08/02/2025
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল North east industrial development Council ৰ Chairman তথা বিশিষ্ঠ সমাজ সেৱক বিশিষ্ট উদ্যোগপতি শৈলেন্দ্র প্ৰতাপ সিং । দিল্লীৰ গান্ধী মৈদানত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক অনুষ্ঠানত অসমত ঔদ্যোগিক উন্নয়নৰ ক্ষেত্রত আগবঢ়োৱা সেৱাৰ বাবে ''Northeast industry business development award and business leader of the year ''ৰ হিচাপে লাভ কৰে ' আত্মনিৰ্ভৰ ' বঁটা ।এই বঁটা লাভ কৰাৰ বাবে তেওঁ বিশেষ ভাৱে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জনাই।