NEWS8 NE

NEWS8 NE From Guwahati to every Northeast state, a leading multilingual web news portal run by senior journalists dedicated to credible, regional news.

শৃংখল চলিহাৰ দাবী
13/08/2026

শৃংখল চলিহাৰ দাবী

13/08/2026

বন্যাৰ্তক একাংশ মানৱদৰদী মুছলমানে সহায়ৰ বাবে লােৱা পদক্ষেপক আদৰণি জনাই এই মন্তব্য চিতু বৰুৱাৰ

13/08/2026

মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ ৫੦ লাখ টকাৰ অনুদান বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ

13/08/2026

মুখ্যমন্ত্ৰীয়ে একাংশ ইউটিউবাৰে সংগ্ৰহ কৰা বান সাহায্যৰ হিচাপ-নিকাচ কৰাৰ কথা কােৱাৰ পিছত প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈৰ

13/08/2026

সাংসদ গৌৰৱ গগৈৰ ভূমিকাক লৈ সৰৱ বিধায়ক অখিল গগৈ

13/08/2026

নামঘৰৰ চৌহদত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ

অসমলৈ ২৫ কােটি টকাৰ বান সাহায্য ঘােষণা ONGC ৰ
13/08/2026

অসমলৈ ২৫ কােটি টকাৰ বান সাহায্য ঘােষণা ONGC ৰ

13/08/2026

🔴 পলাশবাৰীৰ দখলাঘাটত অঘটন
👉 পলাশবাৰী সমষ্টিৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত দখলাঘাটত ব্ৰহ্মপুত্ৰৰ পানীত ডুবি এগৰাকী ১৪ বছৰীয়া কিশোৰী সন্ধানহীন।
👉 সন্ধানহীন কিশোৰীগৰাকী উপৰহালীৰ অমৰ মণ্ডলৰ কন্যা মধু মণ্ডল বুলি জানিব পৰা গৈছে।
👉 জানিব পৰা মতে, কিশোৰীগৰাকীয়ে এজন কিশোৰৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামোঁতেই এই দুৰ্ঘটনা সংঘটিত হয়।
👉 স্থানীয় লোকৰ তৎপৰতাত কিশোৰজনক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় যদিও বৰ্তমানেও কিশোৰীগৰাকী সন্ধানহীন হৈ আছে।
👉 বৰ্তমান বিজয়নগৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কিশোৰজনক সোধা-পোছা অব্যাহত ৰাখিছে।
👉আনহাতে, পানীত সন্ধানহীন হৈ থকা কিশোৰী মধু মণ্ডলক উদ্ধাৰৰ বাবে প্ৰশাসনে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

13/08/2026

সামাজিক মাধ্যমত পােষ্ট কৰি বিশেষ আহ্বান বিধায়ক অখিল গগৈৰ

দেশৰ স্বাধীনতা দিৱসৰ দিনাই অনশনত বহিব বিধায়ক অখিল গগৈ
13/08/2026

দেশৰ স্বাধীনতা দিৱসৰ দিনাই অনশনত বহিব বিধায়ক অখিল গগৈ

Address

Gauhati
781015

Alerts

Be the first to know and let us send you an email when NEWS8 NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NEWS8 NE:

Shortcuts

Share