28/03/2026
ধৰিয়াখাইতি গাঁও পঞ্চায়তৰ অন্তৰ্গত অপৰীয়া গাঁৱত অনুষ্ঠিত AIUDF দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত এক উল্লেখ যোগ্য দৃশ্য পৰিলক্ষিত হয়। বিধায়ক ডাঙৰীয়াৰ উপস্থিতিত তিনি শতাধিক কংগ্ৰেছ দলৰ সমৰ্থকে আনুষ্ঠানিক ভাৱে AIUDF দলত যোগদান কৰে।
এই বৃহৎ যোগদানৰ জৰিয়তে অঞ্চলটোত AIUDF দলৰ জন সমৰ্থন অধিক সুদৃঢ় হোৱা বুলি ধৰা হৈছে।