News Live

News Live This is the official page of NEWS LIVE, the most-watched satellite News Channel in Assam

This is the official page of NEWS LIVE, the most-watched satellite channel in the North-east.

13/01/2026

নতুন মহিন্দ্ৰা এক্সইউভি-৭ এক্সঅ’ আৰু এক্সইভি-৯ এছ মুকলি। আজি গাৰ্গীয় মহিন্দ্ৰাই গুৱাহাটীৰ হেৰিটেজ উদেষ্ণা মলৰ চৌহদত মুকলি কৰে বাহন দুখন। মুকলি অনুষ্ঠানত উপস্থিত থাকে কণ্ঠশিল্পী দীক্ষু। অত্যাধুনিক বিশেষত্বাৰে নিৰ্মাণ কৰা হৈছে বাহন দুখন। উদ্যোগটোক আগুৱাই লৈ যাবলৈ মহিন্দ্ৰাই সংযোজন কৰিছে এই বাহন দুখন।

13/01/2026

ৰেজাউল কৰিমক সকীয়নি সদৌ অসম ছাত্ৰ সন্থাৰ। বাংলাদেশী মূলৰ ৰেজাউল কৰিমে শিৱসাগৰক ধুবুৰী সজাবলৈ বিচৰা মন্তব্যত গৌৰৱ গগৈয়ে হাততালি বজাব নালাগিছিল বুলি কটাক্ষ আছুৰ সভাপতি উৎপল শৰ্মাৰ।

13/01/2026

উৰুকাৰ দিনাই মহানগৰীৰ মঠঘৰীয়াৰ সমাজকৰ্মী সোমেন্দ্ৰ নাথ ডেকাৰ মহানুভৱতা ।
পুৱাই দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰে প্ৰায় ১০ কুইন্টল মাছ ।

13/01/2026

জুবিন গাৰ্গৰ হত্যাৰ গোচৰত বিশেষ অধিবক্তা দল নিযুক্তি। কেবিনেটৰ সিদ্ধান্তত অনুমোদন ৰাজ্যপালৰ। জুবিন হত্যা গোচৰত ওকালতি কৰিবলৈ ৰাজ্য চৰকাৰৰ অধিবক্তাৰ দল নিযুক্তি। আজি কেবিনেটৰ অনুমোদন মৰ্মে এই ৫ অধিবক্তাক বিশেষ ওকালতিৰ দায়িত্ব অৰ্পণ কৰে ৰাজ্যপালে। আজিৰে পৰা জুবিন হত্যা গোচৰৰ ওকালতিত SPECIAL PUBLIC PROSECUTOR হিচাপে থাকিব জিয়াউল কামাৰ। তেওঁক সহায় কৰিব ADDITIONAL SPECIAL PUBLIC PROSECUTOR ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, ASSISTANT SPECIAL PUBLIC PROSECUTOR কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত
আৰু বিকাশ জামাৰে।

  ~ Top-10 big fish sold on Uruka: From Jorhat's giant Bighead to Darrang's record-breaking Bahu and Duliajan's Rs 2,200...
13/01/2026

~ Top-10 big fish sold on Uruka: From Jorhat's giant Bighead to Darrang's record-breaking Bahu and Duliajan's Rs 2,200/kg Pithia

https://newslivetv.com/top-10-big-fish-sold-on-bhogali-uruka/

Latest news and updates on News Live. Read: Top-10 big fish sold on Uruka: As the spirit of Bhogali Bihu envelops Assam, markets have turned into hubs of

13/01/2026

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও ৰেজাউল কৰিমৰ বক্তব্যক তীব্ৰ ভাষাৰে তুলাধুনা দিয়ে। ৰেজাউল কৰিমৰ সাম্প্ৰদায়িক বক্তব্যৰ বাবে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে উচিত শিক্ষা পাব বুলিও কয় পলাশ চাংমায়ে।

13/01/2026

ৰেজাউল কৰিমক সকীয়নি সদৌ অসম ছাত্ৰ সন্থাৰ। বাংলাদেশী মূলৰ ৰেজাউল কৰিমে শিৱসাগৰক ধুবুৰী সজাবলৈ বিচৰা মন্তব্যত গৌৰৱ গগৈয়ে হাততালি বজাব নালাগিছিল বুলি কটাক্ষ কৰি আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ হুংকাৰ- গৌৰৱ গগৈ-ৰেজাউলে গঢ়িব বিচৰা বৰ অসম আমি নিবিচাৰো।

13/01/2026

WHO IS HIMANTA BISWA SARMA বুলি ধৃষ্টতা প্ৰদৰ্শন কৰা গৌৰৱ গগৈক উভতি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। যি সময়ত গৌৰৱ গগৈয়ে টিভিত কাৰ্টুন চাই আছিল সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই ককা দেউতা আৰু নাতি হাতী ছবিত অভিনয় কৰিছিল। পাপু নিকু সংবাদ ধাৰাবাহিক প্ৰযোজনা কৰিছিল। যি সময়ত গৌৰৱ গগৈৰ অসম সন্দৰ্ভত সম্যক জ্ঞানো নাই সেই সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাচিত বৰফুকন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক জগত সভালৈ লৈ গৈছে। গতিকে গৌৰৱ গগৈৰ ষ্পৰ্ধাৰ কোনো মূল্য নাই।

  ~ Hindus under attack in Bangladesh; auto driver stabbed to death while Awami League politician dies in police custody...
13/01/2026

~ Hindus under attack in Bangladesh; auto driver stabbed to death while Awami League politician dies in police custody

https://newslivetv.com/hindus-under-attack-in-bangladesh/

Latest news and updates on News Live. Read: Attacks on Hindus in Bangladesh continue with a young Hindu man, an auto-driver by profession, stabbed to death

Address

G. S. Road
Gauhati
781005

Alerts

Be the first to know and let us send you an email when News Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Live:

Share

Category

Our Story

This is the official page of NEWS LIVE, the most-watched satellite channel in the North-east.