Live TV Bharat

Live TV Bharat Description LIVE TV BHARAT news is a popular Multi Language News Channel made it in February 2022. Hindi, Bangla, Assamese, etc..

চেঙাৰ নিৰলা পাৰঘাট (টাৱাৰ) ৰ ওচৰত বিশাল নাওখেল প্ৰতিযোগিতা
23/07/2023

চেঙাৰ নিৰলা পাৰঘাট (টাৱাৰ) ৰ ওচৰত বিশাল নাওখেল প্ৰতিযোগিতা

21/07/2023

ৰাতিপুৱা 9 বজাৰ পৰা অনুষ্ঠিত হ'ব এই খেল। নতুন Racer ও জইন হ'ব পাৰিব। ভৰ্তি মাচুল 100 টকা। প্ৰথম পুৰস্কাৰ ড্ৰেচিং আইনা এখন আৰু দ্বিতীয় পুৰস্কাৰ এখন Keypad LAVA Mobile.

20/07/2023
20/07/2023


*BREAKINGNEWS
ৰূপহীহাটত ৰেল বিভাগৰ উচ্ছেদ অভিযান।ৰেলৱা মাটিত দোকান পোহাৰ ঘৰ দুৱাৰ বনাই বেদখল কৰি আছিল বহুলোকে। ৰূপহীহাটৰ থানাৰ সন্মুখত ভাগত ৰেলোৱা ভূমিত ৰেলৱে আৰক্ষী প্ৰশাসনৰ উচ্ছেদ অভিযান। কিছুদিন পূৰ্বে ৰেলৱা মাটি দখল কৰা লোকসকলক উঠি যাবলৈ জাননী প্ৰেৰণ কৰিছিল ৰেল বিভাগৰ পৰা। জাননী পাই বহু লোকে নিজে নিজেই ৰেলোৱা ভূমি খালি কৰি গুচি যায় যদিও, কিছু সংখ্যক লোকে দোকান চলাই গৈ আছিল ৰেলৱা ভূমিত।

এলভিচ আলি হাজৰিকা প্ৰথম অসমীয়া (উত্তৰ পূব ভাৰতীয়) সাঁতোৰবিদ যিয়ে ৭৮ কি:মি: ইংলিছ চেনেল সাতুৰি ইতিহাস ৰচিবলৈ সক্ষম হ'ল। ...
20/07/2023

এলভিচ আলি হাজৰিকা প্ৰথম অসমীয়া (উত্তৰ পূব ভাৰতীয়) সাঁতোৰবিদ যিয়ে ৭৮ কি:মি: ইংলিছ চেনেল সাতুৰি ইতিহাস ৰচিবলৈ সক্ষম হ'ল। ইংলেণ্ডৰ চাম্ফিয়েৰৰ পৰা ফ্ৰান্সৰ কেলিছ লৈ 31 ঘণ্টা সাতুৰি পাৰ হয়। এলভিচ আলী হাজৰিকালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

সম্প্ৰতি ভাইৰাল পীযুষ হাজৰিকা  ,
19/07/2023

সম্প্ৰতি ভাইৰাল পীযুষ হাজৰিকা ,

19/07/2023

আগৰ মহাজোঁট এতিয়া INDIA= 'Indian National Developmental
Inclusive Alliance'

18/07/2023

কেতিয়া আটক হ'ব চাউল চোৰ?
বাঘবৰ সমবায় সমিতিয়ে লুটিলে কৌটি টকাৰ সুলভ মূল্যৰ চাউল? সবিশেষ কমেন্টত

Address

Barpeta Road
Gauhati
781127

Alerts

Be the first to know and let us send you an email when Live TV Bharat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Live TV Bharat:

Share