Chabua-Lahowal LIVE

Chabua-Lahowal LIVE সত্য আৰু শুদ্ধ ৰূপত প্ৰতিটো খবৰ আপোনাৰ কাষত

26/08/2026

চিয়ালকটী চাহ বাগিছাত আটছাৰ গাঞ্জাৰ বিৰুদ্ধে অভিযান ..

পত্নীক হাইদৰাবাদত চিকিৎসা কৰাবলৈ গৈ বিপদত এজন যুৱক । ৰাইজৰ সহায়ৰ প্ৰয়োজন …
26/08/2026

পত্নীক হাইদৰাবাদত চিকিৎসা কৰাবলৈ গৈ বিপদত এজন যুৱক । ৰাইজৰ সহায়ৰ প্ৰয়োজন …

24/08/2026

চাবুৱা বজাৰৰ দুৰৱস্থা
কদৰ্যময়, পুতিদুৰ্গন্ধময় পৰিৱেশে জুৰুলা কৰিছে চাবুৱা বজাৰ। পদপথৰ কাষে কাষে জাবৰৰ দম, লেতেৰা বোকাপানী আৰু য’তে-ত’তে প্লাষ্টিকৰ পেকেট—নাক কোচাইহে পাৰ হ’বলগীয়া হৈছে বজাৰখনেদি।

24/08/2026

ডিব্ৰুগড়ৰ বকপৰা বাইপাছত ভয়ংকৰ দুৰ্ঘটনা। মাৰুতি ৮০০, চিএনজি অ'ট আৰু স্কুটিৰ মাজত সংঘৰ্ষ।
চি এন জি অ'টখনৰ চালক ৰাজগড়ৰ ধৰ্মকান্ত গগৈ থিতাতে নিহত।

22/08/2026
21/08/2026

চাবুৱাৰ ৰঙাদৰীয়া গাঁৱত ৰাইজৰ ৰোষত ড্ৰাগছ ব্যৱসায়ী

20/08/2026

📌যুৱপ্ৰজন্মক স্বাৱলম্বী কৰি তোলাৰ দিশত এক নতুন পদক্ষেপ……..
📌পুণ্য উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত (আইটিআই) আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে হোটেল মেনেজমেণ্টৰ প্ৰশিক্ষণ

19/08/2026

📌বোৱাৰী ভালপোৱা সকল সাৱধান …
📌চাবুৱা থানাত বোৱাৰী পলুৱাই নিয়াৰ পিছত ৰাইজে কি কৰিলে চাওঁক

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Chabua-Lahowal LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share