NewzNow অসম

NewzNow অসম নিৰ্ভিক আৰু নিৰপেক্ষ

07/10/2025

দুৰ্নীতিগ্ৰস্ত বিষয়ালৈ টকা দলিয়াই অভিনৱ প্ৰতিবাদ!

07/10/2025

ৰাষ্ট্রবাদী সংগঠন "চেল্যুট ত্ৰিৰংগা" ৰ ৮তম প্ৰতিষ্ঠা দিৱস উপলক্ষে সমগ্র অসমত হিয়াৰ আমঠু জুবিন গাৰ্গক স্মৰণ কৰি জ্যোতি চিত্ৰবনত নাহৰ পুলি ৰোপন কাৰ্য্যসূচী

07/10/2025

মিনাৰেলযুক্ত পানীৰ বটলত ওলাল লেতেৰা দ্ৰব্য

জাগীৰোডৰ ডোঙাবড়ীত একুৱা লাইফ নামৰ পেকেজিং পানীৰ বটলৰ ভিতৰত ওলাল লেতেৰা দ্ৰব্য

পানীৰ নামত বৰবিহ খুৱাই আছে নেকি একুৱা লাইফ নামৰ পানী পেকেজিং কোম্পানীটোৱে,ৰাইজৰ অভিযোগ

07/10/2025

ধুবুৰীত জুবিন গাৰ্গলৈ অশ্ৰুসিক্ত নয়নেৰে অনুৰাগীয়ে জনালে শ্ৰদ্ধাঞ্জলি

সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ তদন্তৰ দাবী জনালে ৰাইজে

07/10/2025

হোজাইত সংঘটিত হ'ল ভয়ংকৰ ঘটনা

বাহনত আবদ্ধ হৈ জীৱন্তে অ*গ্নি*দ*গ্ধ হৈ মৃত্যুক সাৱটে এগৰাকী ব্যক্তি

07/10/2025

শ্ৰীভূমিত চাঞ্চল্যকৰ ঘটনা!

চলন্ত যাত্ৰীবাহী বাছত এগৰাকী হিন্দু বোৱাৰীক শ্লীলতাহানিৰ অপচেষ্টা এজন মুচলমান ব্যক্তিৰ

07/10/2025

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ মিচিকিয়া হাঁহি মাথো

আয়োগৰ বিশ্বাসযোগ্যতাৰ সংকটৰ বিষয়ে তেওঁ গুৰুত্ব নিদিলে

বিজেপি-জেডিইউ চৰকাৰে মহিলাক ধন বিতৰণৰ ক্ষেত্ৰতো মৌনতা অৱলম্বন

07/10/2025

সুদুৰ পশ্চিমবঙ্গৰ পৰা আহি বজালীত উপস্হিত শ্ৰী সত্য সাই বাবাৰ ৰথ

সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত মানৱ জাতিৰ একতাৰ বাবে সৰ্বধৰ্ম আৰু মানৱ প্ৰেমৰ প্ৰচাৰে কৰিব ৰথ যাত্ৰা

07/10/2025

বজালী নিত্যানন্দত ৭ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লক্ষ্মী পূজা উদযাপন

লক্ষ্মী বন্দনাৰে মুখৰিত হৈ পৰিছে বজালী ঐতিহ্যপূৰ্ণ নিত্যানন্দ লক্ষ্মী মন্দিৰ স্থলী

07/10/2025

"ভাৰত-বাংলাদেশ সীমান্তৰ এক বৃহৎ অংশ ফেঞ্চিং দিয়া হৈছে কিন্ত্ত তাৰ পিছতো ইয়াক উলংঘা কৰা হৈছে"

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ বক্তব্য

07/10/2025

চাহ জনগোষ্ঠী আদিবাসী লোকে পুনৰ কঁপাব তিনিচুকীয়া

জনজাতিকৰণ,চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, মাটিৰ পট্টা প্ৰদান কৰাৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ চাগ জনগোষ্ঠীৰ লোকৰ

07/10/2025

ডিগবৈ গোলাইত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰাদ্ধ আয়োজন

শ্ৰাদ্ধস্থলীত জুবিনৰ মৃত্যুক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই ৰাইজে

Address

H/No 4, 1st Floor, Samannay Path, Survey
Gauhati
781028

Alerts

Be the first to know and let us send you an email when NewzNow অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NewzNow অসম:

Share