Public Reporter

Public Reporter तेज़, भरोसेमंद और सटीक खबरें
ग्राउंड रिपोर्ट व जनता की आवाज़
Govt Registered Digital Media
Completed glorious 10 Years

14/09/2026
হয় মইয়েই দিগন্ত ভাগৱতী, মই এগৰাকী জীয়ৰীক/ছাত্ৰীক আমি বহু সময় বহি কথা পাতি থকাৰ পাছত যোৱাৰ সময়ত তেওঁৰ মুৰত হাত থৈ কপ...
09/09/2026

হয় মইয়েই দিগন্ত ভাগৱতী, মই এগৰাকী জীয়ৰীক/ছাত্ৰীক আমি বহু সময় বহি কথা পাতি থকাৰ পাছত যোৱাৰ সময়ত তেওঁৰ মুৰত হাত থৈ কপালত‌ চুমা খোৱাৰ দৰে কৰিছিলো আগতেও আমি বহু ছাত্ৰ ছাত্ৰী সন্তানৰ দৰে ল'ৰা ছোৱালীৰ কপালত বা মুৰত চুমা এটি খাই শুভেচ্ছাও জনাইছো আশীৰ্বাদ ও দি আহিছো। কিন্তু সৎ শিক্ষিত সংস্কাৰী লোকে আজিলৈ ইমান বেয়াকৈ তথা ইমান নীচ চিন্তাৰে নিজৰ অসুষ্ঠ মানসিকতাৰ পৰিচয় দিয়া নাছিল। গণতন্ত্ৰৰ চতূৰ্থ স্তম্ভ হৈছে সংবাদ সেৱা। কিন্তু এচাম সুবিধাবাদী লোকৰ বাবে এই পৱিত্ৰ সেৱাটো প্ৰদূষিত হ'বলৈ ধৰিছে নেকি সন্দেহ হয়। চেনেলৰ কৰ্মকৰ্তাক মই সুধিব বিচাৰো আপুনি ভুক্তভোগী হোৱা জনক এবাৰ লগ ধৰি সুধিছিলনে যে আচলতে কপালত দিয়া চুমাটো কি উদ্দেশ্যত দিয়া হৈছিল? বা ছোৱালী জনীৰ পৰা জানিব বিছাৰিছিলনে ? নাইবা তেও নিজে কৈছিল নে? নাই কোৱা। এজনে ক'লে আপোনালোকে বজালে। প্ৰকৃত তথ্য নোলোৱাকৈয়ে এনেদৰে বজালে এজনৰ জী‌‍ধনৰ লগতে যে পৰিয়ালৰ বহুজনৰ হানি হ'ব পাৰে চিন্তা কৰেনে? হয় যদিহে প্ৰকৃততে অপৰাধ কৰা প্ৰমাণ হৈছে তেওঁ উচিত শাস্তি পাব ই লাগিব। কিন্তু কোনো তথ্য প্ৰমান নোহোৱাকৈ এজন ব্যক্তিৰ জীৱন ধ্বংস কৰাতো উচিত হবনে ? মই অনুৰোধ কৰিছো সত্য শুদ্ধ সততাৰে আগবঢ়োৱা সামাজিক উৎকৃষ্ট সেৱাই হৈছে সাংবাদিকতা। যাক আমি গণতন্ত্ৰৰ ৪ৰ্থ স্তম্ভ বুলি কও। সততা আৰু নিষ্ঠাৰে পালন কৰিব পাৰিলে আমাৰো মঙ্গল‌ হ'ব। এই খিনি কথাৰে মই জ্ঞান দিবলৈ বিচৰা নাই কিন্তু অত্যন্ত কষ্টত প্ৰাণটো যাবলৈ নিদি ধৰি ৰাখিছো। নিজৰ জীক বা ছাত্ৰ ছাত্ৰীক দিয়াৰ মানসিকতাৰে হে যাবৰ সময়ত কপালৰ ওপৰত চুমা দিয়াৰ দৰে হালি গৈছিলো কিন্তু অথচ কপালতো লগাই নাছিল । ইয়াত আচলতে কোনো ধৰণৰ বেয়া মনোভাব নাথাকে। মুক্তভাৱে ক'ব পাৰো। ছোৱালীজনীয়ে কিন্তু অভিযোগ কৰা নাই আনেহে এই অভিযোগ আনিছে। সত্য এদিন ওলাব । প্ৰকৃত তদন্ত কৰিহে প্ৰচাৰ কৰিব বুলি আশা কৰিলো। 🙏

#ইতি_ দিগন্ত ভাগৱতী

क्या भारत में नाथूराम गोडसे की मूर्ति स्थापित करना आवश्यक है? हाँ / नहीं
09/09/2026

क्या भारत में नाथूराम गोडसे की
मूर्ति स्थापित करना आवश्यक है?
हाँ / नहीं

भारत में हो रहे विकास को देखकर आज मैंने BJP जॉइन की है।देबाशीष शर्मा, IAS
08/09/2026

भारत में हो रहे विकास को देखकर आज मैंने BJP जॉइन की है।
देबाशीष शर्मा, IAS

এয়া গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা সেঁতুৰ ওপৰৰ দৃশ্য। টম-টম চালকৰ ৰূপত এটা পৰিয়ালৰ পিকনিক পালন। ...
08/09/2026

এয়া গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা সেঁতুৰ ওপৰৰ দৃশ্য। টম-টম চালকৰ ৰূপত এটা পৰিয়ালৰ পিকনিক পালন। সেঁতুৰ ওপৰত টম-টম ৰখাই পদপথত বহি চাৰি পতি পত্নীয়ে নিষিদ্ধ মাংস সহিতে পোলাও, ভাত, মদ, ঠাণ্ডা পানী আৰু চিপছেৰে মহা আৰামত মদ্যপান কৰি আছিল। তাকো ভৰ-দুপৰীয়া মানুহৰ জন-সমাগম থকা এখন সেঁতুৰ ওপৰত।

राहुल गांधी के FAN मुन भाऊ ने कहा कि"राहुल जी केवल एक राजनीतिक नेता ही नहीं, भगवान श्री राम का पुनर्जन्म भी हैं!"
08/09/2026

राहुल गांधी के FAN मुन भाऊ ने कहा कि
"राहुल जी केवल एक राजनीतिक नेता ही
नहीं, भगवान श्री राम का पुनर्जन्म भी हैं!"

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Public Reporter posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Public Reporter:

Shortcuts

Share