আমি অসমীয়া - Aami Axomiya

আমি অসমীয়া - Aami Axomiya Official Page of Aami Axomiya.

09/10/2025

Indian idol

09/10/2025
সোনাপুৰৰ সিলছটা সংৰক্ষণ হ'ব লাগে নে নালাগে? জনাওক আপোনাৰ মতামত।
29/09/2025

সোনাপুৰৰ সিলছটা সংৰক্ষণ হ'ব লাগে নে নালাগে? জনাওক আপোনাৰ মতামত।

জয় মা দুৰ্গা সকলোকে মংগল কৰিব।
28/09/2025

জয় মা দুৰ্গা সকলোকে মংগল কৰিব।

৪৮ ঘন্টাৰ সময়সীমা বান্ধি দিলে আল্ফা স্বাধীন অসমে অন্যথা জুবিন গাৰ্গৰ হত্যা কাৰিক গূলিয়াব।
28/09/2025

৪৮ ঘন্টাৰ সময়সীমা বান্ধি দিলে আল্ফা স্বাধীন অসমে অন্যথা জুবিন গাৰ্গৰ হত্যা কাৰিক গূলিয়াব।

জুবিন দা বিহীন প্ৰথমটো দুৰ্গা পূজা।
28/09/2025

জুবিন দা বিহীন প্ৰথমটো দুৰ্গা পূজা।

28/09/2025

শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰত্যেকটো একাউণ্ট বন্ধ কৰা হৈছে লুক আউট নটিছ জাৰি কৰি হৈছে।

ভুপেন দা জীয়াই থাকোঁতে তেখেতক অসমীয়াই গালি পাৰিলে ভুপেন দা যোৱাৰ পিছত জুবিন দাক ধৰিলে এতিয়া জূবিন দা নাই গল পাপন আছে ...
25/09/2025

ভুপেন দা জীয়াই থাকোঁতে তেখেতক অসমীয়াই গালি পাৰিলে
ভুপেন দা যোৱাৰ পিছত জুবিন দাক ধৰিলে এতিয়া জূবিন দা নাই গল পাপন আছে এইবাৰ খাটি অসমীয়াই পাপন দাক গালি দিব আৰম্ভ কৰিছে।
এইয়াই কেঁকোৰাৰ পৰম্পৰা তথা মৰম কৰাৰ এটা ষ্টাইল।

Address

Gauhati
787033

Telephone

+918011165062

Website

Alerts

Be the first to know and let us send you an email when আমি অসমীয়া - Aami Axomiya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share