Arif

Arif .

17/07/2026

07/07/2026
07/07/2026

বৰ্তমান E20 পেট্ৰ’লৰ ব্যৱহাৰক লৈ সাধাৰণ গ্ৰাহক আৰু বাহন মালিকসকলৰ মাজত যি তীব্ৰ শংকা আৰু বিভ্ৰান্তিৰ সৃষ্টি হৈছে, সেই সন্দৰ্ভত ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই উঠোৱা প্ৰতিটো প্ৰশ্ন অত্যন্ত যুক্তিসংগত আৰু সময়োপযোগী।
​কেৱল মৌখিক আশ্বাসেৰে নহয়, চৰকাৰ আৰু অটো’মবাইল কোম্পানীসমূহে গাড়ীৰ Model-wise compatibility list আৰু স্পষ্ট Warranty নীতি ৰাজহুৱা কৰিবই লাগিব। নীতিৰ লাভ যদি দেশৰ বাবে হয়, তেন্তে তাৰ সম্ভাৱ্য ক্ষতিৰ বোজা কেৱল গ্ৰাহকে কিয় বহন কৰিব?


- Rekibuddin Ahmed

06/07/2026

অসমৰ নৱপ্ৰজন্মক ড্ৰাগছৰ কৱলৰ পৰা মুক্ত কৰিবলৈ হ’লে ইয়াৰ উৎস আৰু সৰবৰাহৰ নেটৱৰ্ক সম্পূৰ্ণৰূপে ধ্বংস কৰাটো অপৰিহাৰ্য। বিধানসভাৰ মজিয়াত বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত গৃহ বিভাগে দাঙি ধৰা তথ্যই সঁচাকৈয়ে সকলোকে চিন্তিত কৰি তুলিছে।
​ম্যানমাৰ আৰু বাংলাদেশৰ সীমান্তৰে অহা এই মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আৰু গুৱাহাটীক ট্ৰেনজিট পইণ্ট হিচাপে ব্যৱহাৰ কৰা ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে চৰকাৰে আৰু অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো সময়ৰ দাবী। কেৱল আৰক্ষীৰ অভিযানেই নহয়, সমাজৰ প্ৰতিজন সচেতন নাগৰিক আৰু অভিভাৱক ইয়াৰ বিৰুদ্ধে সজাগ হ’ব লাগিব।
​নৱপ্ৰজন্মক ধবংসৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ এনেদৰে সদনৰ মজিয়াত সৰৱ হোৱা Rekibuddin Ahmed ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। 🤝✨


06/07/2026

"Assam's power supply has collapsed, and the constant load shedding has made daily life a battle for survival. We have moved this adjournment motion to force the government to wake up to the ground reality and acknowledge the pain of ordinary citizens. It is time to stop the empty rhetoric and finally fix the electricity crisis." — Rekibuddin Ahmed, MLA

06/07/2026

Load Shedding বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে আমাৰ মৰমৰ বিধায়ক Rekibuddin Ahmed য়ে।

Address

Kalatoli
Gauhati
781136

Website

Alerts

Be the first to know and let us send you an email when Arif posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Arif:

Shortcuts

Share