Asom Kontho

Asom Kontho Asom Kontho News asom kontho is an assamese news portal. editor & owner naba jyoti barman.

registered by MCA as AAMD SOCIAL WELFARE ASSOCIATION
CIN: U88900AS2024NPL027067

17/02/2026

ব্যক্তিগত নিউজ চেনেলৰ এজন সাংবাদিকে ভয় ভাবুকি দেখুৱাই নলবাৰী, ডিৰোৱা মাটি দখলৰ অভিযোগ।

03/01/2026

✅মাটি চমজাই দিয়াৰ নামত মুকালমুৱা থানাৰ দালালি🌿

16/12/2025
13/12/2025

আজি টিহুৰ মাজমজিয়াস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান 'টিহু ছাইন্স একাডেমী'ত অতি সুন্দৰ আৰু শৃংখলাবদ্ধভাৱে নৱাগত আদৰণী সভা তথা উচ্চতৰ দ্বিতীয় বাৰ্ষিক ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বিদায়ী সভা অনুষ্ঠিত কৰা হয় ৷ নৃত্য,গীতৰ মাজেৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠান বিশেষভাৱে লেখত লবলগীয়া ৷ টিহু চাইন্স একাডেমীত কলা,বিজ্ঞান শিক্ষাৰ লগতে ইনটিগ্ৰেটেড প্রগেম কোর্চো আছে ইয়াৰ লগতে তেওঁলোকে মেডিকেল বিভাগ তথা ইণ্জিনিয়াৰিংৰ প্ৰবেশ পৰীক্ষাৰ বাবেও একেলগে শিক্ষা প্ৰদান কৰে ৷

30/11/2025

মোৰ মন

22/11/2025

মায়াবিনী ৰে শ্ৰদ্ধাঞ্জলি আমাৰ হিয়াৰ আঁমঠু জুবিন গাৰ্গ দেৱলৈ
স্থান: হাতীগাওঁ

21/11/2025

আশা মোৰ আশা,
আমাৰ হিয়াৰ আঁমঠু জুবিন গাৰ্গ দেৱৰ জন্মদিন উদযাপন
স্থান: হাতীগাওঁ

20/11/2025

আমাৰ হিয়াৰ আঁমঠু, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক তেখেতৰ কালজয়ী গীতেৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন লগতে জন্মদিন উদযাপন
স্থান: হাতীগাওঁ, গুৱাহাটী

19/11/2025

আমাৰ হিয়াৰ আঁমঠু জুবিন গাৰ্গ দেৱৰ জন্মদিন উদযাপন
স্থান: হাতীগাওঁ, গুৱাহাটী
কণ্ঠ শিল্পী : ফাৰহাদ হুছেইন

03/11/2025

অভিনেতা ৰবি শৰ্মা স্বাৰ্থপৰ ৷ নিজ স্বাৰ্থ সিদ্ধিৰ বাবে ৰাজনীতিত নামি পৰিছে জুবিন গাৰ্গৰ মৃত্যু পিছত।
আছূতীয়া সাক্ষাৎকাৰত মন্তব্য নৱজোতি বৰ্মন , journalist & Director of AAMD social welfare association

28/09/2025

✅✅আজি মহাষষ্ঠী পূজা আৰু ষষ্ঠীৰ বেদীত মাক প্ৰতিষ্ঠা কৰা হব আৰু ইয়াৰ বাবে শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয় দূৰ্গা পূজা সমিতিয়ে সমূহ ৰাইজক জানিবলৈ দিয়ে✅🎉👏🎊👏💥

Address

Gauhati
781304

Telephone

+919101025125

Website

Alerts

Be the first to know and let us send you an email when Asom Kontho posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Asom Kontho:

Share