Temptation Studio

Temptation Studio 9706602293

সকলোলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
01/01/2026

সকলোলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

বাবু বৰুৱালৈ জন্মদিনৰ শুভেচ্ছা জনালে৷Happy bday to Babu Baruah .🎂🍰🍫🧡❤️💛
01/12/2025

বাবু বৰুৱালৈ জন্মদিনৰ শুভেচ্ছা জনালে৷
Happy bday to Babu Baruah .
🎂🍰🍫
🧡❤️💛

sing dil se online audition 23 november
28/11/2025

sing dil se online audition 23 november

sing dil se online audition 16 november
24/11/2025

sing dil se online audition 16 november

10/11/2025
১৯ বছৰ সম্পূৰ্ণ৷
25/09/2025

১৯ বছৰ সম্পূৰ্ণ৷

সংগীতসূৰ্য ড০ ভূপেন হাজৰিকাদেৱক তেখেতৰ জন্ম শতবাৰ্ষিকীত শ্ৰদ্ধাৰে সোৱৰিছোঁ ।
08/09/2025

সংগীতসূৰ্য ড০ ভূপেন হাজৰিকাদেৱক তেখেতৰ জন্ম শতবাৰ্ষিকীত শ্ৰদ্ধাৰে সোৱৰিছোঁ ।

25/08/2025

*সমৰ কাশ্যপলৈ *
* শ্ৰদ্ধাঞ্জলি*
যোৱাকালি ইং ২৪ আগষ্ট তাৰিখে ৰাতিপুৱা হঠাতে আৰু অকালতে অসমৰ এগৰাকী প্ৰতিভাবান কন্ঠ শিল্পী গীতিকাৰ সমৰ কাশ্যপে ইহলীলা সম্বৰণ কৰি তেওঁৰ পৰিয়ালটোৰ লগতে আমাক সকলোকে শোকসন্তপ্ত কৰি বৈকুণ্ঠলৈ গতি কৰে।
তদুপলক্ষে অহাকালি ইং ২৬ আগষ্টত সন্ধিয়া ৬.০০ বজাত শিল্পী গৰাকীৰ আত্মাৰ সদগতি তথা চিৰ শান্তি কামনাৰ্থে শ্ৰদ্ধাঞ্জলী তৰ্পণ অনুস্থান আয়োজন কৰা হৈছে। সমূহ শিল্পীৰ উপস্থিতি সহৃদয়েৰে কামনা কৰা হৈছে।
ধন্যবাদ।
ষ্টান……টেম্পটেশ্বন ষ্টুডিঅ ৰাজগড় তিনিআলি

Address

Gauhati
781003

Website

Alerts

Be the first to know and let us send you an email when Temptation Studio posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Temptation Studio:

Share