RitsTime Digital

RitsTime Digital Rits Time is an entertainment and informative based web channel run by M/S Shivam Entertainment & Network. Rits Time now registered under Trade Mark.

We are sharing many kinds of people lifestyle, entertainment, business, culture, tradition, news etc.

14/07/2025

মুকালমুৱাত বিশিষ্ট শিক্ষাবিদ সেখ্ মোবাৰাক হুছেইনৰ সোঁৱৰণীত "শলিতা" শীৰ্ষক এখনি সোঁৱৰণী গ্ৰন্থ উন্মোচন। গ্ৰন্থখন উন্মোচন কৰে অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামীয়ে, উপস্থিত থাকে বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন।

14/07/2025

গুৱাহাটী মহানগৰ এৰি এইবাৰ গৌৰীপুৰত দিলে চাহৰ দোকান শুকুৰ আলী।

👉মালেছিয়াত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। মালেছিয়াৰ ৰাজধানী কুৱালালামপুৰত অনুষ্ঠিত ৩২সংখ্যক আছিয়ান আঞ্চল...
12/07/2025

👉মালেছিয়াত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। মালেছিয়াৰ ৰাজধানী কুৱালালামপুৰত অনুষ্ঠিত ৩২সংখ্যক আছিয়ান আঞ্চলিক ফ'ৰাম (ARF)ৰ মন্ত্ৰীবৰ্গৰ বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে।

👉হাৰ্টথ্ৰ'ব জুবিন গাৰ্গলৈ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা 'সফল অসমীয়া বঁটা'।নৱেম্বৰ মাহত প্ৰদান কৰা হ'ব এই বঁটা। পৰিৱেশ সুৰক্...
12/07/2025

👉হাৰ্টথ্ৰ'ব জুবিন গাৰ্গলৈ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা 'সফল অসমীয়া বঁটা'।নৱেম্বৰ মাহত প্ৰদান কৰা হ'ব এই বঁটা। পৰিৱেশ সুৰক্ষা সমিতি'য়ে আগবঢ়াব বঁটা..

12/07/2025

📌ৰঙিয়াত কংগ্ৰেছৰ যুৱ নেতা প্ৰাণজিৎ চৌধুৰীক উষ্ম আদৰণী
📌কামৰূপ জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছতে সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে আদৰণী জনাই যুৱ নেতা গৰাকীক
📌বাইহাটা চাৰিআলিৰ পৰা ৰঙিয়াষ্ট ৰাজীৱ ভৱনলৈ বিশাল বাইক ৰেলীৰে আদৰি অহা নাই নৱ নিযুক্ত সভাপতি প্ৰাণজিৎ চৌধুৰীক
📌ৰঙিয়াৰ মাজ মজিয়াত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে প্ৰাণজিৎ চৌধুৰীৰ লগতে কংগ্ৰেছ কৰ্মী সকলে

12/07/2025

👉আজি গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চলিল সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ
👉সপোনৰ ঘৰখন ভাঙি ছাৰখাৰ হোৱাৰ পিছত কান্দোনৰ ৰোল উঠিছে গোৱলপাৰাৰ পাইকানত

12/07/2025

📌দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ শংকৰদেৱ শিশু নিকেতনত ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত ব্ৰহ্মপুত্ৰ কলা কৃষ্টি কেন্দ্ৰ আৰু জোনাকী মেল ব্ৰহ্মপুত্ৰৰ সহযোগত অনুষ্ঠিত মাতৃভাষাৰ শুদ্ধ আখৰ জোঁটনি কৰ্মশালা আৰু সত্ৰীয়া নৃত্য কৰ্মশালাৰ সফল সামৰণি..

12/07/2025

📌এছ এছ ষ্ট্ৰাষ্টৰ উদ্যোগত ছটলাত চিত্ৰাংকন আৰু সাধু কোৱা প্ৰতিযোগিতা সম্পন্ন ।
📌বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ছটলা আঞ্চলিক হাইস্কুলত শনিবাৰে অনুষ্ঠিত হৈ যায় চিত্ৰাংকন আৰু সাধু কোৱা প্ৰতিযোগিতা।

12/07/2025

🔸বিহালী নাচবৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনাত এজন থিতাতে নিহত।
🔸বিহালী আৰক্ষীৰ থানাৰ অন্তৰ্গত নাচবৰত আজি পুৱা ৯মান বজাত তেজপুৰৰ অভিমুখী পংকজ ট্ৰেভেলছ আল্টাবাচে এজন পথাচাৰীক মহতিয়াই লৈ যোৱাত লোকজন থিতাতে মৃত্যু হয়।। বাহন খনৰ নম্বৰ AS07BC 7726।

👉আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় অগপৰ ভাতৃ সংগঠন অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা।...
12/07/2025

👉আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় অগপৰ ভাতৃ সংগঠন অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা।
👉দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ বিভিন্ন কৰ্মপন্থা আৰু অন্যান্য বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয় এই সভাত।

12/07/2025

👉দেৰগাঁও ক্ৰীড়া সন্থা ভৱনত ১২আৰু ১৩জুলাই শনি আৰু দেওবাৰে গীতাশ্ৰী মিউজিক একাডেমীৰ উদ্যোগত ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এখনি গীতৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে । উক্ত কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত আছে বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰী আৰু হেমেন দাস।

Address

Gauhati

Alerts

Be the first to know and let us send you an email when RitsTime Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to RitsTime Digital:

Share