Nandini

Nandini Official Page of Nandini. Nandini is a magazine dedicated to women, its success is built on its conn

Nandini is the most glamorous offering from our group founded in the year 2000. Recently it won the "Most Popular Women's Magazine Award" in the North East Most Popular Brands awards. Maini Mahanta is the editor-in-chief of this leading monthly magazine. In a very short span of time we have succeeded in curving a niche for ourselves with the help of a dedicated team who continues to strive to brin

g you topics and content which are unique and interesting. We initially targeted our monthly magazine only for women; however over time we became a magazine for unisex audience. Our readers get a healthy dose of short stories, household tips, and entertainment from the world of cinema, television, theatre, beauty guidelines, dating tips and more.

কোচ ৰাজবংশীৰ পোছাকত দীপলিনা 😍
30/07/2022

কোচ ৰাজবংশীৰ পোছাকত দীপলিনা 😍

কোন হয়...?চিনি পাইছে যদি তলত কমেণ্টত জনাওক....
29/07/2022

কোন হয়...?

চিনি পাইছে যদি তলত কমেণ্টত জনাওক....

টাংখুলসকলৰ সুন্দৰ ভূমি...শিংচাৰ ৱুয়াকাচুই হৈছে ইয়াৰ মনোৰম সৌন্দৰ্যৰ লগতে উদ্ভিদবোৰৰ বাবে, বিশেষকৈ গুলপীয়া অৰ্কিড "ৱুয...
27/07/2022

টাংখুলসকলৰ সুন্দৰ ভূমি...

শিংচাৰ ৱুয়াকাচুই হৈছে ইয়াৰ মনোৰম সৌন্দৰ্যৰ লগতে উদ্ভিদবোৰৰ বাবে, বিশেষকৈ গুলপীয়া অৰ্কিড "ৱুয়াৱন"ৰে ভৰপূৰ এই ঠাইডোখৰ হ'বলৈ গৈ আছে আহিবলগীয়া এক পৰ্যটন স্থলী।

📍: Visit Wuyakachui, Shingcha Village, Ukhrul, Manipur...

📸:

ৰাষ্ট্ৰপতিৰ সৈতে নৈশ ভোজনত এম.চি. মেৰিকম...
23/07/2022

ৰাষ্ট্ৰপতিৰ সৈতে নৈশ ভোজনত এম.চি. মেৰিকম...

৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা...* কৃপাল কলিতাৰ 'ব্ৰীজ' ছবিলৈ শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা ৷*পৰিৱেশ শিতানত শ্ৰেষ্ঠ...
22/07/2022

৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা...

* কৃপাল কলিতাৰ 'ব্ৰীজ' ছবিলৈ শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা ৷

*পৰিৱেশ শিতানত শ্ৰেষ্ঠ ছবি দীপ ভূঞাৰ 'মানাহ আৰু মানুহ' ৷

*শ্ৰেষ্ঠ শ্বৰ্ট ফিকশ্যন ফিল্ম খঞ্জন কিশোৰ নাথৰ কাৰ্বি ভাষাৰ ছবি 'কাচিচিনিথু' ৷

ঘোষণা হ'ল ২০২০ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা...আইমী বৰুৱাৰ পৰিচালিত ডিমাচা চিনেমা 'ছেমখৰ' লৈ ৰজত কমল বঁটা। 'ছেমখৰ'ত কৰা...
22/07/2022

ঘোষণা হ'ল ২০২০ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা...
আইমী বৰুৱাৰ পৰিচালিত ডিমাচা চিনেমা 'ছেমখৰ' লৈ ৰজত কমল বঁটা। 'ছেমখৰ'ত কৰা অভিনয়ৰ বাবে আইমী বৰুৱালৈ জুৰীৰ বিশেষ বঁটা।

ভাৰতৰ ১৫ সংখ্যক তথা দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হ'ল দ্ৰৌপদী মুৰ্মু...
21/07/2022

ভাৰতৰ ১৫ সংখ্যক তথা দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হ'ল দ্ৰৌপদী মুৰ্মু...

অসমৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গক ভৰ্তিডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত। বাথৰুমত পিছলি পৰি মূৰত আঘাত পোৱাৰ বাবে ভৰ্তি কৰোৱা হয় হ...
20/07/2022

অসমৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গক ভৰ্তি
ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত। বাথৰুমত পিছলি পৰি মূৰত আঘাত পোৱাৰ বাবে ভৰ্তি কৰোৱা হয় হাস্পতালত।

গুৱাহাটীত এশ্বপ্ৰা জেমছ এণ্ড জুৱেলছৰ প্ৰদৰ্শনী...আগশাৰীৰ অলংকাৰ প্ৰতিষ্ঠান এশ্বপ্ৰা জেমছ এণ্ড জুৱেলছ - এ গুৱাহাটীৰ তাজ হ...
16/07/2022

গুৱাহাটীত এশ্বপ্ৰা জেমছ এণ্ড জুৱেলছৰ প্ৰদৰ্শনী...

আগশাৰীৰ অলংকাৰ প্ৰতিষ্ঠান এশ্বপ্ৰা জেমছ এণ্ড জুৱেলছ - এ গুৱাহাটীৰ তাজ হোটেলত অহা ১৭ জুলাইলৈকে সোণ আৰু হীৰাৰ অলংকাৰৰ প্ৰদৰ্শনী আয়োজন কৰিছে। এই প্ৰদৰ্শনীত পলকী, ডায়মণ্ড, এণ্টিক গ'ল্ড এণ্ড জাডাউ জুৱেলাৰীকে ধৰি আকৰ্ষণীয় কুণ্ডন জুৱেলাৰীৰ কালেকচন আগবঢ়োৱা হৈছে। ইয়াত ব্ৰেণ্ডটোৰ কিছুমান শ্ৰেষ্ঠমানৰ অলংকাৰ প্ৰদৰ্শন কৰা হৈছে। শুকুৰবাৰে প্ৰদৰ্শনীখনৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া ছবি জগতৰ অভিনেত্ৰী বৰষাৰাণী বিষয়া। উল্লেখ্য যে, লক্ষ্মৌ, বাৰানসী, ঝান্সি আৰেু আন চহৰসমূহৰ পিছত গুৱাহাটীত প্ৰথমবাৰলৈ এনে বৃহৎ প্ৰদৰ্শনী আয়োজন কৰা হৈছে।

15/07/2022

অসম কন্যাই পুনৰবাৰ জিলিকিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত...

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু গোচৰৰ আজি নাৰ্ক'টিকছ কণ্ট্ৰ'ল ব্যুৰ' চমুকৈ এন চি বিয়ে এখন অভিযোগনামা দাখিল কৰা...
14/07/2022

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু গোচৰৰ আজি নাৰ্ক'টিকছ কণ্ট্ৰ'ল ব্যুৰ' চমুকৈ এন চি বিয়ে এখন অভিযোগনামা দাখিল কৰা। এই অভিযোগনামাত অভিনেতাগৰাকীক প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীয়ে ডাগ্ৰছৰ যোগান ধৰা বুলি উল্লেখ কৰা হৈছে। অভিযোগনামাত ৰিয়াৰ উপৰি তেওঁৰ ভাতৃ শোভিতসহ ৩৫ গৰাকী লোকৰ নাম উল্লেখ কৰা হৈছে। এই মৃত্যু গোচৰৰ শুনানি অহা ২৭ জুলাইত বিশেষ আদালতত হ'ব। যদি ৰিয়া দোষী সাব্যস্ত হয়, তেন্তে তেওঁৰ কমেও ১০ বছৰৰ কাৰাদণ্ড হ'ব। ২০২০ চনৰ ১৪ জুনত মুম্বাইস্থিত বাসগৃহত সুশান্ত সিং ৰাজপুতৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল। অভিনেতাগৰাকীৰ মৃত্যুৰ পিচত তেওঁৰ পৰিয়ালে ৰিয়া আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ধন আত্মসাৎ আৰু হত্যাৰ অভিযোগ আনিছিল।

Address

Gauhati

Opening Hours

Monday 10am - 6pm
Tuesday 10am - 6pm
Wednesday 10am - 6pm
Thursday 10am - 6pm
Friday 10am - 6pm
Saturday 10am - 6pm

Telephone

+91 361 2660420

Alerts

Be the first to know and let us send you an email when Nandini posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nandini:

Share

Category