nezine.com

nezine.com NEZINE is an online magazine focusing on India’s Northeast region. It makes efforts to bridge the

It makes efforts to bridge the information gap on the region – a repository of traditional knowledge, a bio-diversity hotspot and a living museum of cultural diversities. We generate and publish content that add to a state-of-the-art digital archive of quality information about the region. NEZINE will provide a platform for publication of news, features and articles on wide-ranging subjects and is

sues which will help its visitors derive their own notions about the region instead of looking at it through fixed frames of perception about its geography, history, society, culture and tradition.


‘নিজাইন’ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত বিশেষভাবে আলোকপাত কৰাৰ উদ্যেশ্যে জন্ম হোৱা এখন অনলাইন আলোচনী। এই আলোচনীখনৰ মাজেৰে পৰম্পৰাগত জ্ঞান, জৈৱ-বিচিত্ৰতা আৰু সাংস্কৃতিক বিচিত্ৰতাৰ জীৱন্ত সংগ্ৰহালয়্স্বৰূপ এই অঞ্চলটোৰ বিষয়ে পৰ্যাপ্ত তথ্যৰ অভাৱ পূৰণ কৰাৰ প্ৰয়াস কৰা হৈছে। আমি এক মানসম্পন্ন ডিজিটেল তথ্য অভিলেখাগাৰলৈ পৰিণত কৰাৰ লক্ষ্য লৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে গুণগত তথ্যসমৃদ্ধ লেখা সৃষ্টি তথা প্ৰকাশ কৰিম।

নিজাইন-ৰ মাজেৰে বিস্তৃত বিষয়ৰ বাতৰি, প্ৰতিবেদন অথবা প্ৰবন্ধ প্ৰকাশৰ বাবে এখনি মঞ্চ তৈয়াৰ কৰা হ’ব যি মঞ্চই ভুগোল, ইতিহাস, সমাজ, সংস্কৃতি আৰু পৰম্পৰাৰ নিৰ্দিষ্ট গণ্ডীৰ মাজেৰে উত্তৰ-পূৰ্বাঞ্চলক চোৱাৰ পৰিবৰ্তে অঞ্চলটোৰ সম্পৰ্কে নিজস্ব ধাৰণা গঢ় দিয়াত পঢ়ুৱৈসকলক সহায় কৰিব।

অসমীয়া জাতীয়তাবাদ সদায় ব্ৰহ্মপুত্ৰ উপত্যকাতেই আবদ্ধ হৈ আছে — প্ৰফেছাৰ উদয়ন মিশ্ৰ । নিজাইন পডকাষ্টৰ এই খণ্ডটিত শুনক  ...
17/09/2025

অসমীয়া জাতীয়তাবাদ সদায় ব্ৰহ্মপুত্ৰ উপত্যকাতেই আবদ্ধ হৈ আছে — প্ৰফেছাৰ উদয়ন মিশ্ৰ । নিজাইন পডকাষ্টৰ এই খণ্ডটিত শুনক মুনীন বৰকটকী স্মাৰক ন্যাসে আয়োজন কৰা Plain Facts...তথ্যৰে যুক্তি শীৰ্ষক বক্তৃতালানিৰ বিশিষ্ট বুদ্ধিজীৱি আৰু সমাজ বিজ্ঞানী প্ৰফেছাৰ উদয়ন মিশ্ৰই ১৪ ছেপ্টেম্বৰ, ২০২৫ত আগবঢ়োৱা বক্তৃতা । বক্তৃতাৰ বিষয়- জাতীয়তাবাদ, ইয়াৰ সমস্যা আৰু সীমাবদ্ধতা : অসমৰ প্ৰেক্ষাপটত । বক্তৃতালানিৰ আঁত ধৰোতা - বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকী ।
NEZINE podcast: Sixth of the lecture series organised by the Munin Barkotoki Memorial Trust delivered by eminent intellectual and social scientist Professor Udayon Misra on the topic: Nationalism and its Faultlines: The Assamese Experience. "Assamese nationalism has always been confined to the Brahmaputra valley," says Prof. Misra in his lecture delivered in Assamese[22.18-22.23].
Lecture series moderated by Arindam Barkatakti
To listen to the podcast on Buzzsprout click - https://www.buzzsprout.com/337031/episodes/17858510
to listen to the podcast on Apple podcast, click this link: https://podcasts.apple.com/us/podcast/%E0%A6%85%E0%A6%B8%E0%A6%AE-%E0%A7%9F-%E0%A6%9C-%E0%A6%A4-%E0%A7%9F%E0%A6%A4-%E0%A6%AC-%E0%A6%A6-%E0%A6%B8%E0%A6%A6-%E0%A7%9F-%E0%A6%AC-%E0%A7%B0%E0%A6%B9-%E0%A6%AE%E0%A6%AA-%E0%A6%A4-%E0%A7%B0-%E0%A6%89%E0%A6%AA%E0%A6%A4-%E0%A6%AF%E0%A6%95-%E0%A6%A4-%E0%A6%87-%E0%A6%86%E0%A6%AC%E0%A6%A6-%E0%A6%A7-%E0%A6%B9-%E0%A6%86%E0%A6%9B-%E0%A6%AA-%E0%A7%B0%E0%A6%AB-%E0%A6%9B-%E0%A7%B0-%E0%A6%89%E0%A6%A6%E0%A7%9F%E0%A6%A8-%E0%A6%AE-%E0%A6%B6-%E0%A7%B0/id1810985190?i=1000727152955
Music: Priyanuj Parasar
https://open.spotify.com/episode/7MC77LEiK2ydrb01OzZYYd?si=1J-ySe2LQNe7-zWc9zxDGw

Podcast Episode · NEZINE's Podcast · 09/17/2025 · 34m

From NEZINE's archive --Great Assam Earthquake of 1950: Address to the Nation by Jawaharlal NehruAssam Earthquake of 195...
15/09/2025

From NEZINE's archive --Great Assam Earthquake of 1950: Address to the Nation by Jawaharlal Nehru
Assam Earthquake of 1950: Address to the Nation by the first Prime Minister of India Jawaharlal Nehru in the aftermath of the Great Assam Earthquake of 15 August 1950. Nehru visited Assam during 4-7 September 1950. On 9th of September 1950, the following was broadcast to the nation over All India Radio, New Delhi
নিজাইনৰ আৰ্কাইভৰ পৰা-১৯৫০ চনৰ ১৫ আগষ্টৰ অসম প্ৰলয়ংকাৰী ভূমিকম্পৰ পিছত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণ । ১৯৫০ চনৰ ৪-৭ ছেপ্টেম্বৰত নেহৰুৱে ৪ দিন অসম ভ্ৰমণ কৰিছিল। ১৯৫০ চনৰ ৯ ছেপ্টেম্বৰত দেশবাসীক উদ্দেশ্যি নেহৰুৱে দিয়া এই ভাষণ নতুন দিল্লীৰ অল ইণ্ডিয়া ৰেডিঅ' যোগে সম্প্ৰচাৰ কৰা হয় ।
(Source: National Workshop on Earthquake Risk Mitigation Strategy in North East, Guwahati, 24-25 February, 2011, Background Papers, Edited by P.G. Dhar Chakrabarti, Chandan Ghosh, National Institute of Disaster Management, New Delhi)
https://www.nezine.com/info/b1loUGhXQzhEOWNRdkJkVTdrRGZXQT09/great-assam-earthquake-of-1950:-address-to-the-nation-by-jawaharlal-nehru.html?fbclid=IwY2xjawM0n-5leHRuA2FlbQIxMQABHnI2J6zOQuixRZUXjbyM-TyoN3mQh0buWQJCdh1CDMI2AysYi3hYrfapEgDz_aem_Gqclm05Epr1fpGOnn2TBnw

Great Assam Earthquake of 1950: Address to the Nation by Jawaharlal Nehru Assam Earthquake of 1950: Address to the Nation by the first Prime Minister of India Jawaharlal Nehru in the aftermath of the Great Assam Earthquake of 15 August 1950. Nehru visited Assam during 4-7 September 1950. On 9th of S...

দ্বীপ ৰাজৰ এমুঠি কবিতা এপোৱাএয়া ভাগ ভাগ কৰি কাটি-কূটি ভগাই মেলি হিচাপত এপোৱাআমি চাৰিভাই। কিলোৰ চাৰিভাগ। বৰজনাৰ কেইবামহল।...
14/09/2025

দ্বীপ ৰাজৰ এমুঠি কবিতা

এপোৱা
এয়া ভাগ ভাগ কৰি কাটি-কূটি ভগাই মেলি হিচাপত এপোৱা
আমি চাৰিভাই। কিলোৰ চাৰিভাগ। বৰজনাৰ কেইবামহল।
তাৰ তলৰ ককাইদেউৰ চাৰিখন গাড়ী। তলৰজনা ডাক্তৰ
আৰু মই তিনিটা কোণৰ পৰা চাপি অহা কেইটামান শুকান বৃত্ত।

A few poems by Dweep Raj - A QUARTER
(This is the quarter after division and cutting to sizes )

We four brothers! A kilo divided into four parts! The eldest owns a multi-storied.
The one next to him has four cars. The younger one to him, a doctor
And I’m a few dry circles, pressed from three corners.
A seer* or two, a basketful or two
A pair from mother’s ears, a pair from her hands, two sets of Pat and Muga silk
Father’s old umbrella, the wrist watch and the walking stick.
The half-broken umbrella and the blind man’s stick
Walked home with me.
https://www.nezine.com/info/QkRNSGVyc0pibEpWVExCdWhXQjZTUT09/a-few-poems-by-dweep-raj.html

আজি ‘সূৰ্য হেনো  নামি আহে এই নদীয়েদি’ৰ কবি তথা অসমৰ একমাত্ৰ জ্ঞানপীঠ বিজয়ী কবি  নীলমণি ফুকনৰ জন্মদিন। ক’ভিদকালীন সময়ত নি...
10/09/2025

আজি ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’ৰ কবি তথা অসমৰ একমাত্ৰ জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকনৰ জন্মদিন। ক’ভিদকালীন সময়ত নিজাইন আলোচনীয়ে আয়োজন কৰা বিশেষ সাহিত্য চৰ্চা শিতানত তেখেতৰ সাহিত্য কীৰ্তিৰ বিষয়ে আলোচনা কৰা হৈছিল। এই আলোচনা তেখেতক পৰিয়ালৰ লোকে শুনাৰ ব্যৱস্থা কৰি দিছিল। ডিজিটেল মাধ্যম সেই সময়ত এনে গহীন সাহিত্য আলোচনাৰ বাবে সাজু হৈ উঠা নাছিল বুলিয়েই কবিয়ে ধাৰণা কৰিছিল। এই আলোচনা শুনি তেখেতে কৈছিল-‘মই নিশ্চিত হ’লোঁ, সাহিত্যৰ মৰণ নাই।’
এই আলোচনাটিৰ আলোচকসকল ক্ৰমে -- সমিৰন বৰুৱা, চিত্ৰশিল্পী, লেখক, সমাজ-সংস্কৃতিৰ বিষয়ৰ আলোচক
মুনীন বায়ন, সাহিত্য সমালোচক, কাৰ্যবাহী সম্পাদক, দৈনিক অসম
অনুভৱ তুলসী, কবি, সাহিত্য অনুবাদক
ড০ গৰিমা কলিতা, সাহিত্য সমালোচক, লেখক, শিক্ষাবিদ
বিষয়বস্তু উপস্থাপন : অৰিন্দম বৰকটকী,সাহিত্য সমালোচক, নিবন্ধকাৰ, সাহিত্য সম্পাদক, nezine.com
আঁত ধৰিছে: ৰত্না ভৰালী তালুকদাৰ, কাৰ্যবাহী সম্পাদক, nezine.com

https://www.youtube.com/watch?v=NWhSx7eiV8M

A discussion in Assamese on literary and other works of Nilmani Phookan. nezine.comৰ আলোচনা - নীলমণি ফুকনৰ সাহিত্য আৰু কৰ্মৰাজি আলোচক: সমিৰন বৰুৱা, চিত্ৰশিল্...

ভূপেন হাজৰিকাৰ গীতৰ সাহিত্য আৰু সাৰ্বজনীনতাৰ বিষয়ে নিজাইন আলোচনীৰ মজিয়াৰ এটি আলোচনাA discussion in Assamese on literatur...
08/09/2025

ভূপেন হাজৰিকাৰ গীতৰ সাহিত্য আৰু সাৰ্বজনীনতাৰ বিষয়ে নিজাইন আলোচনীৰ মজিয়াৰ এটি আলোচনা
A discussion in Assamese on literature and universalism in music maestro Bhupen Hazarika's songs

A discussion in Assamese on literature and universalism in music maestro Bhupen Hazarika's songs. nezine.comৰ সাহিত্য আলোচনা l বিষয়– ভূপেন হাজৰিকাৰ গীতৰ সাহ...

NEZINE pays rich tributes to Dr Bhupen Hazarika to commemorate the birth centenary celebrations of the Music Legend thro...
08/09/2025

NEZINE pays rich tributes to Dr Bhupen Hazarika to commemorate the birth centenary celebrations of the Music Legend through this oration on and performance of Music Maestro Bhupen Hazarik'a songs in Assamese by Dr. Sankar Patowary- renowned scholar and performer of Dr Hazarika's songs. Dr Patowary presented this oration and performance at Tezpur University in Assam. The occasion was observance of the 7th death anniversary of the music maestro organised by Tezpur university on November 5, 2018. Audio recording and photograph of the programme courtesy - Tezpur University. Anchoring- Kathabandhu Manoj Kumar Deka. It was also the maiden episode of NEZINE's podcast channel.
Please click the link below to listen on Spotify

https://open.spotify.com/episode/5kKmE72qsLC5JUFEyBoOkj?si=9e6b8aa3586b4131
To listen to it on Buzzsprout, please click this link https://www.buzzsprout.com/337031/episodes/1197692

https://www.youtube.com/watch?v=hvnwCBaOnBM

It is a podcast in Assamese of an oration on and performance of Music Maestro Bhupen Hazarik'a songs by Dr. Sankar Patowary- renowned scholar and performer o...

07/09/2025

য়েছে দৰজে ঠংচিৰ সাহিত্য I কেনডিড্ টক ফ্ৰম নৰ্থ ইষ্ট । আলোচক - আকাশ দ্বীপ্ত ঠাকুৰ, ড: জুৰি দত্ত, ড: ৰত্নোত্তমা দাস । আতঁ ধৰিছে - ৰত্না ভৰালী তালুকদাৰে । ,

নিজাইন আলোচনীৰ উত্তৰ-পূবৰ সাহিত্য শীৰ্ষক আলোচনাত এই খণ্ডত শুনক বিশিষ্ট সাহিত্য সমালোচক আৰু সাংবাদিক মুনীন বায়নৰ গ্ৰন্থ-...
05/09/2025

নিজাইন আলোচনীৰ উত্তৰ-পূবৰ সাহিত্য শীৰ্ষক আলোচনাত এই খণ্ডত শুনক বিশিষ্ট সাহিত্য সমালোচক আৰু সাংবাদিক মুনীন বায়নৰ গ্ৰন্থ-"সংঘৰ্ষ আৰু সংলাপ" বিষয়ে এটি আলোচনা । আলোচনাটি আগবঢ়াইছে বিশিষ্ট সাহিত্যিক জুৰি বৰা বৰগোহাঞিয়ে । সংগীত - প্ৰিয়ানুজ পৰাশৰ
Spotifyত শুনিবলৈ
https://open.spotify.com/episode/7aDArws8fwXtaecOmny5D3?si=vXv4oNBVSl-Ao7gB8t-BAA
buzzsprout শুনিবলৈ
https://www.buzzsprout.com/337031/episodes/17793868

নিজাইন আলোচনীৰ উত্তৰ-পূবৰ সাহিত্য শীৰ্ষক আলোচনাত এই খণ্ডত শুনক বিশিষ্ট সাহিত্য সমালোচক আৰু সাংবাদিক মুনীন বায়ন.....

Fading echoes of a Friday Haat: How digital wage transformed a weekly market in an Assam tea garden- Sweety Jaiswal ধূসৰ...
03/09/2025

Fading echoes of a Friday Haat: How digital wage transformed a weekly market in an Assam tea garden- Sweety Jaiswal ধূসৰ হৈ অহা শুকুৰবৰীয়া হাটৰ প্ৰতিধ্বনি: চাহবাগিচাৰ ডিজিটেল দৰমহা ব্যৱস্থাই কেনেদৰে সলনি কৰিছে এখন সাপ্তাহিক বজাৰৰ ৰেহ-ৰূপ-চুইটি জয়ছোৱাল

Fading echoes of a Friday Haat: How digital wage transformed a weekly market in an Assam tea garden Every Friday and Tuesday, a piece of Assam’s living history comes alive in the form of the weekly haat (market) in Hoolungooree, a tea garden village just 10 km from Mariani town. Here, time has pas...

অভিজিত গগৈৰ এমুঠি কবিতাপোহৰৰ প্ৰতিফলন সূত্ৰফু মাৰি দিয়া চুঙাটোৰআয়তন,ভৰ আৰু প্ৰবাহিত গতি কিমানসেয়া জানিবলৈস্থিতিৰ বিপৰীতে...
31/08/2025

অভিজিত গগৈৰ এমুঠি কবিতা
পোহৰৰ প্ৰতিফলন সূত্ৰ
ফু মাৰি দিয়া চুঙাটোৰ
আয়তন,ভৰ আৰু প্ৰবাহিত গতি কিমান
সেয়া জানিবলৈ
স্থিতিৰ বিপৰীতে
আমি ভিতি দিওঁ
A Few poems by Abhijeet Gogoi
Light Reflection Theory
To ask of the bamboo chunga
The air through its tunnelly path we blow
Of its volume, mass and speed
We stand, against the odds

A Few poems by Abhijeet Gogoi Light Reflection Theory To ask of the bamboo chunga The air through its tunnelly path we blow Of its volume, mass and speed We stand, against the odds With trembling fingers We hazard a move Just to feel the ember's heat We stand, against the odds And thus wait we do We...

Address

First Floor , 38 , M. Ahmed Road
Gauhati
781008

Alerts

Be the first to know and let us send you an email when nezine.com posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to nezine.com:

Share