mina Gogoi Chetia

mina Gogoi Chetia Digital Creator

With Issa Baruah Ross – I just got recognised as one of their top fans! 🎉
21/05/2026

With Issa Baruah Ross – I just got recognised as one of their top fans! 🎉

'মধুৰ মিলন' সাহিত্যৰ এক নৱ সংযোজন মঞ্চৰ পৰা প্ৰকাশিত ই আলোচনীত মোৰ এটি স্বৰচিত কবিতা প্ৰকাশ পাইছে।অতি সুন্দৰ বেটুপাতৰ লগ...
11/05/2026

'মধুৰ মিলন' সাহিত্যৰ এক নৱ সংযোজন মঞ্চৰ পৰা প্ৰকাশিত ই আলোচনীত মোৰ এটি স্বৰচিত কবিতা প্ৰকাশ পাইছে।অতি সুন্দৰ বেটুপাতৰ লগতে আটক ধুনীয়া আলোচনী।মোৰ ক্ষুদ্ৰ অনুভৱক ঠাই দিয়াৰ বাবে আলোচনী খনৰ শ্ৰদ্ধাৰ সম্পাদক মহোদয়ৰ লগতে সমূহ কৰ্ম কৰ্তাক কৃতজ্ঞতাৰে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। সুপ্ৰভাত।

 #মামা মোৰ মৰমৰ মা মোৰ চেনেহৰ তোমাৰ কোলাত মূৰ গুজিপৃথিৱীৰ পোহৰ দেখিজীৱনৰ ৰংবোৰ সিঁচিলো।দুখতো তুমি সুখতো তুমিতুমি মোৰ চিৰ...
10/05/2026

#মা

মা মোৰ মৰমৰ
মা মোৰ চেনেহৰ
তোমাৰ কোলাত মূৰ গুজি
পৃথিৱীৰ পোহৰ দেখি
জীৱনৰ ৰংবোৰ সিঁচিলো।
দুখতো তুমি সুখতো তুমি
তুমি মোৰ চিৰ শ্বাশ্বত
কিদৰে সুজিম ধাৰ
কৰুণাময় জীৱন ঘাটত।
তোমাৰ হৃদয়ত
প্ৰেমৰ অণুৰণন তুলি
সুখ দুখৰ চকুলো মচি
প্ৰতি প্ৰহৰৰ প্ৰহৰী হৈ
আগুৱাই লৈ যাম তোমাৰেই
চেনেহৰ সপোন সৰাই।
দিবা মাথোন আৰ্শীষ
পাৰ উপচাই দিব পাৰো যেন
ওৰেটো জীৱনজুৰি
তোমাৰ বুকুৰ ফেৰেঙনিত
অমীয়া সুখৰ বুলনি।

মীনা গগৈ চেতিয়া।
ৰচনাকাল:10/5/26

Good morning
10/05/2026

Good morning

09/05/2026

ৰেলত যাত্ৰা কৰোতে সতৰ্ক হওঁক ।
যাত্ৰাৰ সময়ত কি হল ভালকৈ ভিডিঅটি চাব।

゚viralシ

Address

Gauhati

Alerts

Be the first to know and let us send you an email when mina Gogoi Chetia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to mina Gogoi Chetia:

Share