Smn India News

Smn India News News Channel

For X-Student   ||   and Follow for more information…
19/11/2025

For X-Student ||
and Follow for more information…

04/11/2025

Tiniali Football Tournament

05/10/2025

গা খজুৱালে আমাক দূখ নিদিব নেই ।😅

জুবিন গাৰ্গক বিহপান কৰাই মৰাৰ অভিযোগ😢
04/10/2025

জুবিন গাৰ্গক বিহপান কৰাই মৰাৰ অভিযোগ😢

03/10/2025

Mysore Place

26/09/2025

হাতযোৰ কৰিছোঁ মোক যাব দিয়ক,ন্যায়ৰ যুঁজত দিকভ্ৰান্ত ভিক্টৰ, যুযুধান ৰূপত আৰক্ষী ৷ 😢

📰 SMN INDIA NEWSহোজাই, ২১ ছেপ্তেম্বৰ🚨 ডবকা আৰক্ষীৰ অভিযানত এজন ব্যক্তি আটক 🚨ডবকা বগিৰাম পথাৰৰ এজন ব্যক্তিক ডবকা আৰক্ষীৰ ...
21/09/2025

📰 SMN INDIA NEWS
হোজাই, ২১ ছেপ্তেম্বৰ

🚨 ডবকা আৰক্ষীৰ অভিযানত এজন ব্যক্তি আটক 🚨

ডবকা বগিৰাম পথাৰৰ এজন ব্যক্তিক ডবকা আৰক্ষীৰ দলে আটক কৰিছে। অভিযোগ অনুসৰি, তেওঁ অসমৰ জনপ্ৰিয় সাংস্কৃতিক প্ৰতিমূৰ্তি জুবীন গাৰ্গৰ বিৰুদ্ধে সামাজিক মাধ্যম ইনষ্টাগ্ৰামত আপত্তিজনক বিষয়বস্তু পোষ্ট কৰিছিল।

আৰক্ষীএ জনোৱা মতে, ঘটনাটোৰ সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু আগবঢ়োৱা হৈছে।

জনপ্ৰিয় শিল্পী জুবীন গাৰ্গৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যই সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে সকলোৰে মাজত তীব্ৰ ক্ষোভৰ সঞ্চাৰ কৰিছে।

হোজাই জিলাৰ আৰক্ষী বিভাগ আৰু প্ৰশাসনয়ে ইয়াৰ ক্ষেত্ৰত কঠোৰ মনোভাব গ্ৰহণ কৰিছে।

BREAKING NEWS: 📌ছিংগাপুৰত দুর্ঘটনাগ্ৰস্ত জুবিন গাৰ্গ📌পেৰাগ্লাইডিং কৰি থকা অৱস্থাত সাগৰত পৰে জুবিন গাৰ্গ!📌নৰ্থ-ইষ্ট ফেষ্ট...
19/09/2025

BREAKING NEWS:

📌ছিংগাপুৰত দুর্ঘটনাগ্ৰস্ত জুবিন গাৰ্গ

📌পেৰাগ্লাইডিং কৰি থকা অৱস্থাত সাগৰত পৰে জুবিন গাৰ্গ!

📌নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ গৈছিল জুবিন গাৰ্গ|

📌চিকিৎসালয়লৈ লৈ যোৱা গৈছে জুবিন গাৰ্গক

ফুলতলী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰকৃতিৰ সুন্দৰ দৃশ্য ।
20/05/2025

ফুলতলী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰকৃতিৰ সুন্দৰ দৃশ্য ।

Address

SMN INDIA OFFICE
Gauhati

Alerts

Be the first to know and let us send you an email when Smn India News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Smn India News:

Share