News Today Assam

News Today Assam সমাজৰ অন্ধবিশ্বাসৰ বিপৰীতে ।

12/08/2026

নাজিৰা এম চি ক্লাৱত বানাক্ৰান্ত পৰিয়ালক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ

12/08/2026

👉নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT . LTDৰ তৰফৰ পৰা ৰিণিকি ভূঞা শৰ্মাৰ ।

👉নাজিৰাত ১৫ খন বিদ্যালয়ৰ বাবে প্ৰতিখন বিদ্যালয়লৈ ৫ লাখ টকাৰ চেক বিতৰণ

12/08/2026

উজনি অসমৰ বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত ধন বিতৰণৰ সময়ত বদৰুদ্দিন আজমলে সেৱা কৰিবলৈ কোৱা নাছিল।
স্থানীয় লোক সকলে নিজেই দিলে স্পষ্টীকৰণ

Video credit- Miraj Hussain

12/08/2026

জুবিন হত্যা গোচৰৰ সাক্ষ্য প্ৰদান কৰা প্ৰয়াত বেবী বৰাৰ বাসগৃহত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ

11/08/2026

জাগীৰোডৰ বিভিন্ন অঞ্চল পানীৰ তলত

11/08/2026

এবুকু পানীত অখিল গগৈ

11/08/2026

বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াৰ বিৰুদ্ধে সংসদ ভৱনত বিজেপি সাংসদ সকলে দিয়া ধৰ্ণা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ

11/08/2026

সাতুৰি বন্যাৰ্তৰ কাষত বিধায়ক অখিল গগৈ

11/08/2026

হাইলাকান্দিত বিদ্যালয়লৈ যোৱাৰ পথত পথ দুৰ্ঘটনা নৱম শ্ৰেণীৰ ছাত্ৰী গুৰুতৰ ভাৱে আহত

11/08/2026

👉শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ ৷

👉অঞ্চলটোৰ বহু পৰিয়াল মাজত বিধায়ক অখিল গগৈ ৷

👉প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ সংযোগী পথত নাৱৰ চলাচল ৷

👉অঞ্চলটোৰ বন্যাৰ্তৰ অৱৰ্ণনীয় অৱস্থা ৷

👉প্ৰতিটো পৰিয়ালকেই আৰ্থিক সাহাৰ্য প্ৰদানৰ লগতে ধ্বংসপ্ৰাপ্ত বাসগৃহ, আচবাব ক্ৰয় কৰাৰ ক্ষেত্ৰত পূৰ্ণ সহযোগ কৰাৰ আশ্বাস ৷

👉অভিভাৱক মন্ত্ৰী বিমল বৰাৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ বিধায়ক অখিল গগৈৰ ।

Address

Gauhati
781038

Alerts

Be the first to know and let us send you an email when News Today Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share