The Crosscurrent

The Crosscurrent The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. জাতিৰ স্বাৰ্থত অপ্ৰতিৰোধ্য কণ্ঠ আমাৰ
(9)

11/05/2026
11/05/2026

"চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়বোৰে ঘৰৰ পৰা কাম কৰাত গুৰুত্ব দিয়ক। বিদ্যালয় সমূহেও অনলাইন পাঠদানত গুৰুত্ব দিয়ক।"
গুজৰাটৰ বদোদৰাত চৰ্দাৰধাম হোষ্টেল উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান।

11/05/2026

"যেতিয়াই আপুনি মুখ খোলে দেশৰ পৰা কিবা বিচাৰে। নিৰ্বাচনৰ আগত ভোট, নিৰ্বাচনৰ পাছত ত্যাগ। যদি সকলো ত্যাগ দেশেই কৰিব লাগে আপুনি কি কৰিব প্ৰধানমন্ত্ৰীজী ?"
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ কটাক্ষ কৰি কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পৱন খেড়া।

11/05/2026

২৪ ঘণ্টাৰ ভিতৰত দেশবাসীলৈ দুবাৰ একেই আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। ঘৰৰ পৰাই কাম , ইন্ধনৰ ব্যৱহাৰ কম , সোণ ক্ৰয় বন্ধ, বিদেশ ভ্ৰমণ , ডেষ্টিনেচন ৱেডিং আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ বন্ধৰ আহ্বান। গুজৰাটৰ বদোদৰাত চৰ্দাৰধাম হোষ্টেল উদ্বোধন কৰি প্ৰধানমন্ত্ৰী।

11/05/2026

সোণ কমকৈ কিনিলে কিদৰে বাচিব দেশৰ অৰ্থনীতি? ইয়াৰ নেপথ্যত থকা অৰ্থনীতিৰ অংকটো কি?

11/05/2026

SIRৰ বাবেই বংগ হেৰুৱালে তৃণমূল কংগ্ৰেছে। শীৰ্ষ ন্যায়ালয় পালেগৈ মমতাৰ বংগ হেৰুওৱাৰ কথা। SIR সন্দৰ্ভত আদালতক উত্তৰ দিব লাগিব নিৰ্বাচন আয়োগে। শুনানিৰ বাবে পৃথকে আবেদন দাখিলৰ পৰামৰ্শ তৃণমূল কংগ্ৰেছক। তৃণমূল কংগ্ৰেছক এই পৰামৰ্শ দিছে খোদ উচ্চতম ন্যায়ালয়ে।

11/05/2026

"দেশ পৰিচালনা কৰা মোডীৰ সামৰ্থ্যৰ বাহিৰত। প্ৰধানমন্ত্ৰীৰ এয়া উপদেশ নহয় ব্যৰ্থতা। জনতালৈ দায়িত্ব ঠেলি জবাবদিহিতাৰ পৰা এনেকৈয়ে পলাই চৰকাৰ।" জনতালৈ আগবঢ়োৱা বিশেষ আহ্বানকলৈ সৰৱ ৰাহুল গান্ধী। কেৱল নিৰ্বাচনলৈকেহে জনতাৰ দায়িত্ব লয় নেকি চৰকাৰে?

Address

S K Baruah Road
Guwahati
781006

Alerts

Be the first to know and let us send you an email when The Crosscurrent posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Crosscurrent:

Share