Pratibimba Live Digital

Pratibimba Live Digital Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Pratibimba Live Digital, Media/News Company, Gauhati.

09/07/2025

আহক, পাৰ্বতীক সহায় কৰো

09/07/2025

‘গীৰ গাইৰ কথাটো তল পেলাবলৈ ঘৰ ভাঙিছে’-ৰকিবুল

09/07/2025

বানে উটুৱাই নিলে এখন সপোনৰ!
পৰিয়ালৰ ৩ জন নিৰুদ্দেশ

09/07/2025

লোহিত সাগৰত পুনৰ হুথী বিদ্ৰোহীৰ তাণ্ডৱ ধাৰাষাৰ বিস্ফোৰণৰ পাছতে বুৰিল জাহাজ

09/07/2025

এক ব্যতিক্ৰমী দৃশ্য। যিসময়ত যুৱ প্ৰজন্ম ব্যস্ত চ’ছিয়েল মিডিয়াত কিম্বা ৰাজনৈতিক নেতাৰ পাছত, ঠিক তেনে সময়তে প্ৰখৰ ৰ’দত খেতিপথাৰত ব্যস্ত এজন অৱসৰপ্ৰাপ্ত অধ্যক্ষ। চফল ডেকাৰ দৰে কাম কৰিছে নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ফনীধৰ ডেকাই। চাওক বিশেষ প্ৰতিবেদন…

#অসমীয়ানিউজ

09/07/2025

এয়া এক প্ৰেমজনিত ঘটনা!
‘ধৰ্মৰ লগত কোনো সম্পৰ্ক নাই’

09/07/2025

‘দেউতাই মোক গৰ্ভৱতী কৰি…’
ৰে’লৰ শৌচাগাৰত নাবালিকাই জন্ম দিলে সন্তান!

09/07/2025

যৌ*নকৰ্মী বাস কৰা এলেকাত থকা শিশু তথা পশু কল্যাণৰ বাবে ৭৫,০০০ টকাৰ অনুদান অৰ্চিতা ফুকনৰ

09/07/2025

📌‘আগন্তুক BTC নিৰ্বাচনত UPPL দলে ১০খন আসনো লাভ নকৰিব '
📌‘সৰ্বাধিক ৯খন আসনতে সীমাবদ্ধ থাকিব UPPL’
📌‘BJPয়ে ১২-১৩খন আসন লাভ কৰিব BTC নিৰ্বাচনত’
📌‘ হাগ্ৰামা মহিলাৰীৰ BPFয়ে নূন্যতম ১৬খন আসন লাভ কৰিব আগন্তুক BTC নিৰ্বাচনত '
আগন্তুক BTC নিৰ্বাচনক লৈ বড়োভূমিৰ যুৱ নেতা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ সমীক্ষাই লগাইছে তোলপাৰ

#অসমীয়ানিউজ

09/07/2025

‘আমাৰ পট্টা মাটি আমাক ঘূৰাই লাগে’
‘এই উচ্ছেদ কেতিয়াও মানি ল’ব নোৱাৰো’
ৰাজপথত ABMSUৰ গৰ্জন

09/07/2025

BTRৰ কাৰ্য্যবাহী সদস্য দাউবৈছা বড়োৰ বাসগৃহত বিশেষ যোগদান কাৰ্যসূচী
UPPLত যোগদান কেইবাজনো সমৰ্থকৰ

09/07/2025

মোদীৰ গৃহ ৰাজ্যত চকুৰ সন্মুখতে ভয়ংকৰ ঘটনা। হঠাৎ ভাঙি পৰিল কোটিটকীয়া দলং। নদীত পৰিল ইখনৰ পাছত সিখন চলন্ত বাহন। এই পৰ্যন্ত ১০ জনৰ মৃ*তদেহ উদ্ধাৰ। এতিয়াও সন্ধানহীন বহুজন

#অসমীয়ানিউজ

Address

Gauhati
781022

Alerts

Be the first to know and let us send you an email when Pratibimba Live Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pratibimba Live Digital:

Share