Bamundi Live 24×7

Bamundi Live 24×7 সত্য আৰু নিৰপেক্ষ সংবাদ,‌ জনতাৰ কণ্ঠস্বৰ আৰু প্ৰতিভাৰ সন্ধান

27/08/2026

♦️নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে আমিনগাঁৱত কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

♦️দামবৃদ্ধি নিয়ন্ত্ৰণত বেয়াকৈ ব্যৰ্থ হৈছে চৰকাৰ -♦️ বজাৰত জ্বলিছে জুই চৰকাৰ আছে শুই -                            ড° সম...
27/08/2026

♦️দামবৃদ্ধি নিয়ন্ত্ৰণত বেয়াকৈ ব্যৰ্থ হৈছে চৰকাৰ -

♦️ বজাৰত জ্বলিছে জুই চৰকাৰ আছে শুই -

ড° সমুজ্জ্বল ভট্টাচাৰ্য


♦️সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নিত্য ব্যৱহৃত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব‌্যৰ্থ চৰকাৰৰ বিৰুদ্ধে ...
27/08/2026

♦️সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নিত্য ব্যৱহৃত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব‌্যৰ্থ চৰকাৰৰ বিৰুদ্ধে আমিনগাঁৱত বিক্ষোভ প্ৰদৰ্শন সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ


♦️অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ বিধেয়ক ২০২৬ সংশোধনৰ দাবীত কামৰূপ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্...
27/08/2026

♦️অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ বিধেয়ক ২০২৬ সংশোধনৰ দাবীত কামৰূপ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কলিতা জনগোষ্ঠী কামৰূপ জিলা সমিতিৰ

♦️কামৰূপৰ লাহেশ্বৰী চাপৰিটোৰ কৃষিভূমিৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে ওলাই আহিল অঞ্চলটোৰ শতাধিক মহিলা♦️লাহেশ্বৰী কৃষিভূমি সংৰক...
27/08/2026

♦️কামৰূপৰ লাহেশ্বৰী চাপৰিটোৰ কৃষিভূমিৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে ওলাই আহিল অঞ্চলটোৰ শতাধিক মহিলা

♦️লাহেশ্বৰী কৃষিভূমি সংৰক্ষণ সমিতিয়ে লাহ শ্বহীদ বেদী প্ৰেক্ষাগৃহত আয়োজন কৰা ৰাজহুৱা সভাত লাহেশ্বৰী চাপৰিৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি চৰকাৰে ভবিষ্যতে অধিগ্ৰহণ নকৰে বুলি ৰাজহুৱা স্পষ্টিকৰণ দিবলৈ দাবী উত্থাপন কৰিলে মহিলাসকলে।


♦️লাহেশ্বৰী কৃষিভূমি সংৰক্ষণ সমিতি আৰু হালোগাওঁ হাৰদেলীপাৰা ৰাইজ গয়ৰহৰ যৌথসভা সম্পন্ন ♦️হালোগাওঁৰ হাৰদেলীপাৰা কলিয়া না...
25/08/2026

♦️লাহেশ্বৰী কৃষিভূমি সংৰক্ষণ সমিতি আৰু হালোগাওঁ হাৰদেলীপাৰা ৰাইজ গয়ৰহৰ যৌথসভা সম্পন্ন

♦️হালোগাওঁৰ হাৰদেলীপাৰা কলিয়া নামঘৰত অনুষ্ঠিত হয় এই সভা

♦️সভাত অঞ্চলটোৰ কৃষক সকলৰ আশাৰ ভৰষা লাহেশ্বৰী চাপৰিত খিলঞ্জীয়া কৃষকৰ আধিপত্য থাকিব লাগিব বুলি হালোগাওঁ হাৰদেলীপাৰা ৰাইজ গয়ৰহে লাহেশ্বৰী কৃষিভূমি সংৰক্ষণ সমিতিক পূৰ্ণ সমৰ্থন দি যাব বুলি অৱগত কৰে


♦️গুৱাহাটীত আৰক্ষী আয়ুক্ত ড° পাৰ্থ সাৰথি মহন্তক পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰ প্ৰদান♦️পশ্চিম বংশৰ আঞ্চলিক...
24/08/2026

♦️গুৱাহাটীত আৰক্ষী আয়ুক্ত ড° পাৰ্থ সাৰথি মহন্তক পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰ প্ৰদান

♦️পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সদস্যা তথা বামুন্দী শাখা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভানেত্ৰী ৰিম্পী কলিতাৰ যোৱা ১৮ আগষ্ট তাৰিখ মঙলবাৰে গুৱাহাটী হেঙেৰাবাৰীত ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত বিচাৰি আৰু দোষীক কঠোৰতম শাস্তিৰ দাবী ছাত্ৰ সন্থাৰ


♦️ADRE 3.0 ৰ বাবে সাজু নে?♦️অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা আয়োজন কৰা বিশেষ পাঠদানত সমূহ আগ্ৰহী শিক্ষাৰ্থীক অংশগ্ৰহণ কৰিবলৈ আহ...
23/08/2026

♦️ADRE 3.0 ৰ বাবে সাজু নে?

♦️অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা আয়োজন কৰা বিশেষ পাঠদানত সমূহ আগ্ৰহী শিক্ষাৰ্থীক অংশগ্ৰহণ কৰিবলৈ আহ্বান হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসৰ

♦️ অহা ৬ ছেপ্টেম্বৰ, ২০২৬ তাৰিখ ৰবিবাৰে বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়, ৰামদিয়াত আৰম্ভণি কৰিব এই পাঠদান কাৰ্য্যসূচী

♦️ গুৱাহাটী মহানগৰীত এজাক বৰষুণৰ পিছতে যোৰাবাটৰ দৃশ্য।
23/08/2026

♦️ গুৱাহাটী মহানগৰীত এজাক বৰষুণৰ পিছতে যোৰাবাটৰ দৃশ্য।

Address

Bamundi, Hajo, Sualkuchi
Gauhati
781103

Alerts

Be the first to know and let us send you an email when Bamundi Live 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share