Authentic News Calculator

Authentic News Calculator তথ্য সমৃদ্ধ, সত্যৰ পক্ষত এক বলিষ্ঠ কণ্

উচ্চ বৰ্ণৰ ছোৱালীক ভালপোৱাই কাল হ'ল, হত্যা কৰা হ'ল SC যুৱকক: ➡️ তামিলনাডুৰ তিৰুনেলভেলিত Honour Killing➡️ ২৩ বছৰীয়া SC চ...
17/08/2025

উচ্চ বৰ্ণৰ ছোৱালীক ভালপোৱাই কাল হ'ল, হত্যা কৰা হ'ল SC যুৱকক:

➡️ তামিলনাডুৰ তিৰুনেলভেলিত Honour Killing

➡️ ২৩ বছৰীয়া SC চফ্টৱেৰ ইঞ্জিনিয়াৰ যুৱক কবিন চেলভাগানেশক তিৰুনেলভেলিৰ পালায়মকোট্টাইত নিৰ্মমভাৱে হত্যা ।

➡️ অভিযুক্ত এছ. সূৰ্জিতে কবিনৰ সৈতে তেওঁৰ ভগ্নী সুবাশিনীৰ সম্পৰ্কৰ বাবে তেওঁক হত্যা কৰা বুলি অভিযোগ উঠিছে।

➡️ স্কুলীয়া সময়ৰ পৰা কবিনে সুবাশিনীক ভাল পাইছিল

➡️ এতিয়া বিয়া কৰাৰ আগ্ৰহ প্ৰকাশ কৰাত ছোৱালী গৰাকীৰ ভাতৃয়ে কথিত নিম্ন জাতিৰ যুৱক জনক হত্যা কৰে ।

দিল্লী তিনি জনক হত্যা: দিল্লীৰ কৰাৱাল নগৰত প্ৰদীপ নামৰ এজন লোকে ঘৰুৱা কন্দলৰ ফলত তেওঁৰ পত্নী জয়া শ্ৰী আৰু দুই কন্যা (বয...
17/08/2025

দিল্লী তিনি জনক হত্যা: দিল্লীৰ কৰাৱাল নগৰত প্ৰদীপ নামৰ এজন লোকে ঘৰুৱা কন্দলৰ ফলত তেওঁৰ পত্নী জয়া শ্ৰী আৰু দুই কন্যা (বয়স পাঁচ আৰু সাত বছৰ)ক হত্যা কৰাৰ সন্দেহ কৰা হৈছে। তেওঁ এতিয়াও পলাই আছে, আৰক্ষীয়ে সক্ৰিয়ভাৱে সন্ধান চলাই আছে।

গছপুলি ৰোপনৰ নামত চমক। তাৰ পাছত কি হ'ল কোনোবাই খবৰ লৈছেনে ।  #উৰিয়ামঘাট
12/08/2025

গছপুলি ৰোপনৰ নামত চমক। তাৰ পাছত কি হ'ল কোনোবাই খবৰ লৈছেনে । #উৰিয়ামঘাট

07/08/2025

বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ ভয়ংকৰ অভিযোগ-
ক) একেজন ব্যক্তিৰ নাম বেলেগ বেলেগ ৰাজ্যৰ ভোটাৰ তালিকাত কিয়?
খ) একেইৰ ব্যক্তি দুবাৰ কেনেকৈ ভোট দিব পাৰে?
গ) এজনীৰ স্বামীৰ নাম- ytdtr

বিজেপি চৰকাৰৰ দিনত কিমান সুৰক্ষিত হিন্দু ছোৱালী-বোৱাৰী ?  #ধৰ্ষণ  #ধৰ্ষণকাৰী
07/08/2025

বিজেপি চৰকাৰৰ দিনত কিমান সুৰক্ষিত হিন্দু ছোৱালী-বোৱাৰী ?
#ধৰ্ষণ #ধৰ্ষণকাৰী

বীৰ লাচিত বৰফুকনৰ নাম ব্যবহাৰ কৰি শৃঙ্খল চলিহাই ব্যৱসায় কৰিছে। শিৱসাগৰত বিজেপিৰ এজেণ্ডা বাস্তবায়ন কৰিবলৈ তেওঁ উঠি পৰি ...
07/08/2025

বীৰ লাচিত বৰফুকনৰ নাম ব্যবহাৰ কৰি শৃঙ্খল চলিহাই ব্যৱসায় কৰিছে। শিৱসাগৰত বিজেপিৰ এজেণ্ডা বাস্তবায়ন কৰিবলৈ তেওঁ উঠি পৰি লাগিছে।

চলিহা সকলোতকৈ আগত অহা মুছলিম সকলক ভাবুকি দিবলৈ তেওঁ কোন? এনেদৰে শৃঙ্খল চলিহাক উভতি ধৰিলে লাচিত সেনাই।

07/08/2025

U.S. President Donald Trump has imposed 50% tariff on India

লাখ লাখ বাংলাদেশীয়ে পাব নাগৰিকত্ব
07/08/2025

লাখ লাখ বাংলাদেশীয়ে পাব নাগৰিকত্ব

প্ৰাক্তন সাংসদ তথা  #ধৰ্ষণকাৰী প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে আদালতে দিলে ৰায়- “নিজৰ স্বাভাৱিক জীৱনৰ বাকী অংশৰ বাবে কাৰাদণ্...
03/08/2025

প্ৰাক্তন সাংসদ তথা #ধৰ্ষণকাৰী প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে আদালতে দিলে ৰায়- “নিজৰ স্বাভাৱিক জীৱনৰ বাকী অংশৰ বাবে কাৰাদণ্ড”ৰ শাস্তি ।

বহু যুৱতী-মহিলাক কৰিছিল #ধৰ্ষণ। মা-ছোৱালী দুইয়োকে ধৰ্ষণ কৰাৰ অভিযোগ আছে এইজন লম্পটৰ বিৰুদ্ধে। #অপৰাধ

আহোম ৰজা তাও খামতীৰ দুই পত্নীৰ সংঘাতৰ বিষয়ে : ভাৰত চৰকাৰৰ Central Archaeolocal Survey Library ত সংৰক্ষণ কৰি ৰখা  ইডৱাৰ্...
31/07/2025

আহোম ৰজা তাও খামতীৰ দুই পত্নীৰ সংঘাতৰ বিষয়ে :

ভাৰত চৰকাৰৰ Central Archaeolocal Survey Library ত সংৰক্ষণ কৰি ৰখা ইডৱাৰ্ট গেইটৰ A History Of Assam ত এনেদৰে লিখা আছে-

আহোম ৰজা তাওঁ খামতীয়ে চুতীয়া সকলৰ বিৰুদ্ধে এখন সেনা অভিযান চলাইছিল। কাৰণ চুতীয়া ৰজাই বিশ্বাসঘাতকতা কৰি আহোম ৰজা চুতুফাক হত্যা কৰিছিল।

তেওঁৰ দুজনী ৰাণীৰ ভিতৰত ডাঙৰজনীক তেওঁৰ অনুপস্থিতিত ৰাজকাৰ্যৰ দায়িত্বত ৰাখা হৈছিল। তাৰ পিছত ডাঙৰ ৰাণীজনীয়ে এক ষড়যন্ত্র মূলক অভিযোগৰ ভিত্তিত সৰু ৰাণীজনীক শিৰচ্ছেদৰ আদেশ দিয়ে । মন্ত্ৰীসকলে দেখে যে সৰু ৰাণীজনী গৰ্ভৱতী, সেয়ে তেওঁলোকে তাইক হত্যা নকৰি এখন ভেলা লৈ ব্ৰহ্মপুত্ৰত উঠাই দিয়ে ।

ৰজাই চুতীয়া সকলৰ বিৰুদ্ধে যুঁজত জয় লাভ কৰিছিল, কিন্তু ঘূৰি অহাৰ পাছত, তেওঁৰ প্ৰিয় ৰাণীজনীৰ শিৰচ্ছেদ আৰু ভূৱা অভিযোগৰ বিষয়ে অৱগত হৈ হতাশ হৈ পৰে ।

ডাঙৰ ৰাণীজনীৰ প্ৰভাৱ অতিমাত্ৰা আছিল, সেয়ে তাইৰ বিৰুদ্ধে ৰজাই কোনো ব্যৱস্থা ল’ব নোৱাৰিলে। ৰজাৰ এনে দূৰ্বলতা আৰু ডাঙৰ ৰাণীজনীৰ বহু অত্যাচাৰমূলক কাম ৰোধ কৰিব নোৱাৰা বাবে , ৰাজ্যৰ অভিজাত শ্ৰেণীক ইমান অসন্তুষ্ট কৰিলে যে ১৩৮৯ চনত তেওঁলোকে ৰজাক হত্যা কৰে ।
#বহুবিবাহ #বহু_বিবাহ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে ভাৰতে ১ আগষ্ট, ২০২৫ তাৰিখৰ পৰা আমেৰিকালৈ প্ৰেৰণ কৰা সামগ্ৰীৰ ওপৰত ২৫...
30/07/2025

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে ভাৰতে ১ আগষ্ট, ২০২৫ তাৰিখৰ পৰা আমেৰিকালৈ প্ৰেৰণ কৰা সামগ্ৰীৰ ওপৰত ২৫% শুল্কৰ সন্মুখীন হ’ব, লগতে ৰাছিয়াৰ পৰা পেট্ৰলিয়াম আৰু অস্ত্ৰ ক্ৰয় কৰাৰ বাবে অতিৰিক্ত জৰিমনাও দিব লাগিব।

মূখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল। পাকিস্তানৰ ভিডিও প্ৰচাৰ কৰি দেশদ্ৰোহীতাৰ পৰিচয়...
30/07/2025

মূখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল। পাকিস্তানৰ ভিডিও প্ৰচাৰ কৰি দেশদ্ৰোহীতাৰ পৰিচয় দিয়াৰ অভিযোগত এজাহাৰ দাখিল।

Address

North Gauhati

Website

Alerts

Be the first to know and let us send you an email when Authentic News Calculator posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

News Online is a an innovative online local news and information platform

News Online is a an innovative online local news and information platform and—as innovative organizations usually do—they chose an innovative technology to run their enterprise: Drupal. The website is designed to meet the information needs of audiences across a diverse array of locations and atmospheres, which meant patch needed a CMS able to handle huge volumes of content and traffic while still providing intuitive navigation and a visual display that would appeal to different audiences.

That's no easy task, but open source software is an ideal tool for tackling tough jobs.

Of course, this is just a small sample size—and proprietary software is not some uniformly evil phenomenon, it's just notgreat optionss for certain industries as they migrate their businesses and endeavors online.