Assam Times

Assam Times Assam Times

26/08/2026

Flood in Nepal.

24/08/2026

হাওৰাঘাটত চাঞ্চ*ল্যকৰ ঘট*না।
মাছ মাৰিবলৈ গৈ সন্ধানহীন হৈছে ২২ বছৰীয়া যুৱক মাজা‌কিৰ হুছেইন । হাওৰাঘাট আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ সন্ধানহীন যুৱকজনৰ অনুসন্ধান অব্যাহত ৰাখিছে।

21/08/2026

হাওৰাঘাটত পথ দুৰ্ঘ*টনা।
তীব্ৰ*বেগী ডাম্পাৰ খু*ন্দাত পথৰ ওপৰত বাগৰি পৰিল অটো ।

20/08/2026

সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিশেষ সাংগঠনিক বৈঠকত অংশগ্ৰহণৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকা।

20/08/2026

উত্ত*প্ত যোৰাবাট, ওভোতাই পঠিওৱা হৈছে মেঘালয়ৰ বাহন,
সাৰি নগ'ল মেঘালয় আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ বাহনো ।

20/08/2026

খাচী ছাত্ৰ সন্থাৰ প্ৰতি*বাদৰ মাজতে শ্বিলঙত অসমৰ বাহনত আক্ৰ*মণ। মেঘালয়ৰ বাহন অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুং*কাৰ চালক সন্থাৰ।

20/08/2026

খাচী ছাত্ৰ সন্থাৰ প্ৰতি*বাদৰ মাজতে শ্বিলঙত উ*ত্তপ্ত পৰিস্থিতি। অসমৰ একাংশ বাহনত আক্ৰ*মণ।

19/08/2026

'চৰকাৰী কাৰ্যলয়ত কাম ইমানে কম হ'ব লাগে যে ১০ বজাত আৰম্ভ হৈ ৫ বজাত ঘৰত যাব লাগে '
'৯টা লৈ কামে নাথাকে DC অফিচত'
'চৰকাৰী কাৰ্যলয়ত বিদ্য়ুতৰ বিল কম কৰিবৰ বাবে ৰাতিপুৱা ৮ বজাত লাইট দিম আৰু গধুলি ৬ বজাত লাইট নিজে নিজে বন্ধ কৰি দিম'
'যাতে ল'ৰা-ছোৱালী বিলাকক মা-দেউতে সময় দিয়ে'
মুখ্যমন্ত্ৰীৰ আহ্বান চৰকাৰী কৰ্মচাৰী সকললৈ ।

19/08/2026

কাৰ্বি আংলঙত অভিভাৱক মন্ত্ৰীৰ উন্নয়নমূলক কামৰ পৰ্যালোচনা ।
বিভাগীয় আঁচনিৰ অগ্ৰগতিৰ খতিয়ান লৈ সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী পিযুষ হাজৰিকা |

19/08/2026

বিজ্ঞানসন্মতভাৱে আৰু ব্যৱসায়িক দৃষ্টিভংগীৰে হাঁহ-কুকুৰা পালন কৰিলে নিশ্চিতভাৱে আমি সফল হ'ব পাৰিম : কৃষি মন্ত্ৰী পীযুষ হাজৰিকা কাৰ্বি আংলঙত ভ্ৰমণ।

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Assam Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share