10/06/2026
নিজৰ পুৰণি ভেটিলৈ উভতি আহিব মমতা বেনাৰ্জী!কংগ্ৰছৰ লগত একত্ৰিত হ'ব মমতাৰ তূণমূল কংগ্ৰেছ!দিল্লীত এখনৰ পিছত আনখন বৈঠকত বহিছে কংগ্ৰেছ-TMC।মমতা-ছোনিয়া গান্ধীৰ বৈঠকৰ পিছত ৰাহুল গান্ধীক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ।ৰাহুল-অভিষেকৰ বৈঠকৰ পিছতে গুৰুত্বপূৰ্ণ দলীয় বৈঠকৰ আহ্বান কংগ্ৰেছৰ।