News 18 BTR

News 18 BTR সত্যৰ সন্ধানত, ৰাইজৰ পক্ষত, NEWS 18 BTR

08/07/2024

🖊️কোকৰাঝাৰ এবিএমছু'ৰ সজাগতা সমদল।
🖊️ উপস্থিত এবিএমছুৰ সভাপতি টাইচন হুছেইন।

08/07/2024

🖊️ কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ অন্তৰ্গত দাওৱাগুৰীৰ পৰা শ্ৰীৰামপুৰ লৈ শ্ৰী শ্ৰী জয় জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা।

06/07/2024

🖊️ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত অৰুনাচলৰ সুৰা সহ ট্ৰাক জব্দ।
🖊️ গোসাইগাওঁ মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা শিমুলটাপু আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ অৰুনাচলৰ সুৰা সহ MP 20 GA 6795 নম্বৰৰ এখন ১২ চকীয়া ট্ৰাক জব্দ কৰাৰ লগতে চালক-খালাচীক আটক কৰিছে৷
🖊️ ধৃত চালক জন বিহাৰৰ জাহানাবাদ জিলাৰ হৰেন্দ্ৰ প্ৰসাদ সিং(৩৮) আৰু খালাচীজন বৈশালী জিলাৰ বিভাষ কুমাৰ(৩৭) বুলি চিনাক্ত কৰা হৈছে ৷

06/07/2024

🖊️ গোসাইগাওঁৰ এজনী আইতাৰ কৰুন কাহিনী।
🖊️ চৰকাৰে দিয়া এককালীন আৰ্থিক সাহায্য আৰু অৰুনোদয়ৰ ধন উঠাই ললে ভিচিডিচিৰ উপ সভাপতিয়ে।
🖊️ যি সময়ত চৰকাৰে দুখীয়াৰ উন্নয়নৰ শ্লোগান গাই ফুৰে কিন্তু গোসাইগাওঁ মহকুমাৰ কচুগাওঁ‌ উন্নয়ন খণ্ডৰ অন্তৰ্গত ২ নং কানুপাৰা গাওঁৰ এজনী দূৰ্ভগীয়া আইতাৰ জীৱন যুদ্ধ।
🖊️ প্ৰায় চাৰি পাচ মাহ পূৰ্বে আইতাই বিটিচি চৰকাৰৰ পৰা পোৱা এককালীন ৫ হাজাৰ টকা আৰু আইতাৰ অৰুণোদয় ধন হুদুমখাতা ভিচিডিচিৰ উপ সভাপতি সুজিৎ সৰকাৰে আইতা জনীক CSP ত লৈ গৈ টকা উঠাই লয় ঘৰ বনাই দিব বুলি।
🖊️ চাওঁতে চাওঁতে বাৰিষা আহিল কিন্তু বনাই দিম বনাই দিম বুলি কৈ চাৰি পাচ মাহ উকলি গল আজিলৈকে আইতাৰ গৃহ নিৰ্মান নহল।
🖊️ বৰ্তমান আইতাই আনৰ ঘৰত নিশা কটাবলগীয়া হৈছে।
🖊️ বৰষুন দিলে ঘৰত জমা হয় পানী,ৰান্ধিবলৈ নাই ঠাই,নাই এটা PMAYG গৃহ।
🖊️ এতিয়া গাওঁৰ ৰাইজ তথা আইতা মনিবালা ৰায়ৰ দাবী উক্ত বিষয়টো প্ৰমোদ বড়োৰ হস্তক্ষেপ বিচাৰিছে।
🖊️ বিটিচি চৰকাৰৰ পৰা গাওঁৰ উন্নয়নৰ দায়িত্ব পোৱা ভিচিডিচিৰ উপ সভাপতি এজনৰ চৰিত্ৰ যদি এনে হয় তেনেহ'লে প্ৰকৃতাৰ্থত গাওঁৰ উন্নয়ন হবনে?
🖊️ এয়া লাখ টকীয়া প্ৰশ্ন।
🖊️ পৰৱৰ্তী পৰ্যায়ত বিটিচি চৰকাৰ তথা জিলা প্ৰশাসন কি ভূমিকা গ্ৰহন কৰে সেয়া হব লক্ষ্যনীয়।

04/07/2024

🖊️ নতুন আইনৰ ওপৰত গোসাঁইগাওঁৰ আৰক্ষী চকীৰ অন্তৰ্গত গোসাঁইগাওঁ সদৰ চহৰত সজাগতা সভা কোকৰাঝাৰ জিলা পৰিবহণ বিভাগৰ।

14/02/2024

📌 কোকৰাঝাৰ জিলাৰ গোসাইগাওঁত ইউ পি পি এল দলৰ বিশাল জনসভা আৰু যোগদান কাৰ্য্যসুচী।
📌চাৰি হাজাৰতকৈয়ো অধিক পুৰুষ-মহিলাৰ যোগদান।
📌উপস্থিত বিটিআৰৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো।

16/12/2023

✍️কোকৰাঝাৰ জিলাৰ গোসাইগাওঁৰ হাব্ৰুবিল কমিউনিটি হলত দোৱা মেহফিল অনুষ্ঠানত উপস্থিত প্ৰাক্তন বিটিআৰৰ মূখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when News 18 BTR posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share