21/08/2026
হাজোৰ বৰছলিৰ প্ৰয়াত জয়ান আলী খণ্ড উন্নয়ন বিষয়াৰ বাবে মাউন্ট এভাৰেষ্ট ইংলিছত স্কুলৰ তৰফৰপৰা সমূহীয়া দোৱাৰ আইজোন কৰে বিদ্যালয় প্ৰতিপক্ষ।
অঞ্চলটোৰ বটবৃক্ষ স্বৰূপে পৰিচিত,বৰছলি অভিভাৱকস্বৰূপ অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া আলহাজ জয়ান আলী উমৰা হজ্জ কৰিবলৈ গৈ পৱিত্ৰ মক্কাশ্বৰিফত এক দুৰ্ঘটনাত পতিত হৈ যোৱা১৮তাৰিখে মৃত্যু হয়।
আলহাজ জয়ান আলী চাহেবৰ মৃত্যুৰ বাবে বৰছলি অঞ্চলৰ অপূৰণীয় ক্ষতি হয়।বৰছলিবাসী ৰাইজৰ তৰফৰ পৰা আলহাজ জয়ান আলী কাৰণে আল্লাহৰ ওচৰত দোৱা কৰে।
হাজোৰ পৰা জেহেৰুল ইছলামৰ ৰিপোৰ্ট।