
04/01/2025
অসম দৈনিকৰ উদ্যোগত এক আকৰ্ষণীয় ফটো প্ৰতিযোগিতা
#প্ৰতিযোগিতাৰ_নিয়ম_সমূহ
১) প্ৰতিযোগীৰ যিকোনো ফটো গ্ৰহণ কৰা হব ।
২) যিকোনো গ্ৰুপ ফটোও গ্ৰহণ কৰা হব ।
৩) প্ৰতিযোগীয়ে পঠোৱা ফটো "অসম দৈনিক" আৰু অসম দৈনিক NE ত আপলোড কৰা হব ।
৪) ৩১ জানুৱাৰী , ২০২৫ ৰ আগত প্ৰেৰণ কৰিব লাগিব নিজৰ নিজৰ ফটো ।
৫) আপলোড দিয়া ফটোত হোৱা Views আৰু Reach ৰ ভিত্তিত প্ৰতিযোগীক নিৰ্বাচিত কৰা হব ।
৬) WhatsApp ত প্ৰেৰণ কৰিব লাগিব ফটো ।
৭ 7099244205 নম্বৰত প্ৰেৰণ কৰিব লাগিব ফটো ।
৮) বিজয়ী সকলক অসম দৈনিকৰ কাৰ্য্যালয়তে পুৰস্কাৰ প্ৰদান কৰা হব ।