Pratham Khabar 24x7 Digital

  • Home
  • Pratham Khabar 24x7 Digital

Pratham Khabar 24x7 Digital Pratham Khabar 24x7 is a satellite news channel in Assamese language from Assam, Guwahati

11/08/2025

🟥বঙাইগাঁৱত শ্বহীদ বেদীত ভয়ংকৰ ঘটনা
🟥সতীয়া মাকে ৫ বছৰীয়া কন্যা সন্তানক খুৱালে মানুহৰ বি/ষ্ঠা

10/08/2025

🟥 পুণৰ ভাৰতক ভাবুকি পাকিস্তানৰ
🟥 এইবাৰ পৰমানৱিক বো*মা*ৰে ভাৰতক উৰুৱাই দিয়াৰ ভাবুকি পাকিস্তানৰ
🟥 আমেৰিকাৰ পৰা এইবাৰ ভাৰতক ভাবুকি পাকিস্তানৰ
🟥 'ভাৰতে সিন্ধু জল চুক্তি বতিল কৰিলে ১০ টা ক্ষেপণাস্ত্ৰৰে উৰুৱাই দিয়া হ'ব'

09/08/2025

🟥তৰল সস্তীয়া নিকৃষ্ট কথাৰ প্ৰতিক্ৰিয়া দিয়াটো মোৰ কাম নহয়
🟥ৰণ্টু পানীফুকনৰ বিশেষ ছ'চিয়েল মিডিয়া পোষ্ট...

09/08/2025

🟥অসমতো চলিত মাহৰ পৰাই প্ৰযোজ্য হ’ব SIR
🟥ভোটাৰ তালিকাৰ হ’ব বিশেষ পুনৰীক্ষণ

09/08/2025

১৫০ বৰ্গফুটৰ এটা ঘৰ...বেংগালুৰুৰ মুন্নী ৰেড্ডী পথৰ হাউচ নং-৩৫ক লৈ চাঞ্চল্য

09/08/2025

বীৰ লাচিত সেনা-ভিক্টৰ দাসৰ মাজৰ যু/জঁখনে লৈছে আমোদজনক ৰূপ। বীৰ লাচিত সেনা vs ভিক্টৰ দাসৰ মৌখিক যু/দ্ধ তুংগত।

09/08/2025

🟥নীলাচলৰ বুকু জোকাৰি গৈছে এক চাঞ্চল্যকৰ ঘটনাই
🟥কামাখ্যা দেৱালয়ৰ সমীপৰ সিদ্ধেশ্বৰী মন্দিৰৰ পুখুৰীত উদ্ধাৰ মহিলাৰ মৃ/তদে/হ

09/08/2025

ভাৰতৰ মাটিতেই ভাৰতীয় পোছাক পিন্ধি অপমানিত হ'ল ভাৰতীয় দম্পতী

09/08/2025

বিশ্ব খিলঞ্জীয়া দিৱসৰ প্ৰাক সন্ধ্যা নগাঁৱৰ ৰাজপথত আনিচুৰ ৰহমানৰ ভ/য়ংক/ৰ কাণ্ড

06/08/2025

06/08/2025

🟥 "মিঞাৰ বিৰুদ্ধে আমি কথা ক'লে শান্তি সম্প্ৰিতি ভঙ্গ কৰা হয় আৰু মাৰোৱাৰী বিহাৰী বিৰুদ্ধে কথা ক'লে আমি জাতীয়তাবাদ"
🟥 "এই বিলাক ভণ্ডামি নচলিব আমাৰ স্পষ্ট কথা"
🟥 "মিঞাৰ বিৰুদ্ধে অভিযান চলিব আমি উজনি অসমৰ পৰা মিঞাক খেদিমেই"
🟥 "বিধায়ক মহোদয়ে কৈছে আমাক কোনোবাই স্পনচৰ কৰিছে"

05/08/2025

🟥 হাইলাকান্দিৰ এজন লোক গুৱাহাটীত সন্ধানহীন
🟥 দিছপুৰ লাষ্ট গেটত থকা Rohiz Lodgeৰ পৰা সন্ধানহীন লোকজন
🟥 মচুৰ আলী মজুমদাৰ নামৰ লোকজন ৪ জুলাই ১০ বজাৰ পৰা সন্ধানহীন

Address


Alerts

Be the first to know and let us send you an email when Pratham Khabar 24x7 Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pratham Khabar 24x7 Digital:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share