News Next One

News Next One News Next One is an Assamese News Website promoting Independent & Non-profit Journalism.

সঘন পট পৰিৱৰ্তন, ৰাজনৈতিক হস্তক্ষেপ আৰু তীব্ৰ প্ৰতিদ্বন্দিতামূলক বৰ্তমানৰ সংবাদ মাধ্যমৰ ক্ষেত্ৰখনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এনে পৰিপ্ৰেক্ষিততে উত্থাপিত হয় বিকল্প সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তা। আৰু এনে প্ৰয়োজনীয়তাৰ আকাংক্ষাৰ মাজতে জন্ম News Next Oneৰ। News Next Oneক সকলোৰে মাজলৈ আগবঢ়াই আনিছে বিকল্প মিডিয়াই। সমূহ অসমবাসীক বিকল্পৰ সন্ধান দিয়াৰ বিনম্ৰ প্ৰয়াস News Next One।
প্ৰকৃত অৰ্থত বাতৰি পৰিৱেশনত গুৰুত্ব আৰোপ কৰে News Next One-এ। কোনো ধৰণৰ আৱৰণেৰে প্ৰকৃত সত্যক ঢাকি ৰখাৰ ঘোৰ বিৰোধী News Next One। অসমৰ প্ৰতিটো চুক-কোণৰ বাতৰি মচলাবিহীনভাৱে ৰাইজৰ মাজলৈ লৈ যাবলৈ সংকল্পবদ্ধ News Next One। আমাৰ প্ৰতিজন সাংবাদিক এনে বাতৰি সম্প্ৰচাৰ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ যিবোৰত টি আৰ পি নাই, কিন্তু তথ্য সমৃদ্ধ, জীয়া বাস্তৱৰে ভৰপূৰ, উদ্ভাৱনীমূলক, ইতিবাচক আৰু দৰ্শক তথা পঢ়ুৱৈ সকলক ভবাই তুলিব পৰা ধৰণৰ।
News Next One-এ ৰাজনৈতিক প্ৰেক্ষাপট, সামাজিক, মনোৰঞ্জন, ক্ৰীড়া, বাণিজ্য, স্বাস্থ্য, বিজ্ঞান, তথ্য়-প্ৰযুক্তি, শিক্ষা, সাহিত্য আদি ক্ষেত্ৰৰ লগতে প্ৰতিটো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বা-বাতৰি, ঘটনা প্ৰবাহ মুহূৰ্ততে ইয়াৰ ভিউৱাৰ্ছসকলক জনাবলৈ প্ৰতিজ্ঞাবদ্ধ। আনকি যিবোৰ বা-বাতৰি, ঘটনা প্ৰবাহে পৰম্পৰাগত সংবাদ মাধ্যমত বাণিজ্যিক গুৰুত্ব নথকা বাবে স্থান নাপায় তেনেবোৰ বা-বাতৰিকো আগস্থান দিয়ে News Next One-এ। সামাজিক অসমতা, দুৰ্নীতি-অনিয়ম আদি উদঙাই দিবলৈকো সদা প্ৰস্তুত News Next One। ডিজিটেল বিশ্বৰ সপোনেৰে নৱ প্ৰজন্মক ছচিয়েল মিডিয়াৰ জৰিয়তে সামাজিক দায়ৱদ্ধতাসহকাৰে সকলো দিশতে আগবঢ়াই নিয়াত গুৰুত্ব আৰোপ কৰে News Next One-এ। সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনকো News Next One-এ সমানেই প্ৰাধান্য দিয়ে। অনলাইন তথা ইউনিকোডত অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাটোও News Next Oneৰ অন্যতম লক্ষ্য।

🔹ইথানল মিশ্ৰিত পেট্ৰ’লক লৈ কিয় চিন্তিত সকলো? বিশ্বৰ আন দেশবোৰত ইথানলৰ ব্যৱহাৰ কেনেকুৱা? তলৰ লিংকত ক্লিক কৰি পঢ়ক সবিশেষ....
09/07/2026

🔹ইথানল মিশ্ৰিত পেট্ৰ’লক লৈ কিয় চিন্তিত সকলো? বিশ্বৰ আন দেশবোৰত ইথানলৰ ব্যৱহাৰ কেনেকুৱা? তলৰ লিংকত ক্লিক কৰি পঢ়ক সবিশেষ...

আপোনাৰ গাড়ীখন কেতিয়া নিৰ্মাণ হৈছিল, তাৰ ইঞ্জিন বিশ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ'লৰ বাবে সম্পূৰ্ণ উপযোগী নে নহয় -এ....

🔹২০১৯ৰ পিছত এইবাৰো অসমলৈ অহাতো হৈ নুঠিল জাপানৰ প্ৰধানমন্ত্ৰীৰ। গুৱাহাটীলৈ নাহিলেও দিল্লীৰ পৰা অসমক কি দিলে জাপানৰ প্ৰধান...
03/07/2026

🔹২০১৯ৰ পিছত এইবাৰো অসমলৈ অহাতো হৈ নুঠিল জাপানৰ প্ৰধানমন্ত্ৰীৰ। গুৱাহাটীলৈ নাহিলেও দিল্লীৰ পৰা অসমক কি দিলে জাপানৰ প্ৰধানমন্ত্ৰীয়ে? তলৰ লিংকত ক্লিক কৰি পঢ়ক সবিশেষ...

আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ মানচিত্ৰত এইবাৰ বিশেষভাৱে উচ্চাৰিত হোৱাৰ কথা আছিল অসমৰ নামটো। স্বাধীনতাৰ পিছত প্ৰথম.....

🔹ভগৱান ৰামলৈকো ভয় নকৰা কোন এইসকল ৰামৰ ভুৱা ভক্ত? কেনেকৈ আগবাঢ়িছে ৰাম মন্দিৰত সংঘটিত দান-বৰঙণি কেলেংকাৰীৰ তদন্ত? সবিশেষ জ...
01/07/2026

🔹ভগৱান ৰামলৈকো ভয় নকৰা কোন এইসকল ৰামৰ ভুৱা ভক্ত? কেনেকৈ আগবাঢ়িছে ৰাম মন্দিৰত সংঘটিত দান-বৰঙণি কেলেংকাৰীৰ তদন্ত? সবিশেষ জানিবলৈ তলৰ লিংকত ক্লিক কৰি পঢ়ক সবিশেষ...

ভাৰতৰ অসংখ্য মন্দিৰত প্ৰতিদিনে লাখ লাখ ভক্তই দান কৰে। কোনোবাই পূজা সম্পূৰ্ণ কৰি দান বাকচত নিঃশব্দে থৈ যায় কেইটা...

🔹ভূপেন বৰাই শেষত কি সিদ্ধান্ত ল’ব? পোনছাটেই নহ’ব বুলি কিয় কৈ নিদিলে কংগ্ৰেছক? পোনছাটেই হ’ব বুলি কিয় কৈ নিদিলে বিজেপিক? ক...
16/02/2026

🔹ভূপেন বৰাই শেষত কি সিদ্ধান্ত ল’ব? পোনছাটেই নহ’ব বুলি কিয় কৈ নিদিলে কংগ্ৰেছক? পোনছাটেই হ’ব বুলি কিয় কৈ নিদিলে বিজেপিক? কিহৰ দৰদামত ব্যস্ত ভূপেন বৰা? তলৰ লিংকত ক্লিক কৰি পঢ়ক সবিশেষ...

গুৱাহাটীঃ অসম কংগ্ৰেছৰ ৰাজনৈতিক 'পিটছ’ত সোমবাৰে পুৱাৰ ভাগত যি হাই-ভল্টেজ ড্ৰামা মঞ্চস্থ হ’ল, তাক লৈ সৰ্বত্ৰে চৰ্.....

🔹গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পাক লিংকৰ অভিযোগত কিমান জোৰ আছিল? কি প্ৰত্যুত্তৰ দিলে গৌৰৱ গগৈয়ে? এতিয়া কি হ’ব গৌৰৱ গগ...
16/02/2026

🔹গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পাক লিংকৰ অভিযোগত কিমান জোৰ আছিল? কি প্ৰত্যুত্তৰ দিলে গৌৰৱ গগৈয়ে? এতিয়া কি হ’ব গৌৰৱ গগৈৰ?

বিশেষ প্ৰতিবেদনঃ দুখন পৃথক সংবাদমেল। এখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, আনখন প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাং.....

🔹কোকৰাঝাৰৰ কাৰিগাঁৱত আজি কেনে পৰিৱেশ? তলৰ লিংকত ক্লিক কৰি পঢ়ক সবিশেষ...
21/01/2026

🔹কোকৰাঝাৰৰ কাৰিগাঁৱত আজি কেনে পৰিৱেশ? তলৰ লিংকত ক্লিক কৰি পঢ়ক সবিশেষ...

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ কাৰিগাঁও এলেকাত উত্তপ্ত হৈ থকা পৰিৱেশ আজি সুস্থিৰ হৈ পৰিছে। যোৱা ৩৬ ঘণ্টাৰ বিভীষিকাময় ....

🔹কোকৰাঝাৰৰ কাৰিগাঁৱত সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰত কি আছে? ঘটনাক লৈ কি ক’লে হাগ্ৰামা মহিলাৰীয়ে? তলৰ লিংকত ক্লিক কৰি পঢ়ক সব...
20/01/2026

🔹কোকৰাঝাৰৰ কাৰিগাঁৱত সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰত কি আছে? ঘটনাক লৈ কি ক’লে হাগ্ৰামা মহিলাৰীয়ে? তলৰ লিংকত ক্লিক কৰি পঢ়ক সবিশেষ...

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰত সোমবাৰে নিশা প্ৰায় ৮ বজাত গৰু চুৰিৰ সন্দেহৰ ফলত হোৱা খেদা-খেদিৰ পৰি....

🔹ইৰানত কিয় জ্বলিছে বিদ্ৰোহৰ জুই? ইৰানক লৈ ট্ৰাম্পৰ পৰিকল্পনা কি? তলৰ লিংকত ক্লিক কৰি পঢ়ক সবিশেষ...
20/01/2026

🔹ইৰানত কিয় জ্বলিছে বিদ্ৰোহৰ জুই? ইৰানক লৈ ট্ৰাম্পৰ পৰিকল্পনা কি? তলৰ লিংকত ক্লিক কৰি পঢ়ক সবিশেষ...

চৌদিশে কেৱল বাৰুদৰ গোন্ধ আৰু ৰাজপথত তেজৰ চেঁকুৰা। মানুহৰ মনত প্ৰতিনিয়ত জীৱন নাশৰ আশংকা। কিন্তু তাৰ পাছতো কোনেও থ...

Address

Gauhati
781021

Alerts

Be the first to know and let us send you an email when News Next One posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Next One:

Shortcuts

Share