B News 24/7

B News 24/7 B News 24/7
সত্য আৰু নিৰপেক্ষতাৰ সৈতে সংবাদৰ নতুন ঠিকনা।
অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা সকলো গুৰুত্বপূৰ্ণ খবৰ।
দ্ৰুত সংবাদ | নিৰ্ভৰযোগ্য তথ্য |

১৩৫ সংখ্যক ইণ্ডিয়ানঅইল ডুৰাণ্ড কাপত ৯টা গ'ল দি প্ৰতিযোগিতাখনৰ সৰ্বাধিক স্ক'ৰাৰ হিচাপে সমাপ্ত কৰি আলাএদ্দিন আজাৰাইয়ে গো...
23/08/2026

১৩৫ সংখ্যক ইণ্ডিয়ানঅইল ডুৰাণ্ড কাপত ৯টা গ'ল দি প্ৰতিযোগিতাখনৰ সৰ্বাধিক স্ক'ৰাৰ হিচাপে সমাপ্ত কৰি আলাএদ্দিন আজাৰাইয়ে গোল্ডেন বুট লাভ কৰে ! Alaaeddine Ajaraie wins the Golden Boot after finishing the 135th IndianOil Durand Cup as the tournament's top scorer with 9 goals,

Assam Police ✅
18/08/2026

Assam Police ✅

Studio
17/08/2026

Studio

15/08/2026

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অসমে এতিয়া উন্নয়নৰ নতুন গতিৰে আগবাঢ়িছে। ভাৰতৰ আন বহু ৰাজ্যতকৈ বিভিন্ন ক্ষেত্ৰত এতিয়া অসমৰ প্ৰদৰ্শন অথবা ফলাফল বহুগুণে উন্নত।

80th independent day special /7
15/08/2026

80th independent day special

/7

80th independent day 2026  /7
15/08/2026

80th independent day 2026 /7

09/08/2026

Independent day special message hussain mansuri

Gujarat Titans vs Mumbai Indians, IPL 2026: Tilak Varma achieved a remarkable 101 runs off 45 balls as Mumbai Indians de...
20/04/2026

Gujarat Titans vs Mumbai Indians, IPL 2026: Tilak Varma achieved a remarkable 101 runs off 45 balls as Mumbai Indians decisively defeated Gujarat.

যোৱা ৮ নৱেম্বৰ তাৰিখে চিৰাং জিলাৰ বাসুগাওঁৰ অন্তৰ্গত শিলপাট গাঁৱত এখন শপত গ্ৰহণ সভাত আমসুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বহু...
17/11/2025

যোৱা ৮ নৱেম্বৰ তাৰিখে চিৰাং জিলাৰ বাসুগাওঁৰ অন্তৰ্গত শিলপাট গাঁৱত এখন শপত গ্ৰহণ সভাত আমসুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বহু ব্যস্ত থকাৰ পাছতো উপস্থিত হৈছিল।।

゚viralシfypシ゚viralシ

অসমবাসীৰ হৃদয়ত চিৰকাল জিলিকি থাকিব এটি নাম জুবিন গাৰ্গ। সংগীতৰ জগতত তেওঁৰ অৱদান, সুৰেৰে মানৱতাৰ বার্তা পোহৰাই যোৱা যাত্...
19/09/2025

অসমবাসীৰ হৃদয়ত চিৰকাল জিলিকি থাকিব এটি নাম জুবিন গাৰ্গ। সংগীতৰ জগতত তেওঁৰ অৱদান, সুৰেৰে মানৱতাৰ বার্তা পোহৰাই যোৱা যাত্ৰা অমলিন।
তেওঁৰ গীতেই আমাৰ জীৱনৰ সুখ-দুখৰ লগৰী, প্ৰজন্মে প্ৰজন্মে অনুপ্ৰেৰণা।

🙏 জুবিন গাৰ্গৰ অমৰ কীৰ্তিক গৰাকী কৰি, মোৰ অন্তৰঙ্গ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।
তেওঁ সদায় আমাৰ হৃদয়ত জীয়াই থাকিব। 🌹

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when B News 24/7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share