতীৰ
জীৱন সংগ্ৰাম ! শাৰীৰিক প্ৰত্যাহ্বানক নেওচি হুইলচেয়াৰত বহি ছুইগী ডেলিভেৰীৰ বাবে ওলাই আহিছে এগৰাকী যুৱতী। ছচিয়েল মিডিয়াত ভাইৰেল এই দৃশ্য।

12/09/2022

টুকটুকীত "বিদেশত MBBS শিক্ষা আৰু ইয়াৰ নীতি নিৰ্দেশনা "ৰ ওপৰত সজাগতা সভা

12/09/2022

এছিয়া কাপ ফাইনেলত শ্ৰীলংকাৰ হাতত পাকিস্তানৰ শোচনীয় পৰাজয়ৰ পাছতে আফগানিস্তানত আনন্দ উল্লাস।
এছিয়া কাপ ফাইনেলত শ্ৰীলংকাৰ হাতত পাকিস্তানৰ শোচনীয় পৰাজয়ৰ পাছতে আফগানিস্তানত আনন্দ উল্লাস।

12/09/2022

'ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি চৰকাৰে বুজাই দিলে বিজেপিৰ বিৰুদ্ধে কোনেও মাত মাতিব নোৱাৰিব'
'ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি চৰকাৰে বুজাই দিলে বিজেপিৰ বিৰুদ্ধে কোনেও মাত মাতিব নোৱাৰিব'

12/09/2022

'ভিক্টৰে কোনো অপৰাধ কৰা নাই।' কিয় পুলিচে লেপটপ জব্দ কৰিব লাগে বুলি প্ৰশ্ন আত্মীয়ৰ
'ভিক্টৰে কোনো অপৰাধ কৰা নাই।' কিয় পুলিচে লেপটপ জব্দ কৰিব লাগে বুলি প্ৰশ্ন আত্মীয়ৰ

12/09/2022

ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক লৈ চৰকাৰক কঠোৰ সমালোচনা বিধায়ক ৰকিবুল হুছেইনৰ

Address

Gauhati
781006

Alerts

Be the first to know and let us send you an email when Axom Prime posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share