Axom Time

Axom Time সত্যৰ অন্বেষণত ২৪x ৭
আমি নিৰপেক্ষ নহয়। সদায়ে আর্তজনৰ পক্ষত

11/08/2026

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত চাইকেল ৰেলী।
সমাগত স্বাধীনতা দিৱস আৰু 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ লগত সংগতি ৰাখি এই কাৰ্যসূচী।

11/08/2026

চৰকাৰী মেডিকেললৈ কোনো নাহিবি ঐ....!'
জোন শদিয়া নামৰ এগৰাকী মহিলাই কান্দি কান্দি উদঙালে ৰাজ্যৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ স্বৰূপ।
চিকিৎসালয়লৈ ভাতৃক নি কি পৰিস্থিতৰ সন্মুখীন হৈছিল ক'লে বিবৰি।

11/08/2026

মৰিগাঁৱত ৪৪ টা চোৰাং গৰু উদ্ধাৰ,
৬ চোৰাং গৰু বেপাৰীক আটক

11/08/2026

ককয়াত আদৰ্শ অংগনবাদী কেন্দ্ৰ উদ্বোধন বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ

11/08/2026

এতিয়াৰ পৰা অসমত দ্ৰোণৰ জৰিয়তে চিঠি-পত্ৰ আদান প্ৰদানৰ ব্যৱস্থা ।
অতীত হ'ব ডাকোৱালে চিঠি লৈ যোৱা প্ৰথা।
দ্ৰোণৰ জৰিয়তে ডাকসেৱা আনুষ্ঠানিকভাবে মুকলি কৰে হাজোৰ উপ-ডাকঘৰত।

11/08/2026

নলবাৰী মুগকুছিৰ কৃতী শিক্ষক -সমাজকৰ্মী ফুকন চন্দ্ৰ হালৈৰ স্মৃতিত গ্ৰন্থ উন্মোচন।
ফুকন চন্দ্ৰ হালৈৰ প্ৰথম মৃত্যু বাৰ্ষিকীত এই অনুষ্ঠানৰ আয়োজন কৰে।

11/08/2026

মৈৰাবাৰীত বিজেপিৰ কৰ্মী সভা।
মৈৰাবাৰী মণ্ডল বিজেপিৰ নেতৃত্বত এখনি কৰ্মী সভা অনুষ্ঠিত হৈ যায়।

11/08/2026

নিৰাভৰণ মহিলাক নিজৰ চোলা পিন্ধাই লজ্জা নিবাৰণ কৰিলে অধ্যাপকে।
মানৱতাৰ নিদৰ্শন দেখুৱালে অধ্যাপক ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে।

11/08/2026

কাছাড় জিলাৰ উধাৰবন্দত ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ
বৃহৎ ক্ষতি একাধিক অঞ্চলত

11/08/2026

বিজেপিৰ পতাকা লগাই নাওৰে গৰু সৰবৰাহৰ নাৱৰীয়া কালু মোল্লাক আটক।

Address

Kaziranga Path, Sundarban Nagar, Dakshingaon, Guwahati/28
Guwahati
781019

Telephone

+919365339525

Website

Alerts

Be the first to know and let us send you an email when Axom Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom Time:

Shortcuts

Share