News Time NE

News Time NE We News Time NE, A Web Portal, Based On Guwahati- Covering North-East India. We Focus on Delivering News based on Reality and Fact. YouTube -NE
(1)

17/10/2025

কথমপি প্ৰাণৰক্ষা অমৃতপ্ৰভা আৰু শেখৰৰ। কঠিয়াতলিত এক ভয়াৱহ দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা দুয়োকে কঢ়িয়াই নিয়া আৰক্ষীৰ বাহনখন।

17/10/2025

📌বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে উমলি-জামলি গাইছে জুবিন গাৰ্গৰ 'মায়াবিনী'।

17/10/2025

📌শেখৰ-অমৃতপ্ৰভাক লৈ যোৱা গাড়ীলৈ চেণ্ডেল দলিয়ালে জুবিন অনুৰাগীয়ে। লংকাৰ ৰাজপথৰ এই ঘটনা।

17/10/2025

📌জুবিন গাৰ্গ কাঞ্চনজংঘাৰ দৰে একেই
📌জুবিন গাৰ্গ নোহোৱা হোৱাত সমগ্ৰ দেশে কান্দিছে'
📌প্ৰাণৰ শিল্পীগৰাকীৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি আৱেগিৰ হৈ পৰিল ৰাহুল গান্ধী

17/10/2025

📌বাকসা জিলা কাৰাগাৰ চৌহদত অপ্ৰিতীকৰ পৰিৱেশ সৃষ্টি কৰাৰ সন্দেহত এতিয়ালৈ আটক কৰা হ’ল চাৰিজনকৈ লোকক।
📌পৰিয়ালৰ লোকৰ অভিযোগ মতে,প্ৰশাসনে এটা বিশেষ সম্প্ৰদায়ৰ লোককে টাৰ্গেট কৰি লৈছে।
📌তেওঁলোকৰ পৰিয়ালৰ লোক এই হিংসাত্মক ঘটনাৰ সৈতে জড়িত নাছিল বুলি কয় পৰিয়ালবৰ্গলৈ।

17/10/2025

17/10/2025

17/10/2025

📌জুবিন গাৰ্গৰ ঘৰত ৰাহুল গান্ধী।
📌কাহিলীপাৰাত জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ ৰাহুল গান্ধীৰ।
📌ৰাহুল গান্ধীক সংগ দিছে জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়া আৰু কংগ্ৰেছ নেতৃত্বই।

17/10/2025

📌বাকসা জিলা কাৰাগাৰ চৌহদত অপ্ৰিতীকৰ পৰিৱেশ সৃষ্টি কৰাৰ সন্দেহত এতিয়ালৈ আটক কৰা হ’ল চাৰিজনকৈ লোকক।
📌মুছলপুৰ আৰক্ষীয়ে আটাইকেইজনকে আটক কৰি মুছলপুৰ আৰক্ষী থানাত ৰাখিছে।
📌কাদেৰ আলী,ৰমীজ আলী ,আহেলা মীঞা,আৰু চালামুন আলী মুছলপুৰ আৰক্ষীয়ে ইতিমধ্যে স্বাস্থ্য পৰীক্ষাৰ বাবে
📌আটাইকেইজনকে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ
📌স্বাস্থ্য পৰীক্ষাৰ অন্তত আটাইকেইগৰাকীকে বাক্সা জিলা আদালতত হাজিৰ কৰালে আৰক্ষীয়ে

📌চাৰিওজন অভিযুক্তৰে পৰিয়াল আহি মুছলপুৰ থানা চৌহদত উপস্থিত হৈছে।

📌পৰিয়ালৰ লোকৰ অভিযোগ মতে,প্ৰশাসনে এটা বিশেষ সম্প্ৰদায়ৰ লোককে টাৰ্গেট কৰি লৈছে।
📌তেওঁলোকৰ পৰিয়ালৰ লোক এই হিংসাত্মক ঘটনাৰ সৈতে জড়িত নাছিল বুলি কয় পৰিয়ালবৰ্গলৈ।

17/10/2025

আৰু কেই মিনিটমান শেখৰ আৰু অমৃতপ্ৰভাক পাৰ হ'ল হোজাই

17/10/2025

📌জুবিন ক্ষেত্ৰত ৰাহুল গান্ধী।
📌মহানায়ক জুবিনলৈ শ্ৰদ্ধাঞ্জলি বিৰোধী দলপতিগৰাকীৰ।

17/10/2025

📌শেখৰ আৰু অমৃতপ্ৰভাক পাৰ হ'ল নগাঁৱৰ বৰঘাট
📌কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।

Address

Assam
Guwahati

Telephone

+919365862732

Website

http://newstimene.com/

Alerts

Be the first to know and let us send you an email when News Time NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Time NE:

Share