Authentic News Calculator

Authentic News Calculator তথ্য সমৃদ্ধ, সত্যৰ পক্ষত এক বলিষ্ঠ কণ্

15/10/2025

এইবাৰ পইচা চুৰ কৰি ধৰা পৰিল ভণ্ড কামাল

আৰ. এছ. এছ. কেডাৰে এগৰাকী ছফ্টৱেৰ ইঞ্জিনিয়াৰক যৌন শোষণ চলোৱাৰ পাছত ইঞ্জিনিয়াৰে আত্মহত্যা কৰা ঘটনাই লৈছে অন্য ৰূপ - কংগ...
13/10/2025

আৰ. এছ. এছ. কেডাৰে এগৰাকী ছফ্টৱেৰ ইঞ্জিনিয়াৰক যৌন শোষণ চলোৱাৰ পাছত ইঞ্জিনিয়াৰে আত্মহত্যা কৰা ঘটনাই লৈছে অন্য ৰূপ -

কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী বাড্ৰাই কেৰালাৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ সন্দেহজনক আত্মহত্যাৰ ঘটনাৰ পাছত আৰ. এছ. এছ. কেডাৰৰ দ্বাৰা সংঘটিত কথিত যৌন নিৰ্যাতনৰ বিষয়ে অনুসন্ধানৰ দাবী জনায় । আত্মহত্যাৰ চিঠিত পীড়িতজনে একাধিক আৰ. এছ. এছ. সদস্যক অভিযুক্ত কৰিছে বুলি জনাই প্ৰিয়ংকা গান্ধীয়ে সংগঠনৰ নেতৃত্বক তৎপৰতাৰে পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

09/10/2025

বিজেপি চৰকাৰ অহাৰ পাছত কোনে কোনে পেট্রোল ৩০ টকাত পাই আছে?

প্ৰাক্তন ৰে’ল ৰাজ্যিক মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইই বিজেপি ত্যাগ
09/10/2025

প্ৰাক্তন ৰে’ল ৰাজ্যিক মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইই বিজেপি ত্যাগ

অৱশেষত গৌৰৱ গগৈৰ সম্পৰ্ক বিচাৰি পোৱা গ'ল। জুম কৰি বিশেষ চশমা লগাই চাওঁক শ্যামকানুৰ লগত গৌৰৱ গগৈক বিচাৰি পাব।
09/10/2025

অৱশেষত গৌৰৱ গগৈৰ সম্পৰ্ক বিচাৰি পোৱা গ'ল। জুম কৰি বিশেষ চশমা লগাই চাওঁক শ্যামকানুৰ লগত গৌৰৱ গগৈক বিচাৰি পাব।

বিজেপি চৰকাৰৰ বিৰুদ্ধে তিনিচুকীয়াত চাহ-জনগোষ্ঠীয় লোকৰ প্ৰতিবাদ। উজানিৰ জনতাই বিজেপিক বিদায় দিবলৈ প্ৰস্তুতি চলোৱা বুলি ...
08/10/2025

বিজেপি চৰকাৰৰ বিৰুদ্ধে তিনিচুকীয়াত চাহ-জনগোষ্ঠীয় লোকৰ প্ৰতিবাদ। উজানিৰ জনতাই বিজেপিক বিদায় দিবলৈ প্ৰস্তুতি চলোৱা বুলি কব পাৰি নেকি?

ভ*ণ্ড ভিক্ষাৰী মইনুল হকৰ বিৰুদ্ধে বিলাসীপাৰাত আমছুৰ গোচৰ। ভাইৰেল হ'বলৈ এটা সময়ত কেমেৰা লৈ সুন্দৰী ভাইৰেল যুৱতীৰ পিছে পি...
07/10/2025

ভ*ণ্ড ভিক্ষাৰী মইনুল হকৰ বিৰুদ্ধে বিলাসীপাৰাত আমছুৰ গোচৰ।

ভাইৰেল হ'বলৈ এটা সময়ত কেমেৰা লৈ সুন্দৰী ভাইৰেল যুৱতীৰ পিছে পিছে ঘূৰি ফুৰিছিল। যি তি বিষয়ত ভাইৰেল হ'বলৈ ভিডিও বনাই কান্দি কান্দি কৈছিল- ভড়িত ধৰিছোঁ, ভিডিও শ্বেয়াৰ কৰক। ফেছবুকৰ পৰা ইনকাম কৰিব গৈ অৱশেষত জেলৰ ৰাস্তা মুকলি কৰিলে ভ*ণ্ড জনে।

জুবিন গাৰ্গকলৈ কৰিছিল ৰাজনৈতিক মন্তব্য।

কুখ্যাত ডিজিটাল ভিক্ষাৰী মইনুল হকৰ বিৰুদ্ধে গোচৰ ৰুজু
07/10/2025

কুখ্যাত ডিজিটাল ভিক্ষাৰী মইনুল হকৰ বিৰুদ্ধে গোচৰ ৰুজু

বিলাসীপাৰাৰ কুখ্যাত ভিক্ষাৰী মইনুল হকৰ বিৰুদ্ধেধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ তৰফৰ পৰা বিলাসীপাৰা থানাত এখন এজাহ...
07/10/2025

বিলাসীপাৰাৰ কুখ্যাত ভিক্ষাৰী মইনুল হকৰ বিৰুদ্ধে
ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ তৰফৰ পৰা বিলাসীপাৰা থানাত এখন এজাহাৰ দাখিল কৰিব বুলি জনাইছে।

ভাৰত-চীন বিমান পৰিচালনা পুনৰ আৰম্ভ কৰিব মোদী চৰকাৰে: পাঁচ বছৰৰ বিৰতিৰ পাছত নিৰ্ধাৰিত চহৰসমূহৰ মাজত বিমান পৰিচালনা অক্টোব...
05/10/2025

ভাৰত-চীন বিমান পৰিচালনা পুনৰ আৰম্ভ কৰিব মোদী চৰকাৰে: পাঁচ বছৰৰ বিৰতিৰ পাছত নিৰ্ধাৰিত চহৰসমূহৰ মাজত বিমান পৰিচালনা অক্টোবৰৰ শেষত পুনৰ আৰম্ভ হ'ব। ইণ্ডিগ' এয়াৰলাইনে অক্টোবৰ ২৬ তাৰিখৰ পৰা দৈনিক কলকাতা-গুৱাংজাউ সেৱা আৰম্ভ কৰিব।

কি কি দাবিৰে প্ৰতিবাদত বহিল অখিল গগৈ? 1) জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত CBIক প্ৰদান কৰিব লাগে।2) অতিশীঘ্ৰে মূল অভিযুক্তসকলক ...
30/09/2025

কি কি দাবিৰে প্ৰতিবাদত বহিল অখিল গগৈ?

1) জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত CBIক প্ৰদান কৰিব লাগে।
2) অতিশীঘ্ৰে মূল অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিব লাগে।
3) শ্যামকানু মহন্তৰ কোম্পানী ডাঙৰ অৰ্থনৈতিক কেলেংকাৰীত জড়িত হোৱাৰ তথ্য আহিছে। সেয়ে এই তদন্তৰ EDক প্ৰদান কৰিব লাগে। লগতে মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানী নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে কিদৰে জড়িত সেয়াও তদন্তৰ আওতালৈ আহিব লাগে।
4) জুবিন গাৰ্গৰ ৰহস্যজনৰ মৃত্যুৰ তদন্ত বিচৰাটো ৰাষ্ট্ৰদ্ৰোহ নেকি? কিয় অজয় ফুকন, ভিক্টৰ দাসৰ ওপৰত NSA লগোৱা হৈছে? এই সমগ্ৰ বিষয়ত পুংখানুপুংখ তদন্ত লাগিব।

29/09/2025

নতুন উদ্দমেৰে জাওঁকাটা দিয়া আঞ্চলিক বজাৰ ক্লাৱৰ কাৰ্য্যালয়ৰ শুভাৰম্ভ ।
মূখ্য অতিথি অধিবক্তা আকবৰ হুচেইনে উদ্বোধন কৰে কাৰ্যালয় খন ।

Address

North Gauhati

Website

Alerts

Be the first to know and let us send you an email when Authentic News Calculator posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

News Online is a an innovative online local news and information platform

News Online is a an innovative online local news and information platform and—as innovative organizations usually do—they chose an innovative technology to run their enterprise: Drupal. The website is designed to meet the information needs of audiences across a diverse array of locations and atmospheres, which meant patch needed a CMS able to handle huge volumes of content and traffic while still providing intuitive navigation and a visual display that would appeal to different audiences.

That's no easy task, but open source software is an ideal tool for tackling tough jobs.

Of course, this is just a small sample size—and proprietary software is not some uniformly evil phenomenon, it's just notgreat optionss for certain industries as they migrate their businesses and endeavors online.