NE Talks Digital

NE Talks Digital সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত

04/09/2026

অনুৰাগীৰ কণ্ঠত জুবিনৰ গীত
অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ অনুৰোধ ৰক্ষা যুৱকৰ

04/09/2026

আৰক্ষীৰ হাততেই প্ৰা*ণ গ’ল আৰক্ষীৰ

সতীৰ্থৰ AK-47ৰ গুলীত নিহত দুই আৰক্ষী

04/09/2026

নেমকেয়াৰ হাস্পতালৰ চিকিৎসক ডাঃ প্ৰয়াস সিংহলৰ দ্বিতীয়টো ফোন ৰেকৰ্ডিং..

হাতীগাঁৱৰ লখিমীনগৰত বিধ্বংসী অ*গ্নিকাণ্ড..
04/09/2026

হাতীগাঁৱৰ লখিমীনগৰত বিধ্বংসী অ*গ্নিকাণ্ড..

03/09/2026

ভয়-ভাবুকিৰে হাৰাশাস্তি কৰা হৈছিল ডাঃ প্ৰয়াসক !

চৰম ভাবুকি,হতাশা, ব্লেকমেইলিঙত তল পৰিল পৰিয়ালৰ দায়িত্ব

03/09/2026

৫ বছৰীয়া ৰিজিকা…

৮ বছৰীয়া চাখিল…

পিতৃৰ কুঠাৰৰ ঘাপত প্ৰাণ গ’ল পত্নীসহ দুই সন্তানৰ

জোনাইত নৃশংস হত্যাকাণ্ড!

শিক্ষক ফিৰোজ আলীৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ

সতীৰ্থৰ গুলীত নিহত ২ আৰক্ষী জোৱান..
03/09/2026

সতীৰ্থৰ গুলীত নিহত ২ আৰক্ষী জোৱান..

সোণাপুৰত আৰক্ষীৰ গুলীত থিতাতে নিহত ২ গাড়ীচোৰ..
03/09/2026

সোণাপুৰত আৰক্ষীৰ গুলীত থিতাতে নিহত ২ গাড়ীচোৰ..

02/09/2026

অভিশপ্ত ছেপ্টেম্বৰ…”

এটা মাহ… যিটো অসমে কেতিয়াও পাহৰিব নোৱাৰে!

এই মাহতেই আহিছিল সেই খবৰটো…

যিটো শুনিবলৈ কোনো অসমীয়াই সাজু নাছিল

কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গৈছিল জুবিন…

হিয়া ঢাকুৰি কান্দিছিল সমগ্ৰ অসমে

02/09/2026

📌সোণাপুৰৰ দুৰ্ঘটনাত পতিত ট্ৰেভেলাৰখন আছিল ১০০ৰ পৰা ১২০ স্পীডত
📌আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত লাভ কৰিছে ট্ৰেভেলাৰখন দ্ৰুত গতিত থকাৰ তথ্য
📌সকলো দিশ সামৰিয়েই আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত : মুখ্যমন্ত্ৰী

Address

Ajanta Path, Bylane/K K Path, House No 6, Survey Beltola
Gauhati
781028

Website

Alerts

Be the first to know and let us send you an email when NE Talks Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share