Axom Time

Axom Time সত্যৰ অন্বেষণত ২৪x ৭
আমি নিৰপেক্ষ নহয়। সদায়ে আর্তজনৰ পক্ষত

11/05/2026

১৭ মে'ত যোৰহাটলৈ আহিব হায়দাৰাবাদৰ এগৰাকী প্ৰখ্যাত গেষ্ট্ৰ'এন্ট্ৰ'লোজিষ্ট ৷

11/05/2026

১৬ মে'ত কলিকতাৰ হাঁড় আৰু বিষৰ অভিজ্ঞ চিকিৎসক আহিব শিৱসাগৰলৈ

11/05/2026

আগামী 17th May বরাকের শ্রীভূমিতে নিঃসন্তান দম্পতীদের জন্য আসছে এক বড় সুখবর।

11/05/2026

11/05/2026

মৰিগাঁৱৰ দৈনিক আৰু সাপ্তাহিক বজাৰ পৰিদৰ্শন জিলা পৰিষদৰ সভানেত্ৰী প্ৰনতি কাকতি ডেকাৰ৷

11/05/2026

👉🏾নলবাৰীত বিশ্ব হিন্দু পৰিষদ বজৰংগ দলে জব্দ কৰে ৮ টাকৈ গৰু কঢ়িয়াই অনা বাহন৷
👉🏾বজৰংগৰ নলবাৰী জিলাৰ সদস্য সকলে আৰক্ষীৰ সহযোগত জব্দ কৰে গৰু ভৰ্তি বাহনখন৷
👉🏾বৰপেটা কুকাৰপাৰৰ পৰা
গুৱাহাটী খানাপাৰালৈ নি আছিল গৰু কেইটা৷

11/05/2026

জামুগুৰিহাটৰ ৰঙাচকুৱাত উপস্থিত হ/ত্যাকাণ্ডৰ বলি হোৱা বিশিষ্ট সমাজকৰ্মী লীলা বৰুৱাৰ মৃ/তদেহ৷

11/05/2026

সাহিত্যসেৱী,শিক্ষাবিদ বিভা বুজৰবৰুৱাৰ 'অভিনন্দন গ্ৰন্থ' উন্মোচন।

11/05/2026

নলবাৰী চিকিৎসা মহাবিদ্যালয়ত কালিদাসৰ 'অভিজ্ঞানম্ শকুন্তলম্'ৰ 'বিদ্যাৱতীৰ বিবাহ' মঞ্চস্থ ৷

নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধীক্ষক, চিকিৎসক তথা ছাত্ৰ ছাত্ৰী সকলে মঞ্চস্থ কৰে।

11/05/2026

CUETৰ পৰীক্ষা দিবলৈ গুৱাহাটীৰ পৰা যোৰহাটলৈ অহা ছাত্ৰীৰ অথন্তৰ৷
যোৰহাটৰ SITD পৰীক্ষা কেন্দ্ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ৷

11/05/2026

১২ মে'ৰ শপত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷
আৰু কোন থাকিব উপস্থিত সবিশেষ জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷

Address

Kaziranga Path, Sundarban Nagar, Dakshingaon, Guwahati/28
Guwahati
781019

Telephone

+919365339525

Website

Alerts

Be the first to know and let us send you an email when Axom Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom Time:

Share